DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আই আই টি গুৱাহাটীৰ গৱেষকৰ মতে অহা ৩০ দিনত দেশত কিমান হ’ব কৰ’না আক্ৰান্তৰ সংখ্যা?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 11, 2020 9:35 am
For-COVID-19-Patients-Breathing-Easier-Could-Be-as-Simple-as-Flipping-Over-400x241

প্ৰতিনিধিত্বমূলক ফটো

117.5k
VIEWS
Share on FacebookShare on Twitter

আই আই টি গুৱাহাটী আৰু ছিংগাপুৰ মেডিকেল স্কুলে ডাটা ছায়েন্স মডেল আৰু লজিষ্টিক পদ্ধতিৰে কৰ’নাৰ বিশ্লেষণ আগবঢ়াইছে।

সেই মতে অহা ৩০ দিনত দেশত ডেৰ লাখৰ পৰা চাৰে পাঁচ লাখ পৰ্যন্ত কোভিড-১৯ আক্ৰান্তৰ ঘটনা বৃদ্ধি পাব পাৰে।

ডাটা ছায়েন্স মডেলৰ জৰিয়তে কৰা বিশ্লেষণ অনুসৰি কৰ’না সংক্ৰমণৰ সংখ্যা ১.৩০ লাখলৈকে বৃদ্ধি পাব পাৰে।

সেইদৰে লজিষ্টিক পদ্ধতিৰ বিশ্লেষণ মতে দেশত সংক্ৰমণৰ সংখ্যা ৫.৫০ লাখ হোৱাৰ সম্ভাৱনা আছে।

আই আই টি গুৱাহাটী আৰু ছিংগাপুৰৰ ডিউক-এনয়ুএছ মেডিকেল স্কুলৰ গৱেষকে ভাৰতৰ বেলেগ বেলেগ ৰাজ্যত ৩০ দিনত কোভিড-১৯ত সংক্ৰমিত লোকৰ সংখ্যাৰ পূৰআনুমান তথ্য বিশ্লেষণৰ বাবে বিকল্প মডেল অৱলম্বন কৰে।

তেওঁলোকে উলিওৱা ডাটা ছায়েন্স মডেলটো তিনিটা ভিন ভিন মডেলৰ সমাহাৰ।

আই আই টি গুৱাহাটীৰ সহযোগী অধ্যাপক পলাশ ঘোষে সংবাদ প্ৰতিষ্ঠানক জানিবলৈ দিয়া মতে কোনো এটা মডেলৰ ওপৰত ভিত্তি কৰা প্ৰতিবেদনে আমাক বিভ্ৰান্ত কৰিব পাৰে। সেয়েহে এই বিকল্প পদ্ধাতি অৱলম্বন কৰা হৈছে।

এই মডেলত ৰাজ্যসমূহক মধ্যম, জটিল আৰু নিয়ন্ত্ৰিত এই তিনিটা শ্ৰেণীত ভাগ কৰি লোৱা হৈছে। এয়া গ্ৰীণ জ’ন, অ’ৰেঞ্জ জ’ন আৰু ৰেড জ’নৰ শ্ৰেণীকৰণতকৈ বেলেগ।

গৱেষকসকলৰ এই অনুমান সঁচা হ’লে আগন্তুক এমাহত কৰ’নাৰ সংক্ৰমণ দেশৰ বাবে উদ্বেগৰ বিষয় বুলি ক’ব পাৰি।

Tags: COVID-19

Recent News

Maharashtra political crisis: আৰু জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ সংকট; উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সিন্দে শিৱিৰ, আজি শুনানি

Maharashtra political crisis: আৰু জটিল হৈ পৰিছে মহাৰাষ্ট্ৰৰ সংকট; উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ সিন্দে শিৱিৰ, আজি শুনানি

Assam Career- Lakhimpur DC

Assam Career :গাঁও প্ৰধানৰ খালী পদ পূৰণৰ বাবে লখিমপুৰ উপায়ুক্তৰ কাৰ্যালয়ৰ জাননী, কিদৰে কৰিব আবেদন?

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

বঙাইগাঁৱত আৰক্ষীয়ে দাহ কৰিলে ৬ কোটি ২৬ লাখ টকাৰো অধিক মূল্যৰ নিচাজাতীয় দ্ৰব্য

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

মুখ্যমন্ত্ৰীৰে চলা “গোপন” আলোচনাই সমাধান আনিবনে অসমৰ জলন্ত জাতীয় সমস্যাৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd