• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 18, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

কোভিদ-১৯-ৰ সংক্ৰমণৰ পৰা আৰক্ষীক ৰক্ষাৰ বাবে পৰীক্ষামূলকভাৱে ফেচ শ্বিল্ড নিৰ্মাণ কৰিছে আই আই টি জম্মুৰ শিক্ষাৰ্থীয়ে

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 30, 2020 11:16 am

2 min read

কোভিদ-১৯-ৰ সংক্ৰমণৰ পৰা আৰক্ষীক ৰক্ষাৰ বাবে পৰীক্ষামূলকভাৱে ফেচ শ্বিল্ড নিৰ্মাণ কৰিছে আই আই টি জম্মুৰ শিক্ষাৰ্থীয়ে
5.9k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান সমূহে বিভিন্ন ধৰণৰ নতুন নতুন উদ্ভাৱনেৰে চৰকাৰ-প্ৰশাসনক সহায় আগবঢ়াই আহিছে।

আই আই টি জম্মুৰ শিক্ষাৰ্থী সকলে কোভিদ-১৯-ৰ সংক্ৰমণৰ পৰা কৰ্তব্যত নিয়োজিত আৰক্ষী সকলক ৰক্ষা কৰাৰ বাবে পৰীক্ষামূলকভাৱে ফেচ শ্বিল্ড প্ৰস্তুত কৰি উলিয়াইছে।

আই চি এম আৰৰ পৰা মান্যতা লাভ কৰিলে আই আই টি জম্মুৱে বৃহৎ পৰিমাণত এনে ফেচ শ্বিল্ড নিৰ্মাণ কৰি উলিয়াব বুলি সঞ্চালক ড০ এম এছ গৌৰে জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে আই আই টি দিল্লীয়ে কোভিদ-১৯ টেষ্টিঙৰ বাবে প্ৰস্তুত কৰি উলিওৱা পদ্ধতিক আই চি এম আৰে মান্যতা প্ৰদান কৰিছিল।

ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ গৱেষক শিক্ষাৰ্থী সকলেও কোভিদ-১৯ৰ সৈতে যুঁজাৰ বাবে বিভিন্ন ধৰণৰ উদ্ভাৱনেৰে সহায় আগবঢ়াইছিল।

আই আই টি গুৱাহাটীৰ গৱেষক সকলে বৃহৎ অঞ্চল চেনিটাইজ কৰিব পৰা দ্ৰোণ নিৰ্মাণ কৰাৰ লগতে কম মূল্যৰ ফেচ চিল্ড আৰু উচ্চমানদণ্ডৰ মাস্ক প্ৰস্তুত কৰি উলিয়াইছিল।

শিক্ষানুষ্ঠানখনৰ গৱেষক সকলে মানুহৰ সংস্পৰ্শলৈ নহাকৈ জ্বৰ পৰীক্ষা কৰিব পৰা ইনফ্ৰাৰেড যন্ত্ৰৰ লগতে ক’ৰ’না ভাইৰাছৰ আক্ৰান্তৰ চিকিৎসাত চিকিৎসাকৰ্মী সকলে ব্যৱহাৰ কৰা  ৰিবচুইটচ পি অ’ চি টি কিটছ নিৰ্মাণ কৰি আছে।

কেন্দ্ৰীয় মানৱ সম্পদ বিকাশ মন্ত্ৰী ৰমেশ পোখৰিয়ালে ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান সমূহৰ উদ্ভাৱনক প্ৰশংসা কৰি ক্ৰমাগতভাৱে ধন্যবাদ জ্ঞাপন কৰি আহিছে।

Recent News

Manipur Two

দেশদ্ৰোহিতাৰ গোচৰত দুই মণিপুৰী সাংবাদিকক গ্ৰেপ্তাৰ : সন্ত্ৰাসবাদী সংগঠনক সমৰ্থনৰ অভিযোগ

a mori

মৰিগাঁৱত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

index

‘দুটি সন্তানৰ নীতি’ আইন বলৱৎ কৰাৰ দাবী জনসংখ্যা সমাধান ফাউণ্ডেশ্যনৰ

a black t

ব্লেক টি হ’ব চীনৰ ই-কমাৰ্চ প্লেটফৰ্মত বিপণন হবলগীয়া ম্যানমাৰৰ প্ৰথম পণ্য

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd