• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, August 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰধানমন্ত্ৰী মোদীৰ আহ্বানক আওকাণ! দীঘলীয়া গাড়ীৰ কনভয় লৈ দিল্লীত উপস্থিত মুখ্যমন্ত্ৰী বিজয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 27, 2026 7:13 pm
144
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক পেট্ৰ’ল-ডিজেল ৰাহি কৰা আৰু ভিআইপি সংস্কৃতি ত্যাগ কৰি সৰলতা অৱলম্বন কৰাৰ বাবে কৰা আহ্বানক একপ্ৰকাৰ আওকাণ কৰি চৰ্চালৈ আহিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী চি. জোচেফ বিজয়। বুধবাৰে নিজৰ প্ৰথমটো চৰকাৰী দিল্লী ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী বিজয়ে এটা বিশাল গাড়ীৰ কনভয় লৈ ৰাজধানীত উপস্থিত হয় আৰু প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰে। প্ৰায় এক ডজনৰো অধিক বাহন থকা এই কনভয়টোৰ বাবে দিল্লীৰ পথত সাধাৰণ যাত্ৰীয়ে যান-জঁটৰ সন্মুখীন হ’বলগীয়া হয়।

সূত্ৰৰ খবৰ অনুসৰি মুখ্যমন্ত্ৰী বিজয় চেন্নাইৰ পৰা এখন বিশেষ বিমানেৰে দিল্লীত উপস্থিত হৈ তামিলনাডু হাউচত আছিল। ইয়াৰ পিছত দুপৰীয়া তেওঁ প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰে। এই গুৰুত্বপূৰ্ণ বৈঠকত মেকাদাটু বান্ধ বিবাদ, নীট পৰীক্ষা আৰু তামিলনাডুক কেন্দ্ৰীয় চৰকাৰে আগবঢ়াব লগা বিত্তীয় সাহায্য আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। কিন্তু এই সকলোবোৰ চৰকাৰী আলোচনাৰ মাজতে মুখ্যমন্ত্ৰীগৰাকীৰ বিশাল কনভয়টোৱেহে এতিয়া সামাজিক মাধ্যমত ব্যাপক চৰ্চা আৰু সমালোচনাৰ সৃষ্টি কৰিছে।

Apply Now

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে অপ্ৰয়োজনীয় খৰচ হ্ৰাস কৰিবলৈ আৰু ইন্ধন ৰাহি কৰিবলৈ দেশৰ জনপ্ৰতিনিধিসকলক আহ্বান জনাইছিল। আনকি প্ৰধানমন্ত্ৰীয়ে নিজেও নিজৰ নিৰাপত্তা কনভয় পূৰ্বতকৈ বহুত সৰু কৰি পেলাইছে আৰু দেশৰ বহুতো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েও এই নিয়ম পালন কৰিবলৈ আৰম্ভ কৰিছে। কিন্তু মুখ্যমন্ত্ৰী বিজয়ৰ এই কাৰ্যই এতিয়া বিৰোধী দলসমূহৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিৰোধীৰ মতে ইন্ধনৰ মূল্য বৃদ্ধিৰ বাবে সদায় কেন্দ্ৰীয় চৰকাৰক সমালোচনা কৰা মুখ্যমন্ত্ৰী বিজয়ে নিজেই এতিয়া ৰাজধানীৰ বুকুত ভিআইপি সংস্কৃতিৰ প্ৰদৰ্শন কৰিছে। অৱশ্যে মুখ্যমন্ত্ৰীৰ সমৰ্থকসকলে ইয়াক কেৱল সুৰক্ষা আৰু চৰকাৰী প্ৰট’কলৰ স্বাৰ্থত কৰা বুলিহে দাবী কৰিছে।

উল্লেখ্য যে এই সাক্ষাৎকাৰৰ ঠিক এদিন পূৰ্বে মুখ্যমন্ত্ৰী বিজয়ে প্ৰধানমন্ত্ৰী মোডীলৈ এখন জৰুৰী পত্ৰও প্ৰেৰণ কৰিছিল। এই পত্ৰত তেওঁ কাৱেৰী নদীৰ ওপৰত কৰ্ণাটকে নিৰ্মাণ কৰিবলৈ ওলোৱা প্ৰস্তাৱিত মেকাদাটু বান্ধ প্ৰকল্পটো বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ দাবী কৰিছিল। কৰ্ণাটক চৰকাৰে এই প্ৰকল্পৰ বাবে ভূমি পূজন কৰিবলৈ লোৱা কাৰ্যক লৈ তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰি কয় যে ইয়াৰ ফলত কাৱেৰী নদীৰ পানীৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰি থকা তামিলনাডুৰ হাজাৰ হাজাৰ খেতিয়কৰ জীৱিকাত চৰম আঘাত পৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

পুনৰ অনিশ্চয়তাত ভাৰতীয় ফুটবল: ডেৰ মাহ পিছুৱাব পাৰে আই এছ এল, এতিয়াও চূড়ান্ত হোৱা নাই সম্প্ৰচাৰক

August 16, 2026 7:45 pm
স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

স্বাধীনতা দিৱসৰ ভাষণক লৈ বিতৰ্ক: ‘দিমাগী নক্সাল’ মন্তব্যৰে আচলতে কাৰ ফালে আঙুলিয়াইছিল প্ৰধানমন্ত্ৰীয়ে?

August 16, 2026 6:24 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

শিক্ষাখণ্ডত আৰএছএছৰ হস্তক্ষেপৰ বিৰুদ্ধে সৰৱ গৌৰৱ গগৈ: ৰাজীৱ ভৱনৰ গুৰুত্বপূৰ্ণ বৈঠকত যুৱ সন্মিলনৰ প্ৰস্তাৱ

August 16, 2026 9:44 pm
‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

‘বন্দে মাতৰম’ গোৱাত সঁচাকৈয়ে বাধা দিছিল নেকি ছোনিয়া গান্ধীয়ে? কি স্পষ্টীকৰণ দিলে কংগ্ৰেছে?

August 16, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd