• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰূপালী জয়ন্তী উপলক্ষে গুৱাহাটী আই আই টিত সৰ্বভাৰতীয় আই আই টি ক্ৰীড়া মহোৎসৱ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 12, 2018 1:51 pm

1 min read

iit-guwahati_

প্ৰতিনিধিত্বমূলক চিত্ৰ

86
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ আমিনগাঁওস্থিত উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আই আই টিয়ে ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি আয়োজন কৰিছে এখন ক্ৰীড়া মহোৎসৱ । সৰ্বভাৰতীয় পৰ্যায়ত আয়োজন কৰা আন্তঃ আই আই টি ক্ৰীড়া সমাৰোহখন গুৱাহাটী কেন্দ্ৰত অহা ১৩ ডিচেম্বৰ অৰ্থাৎ বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব।

জানিব পৰা মতে কাইলৈ বিয়লি ২.৩০ বজাত প্ৰতিযোগিতাখন আনুষ্ঠানিকভাৱে শুভাৰম্ভণি হ’ব। প্ৰাক্তন অলিম্পিয়ান তথা অৰ্জুন বঁটা বিজয়ী ছাইনী উইলছনে প্ৰতিযোগিতাখন উদ্বোধন কৰিব বুলি জানিব পৰা গৈছে।

প্ৰতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ৰিঅ’ পেৰা অলিম্পিক তথা পেৰা অলিম্পিকত ভাৰতৰ হৈ প্ৰথমটো স্বৰ্ণপদক জয় কৰা হাই জাম্পাৰ মাৰিয়াপ্পা থাংগাভেলু।

উল্লেখযোগ্য যে দেশৰ প্ৰতিখন আই আই টিৰ পৰা প্ৰায় ৩,৫০০ প্ৰতিযোগীয়ে ৫০টা ইভেণ্টত অংশগ্ৰহণ কৰাৰ কথা আয়োজকে জানিবলৈ দিয়ে। ইফালে ২১ ডিচেম্বৰত মূল প্ৰতিযোগিতাখন সামৰণি পৰিব। আৰু তাৰ পিছতে ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব কৰ্মচাৰীসকলৰ প্ৰতিযোগিতা।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd