• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাস্ক স্পৰ্শ কৰিলেই সৰ্বনাশ কৰ’নাৰ! IIT ৰ গৱেষকৰ নতুন আৱিষ্কাৰক লৈ অধীৰ অপেক্ষা

এন ই নাও নিউজ by এন ই নাও নিউজ
April 25, 2021 9:07 am
Corona Mask

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’নাৰ ভয়াবহ পৰিস্থিতিৰ মাজতে এবিধ নতুন মাস্ক আৱিষ্কাৰক লৈ চলিছে চৰ্চা। ভাৰতীয় গৱেষকৰ আৱিষ্কাৰ এই মাস্কৰ সংস্পৰ্শলৈ আহিলেই কৰ’না ভাইৰাছ ধ্বংস হ’ব বুলি দাবী কৰা হৈছে।

নিজৰ এই আৱিষ্কাৰক লৈ আই আই টি মাণ্ডিৰ গৱেষকৰ দলটোৱে এনে দাবী কৰিছে। তেওঁলোকৰ মতে এই মাস্কে যে কেবল কৰ’না ভাইৰাছৰ পৰাই ৰক্ষা কৰিব এনে নহয়, লগতে মাস্কৰ সংস্পৰ্শলৈ অহা আন ভাইৰাছ-বেক্টেৰিয়াকো ধ্বংস কৰিব।

Apply Now

আমেৰিকাৰ জাৰ্ণাল’আমেৰিকান কেমিকেল ছছাইটি-এপ্লায়েড মেটেৰিয়েল এম্ড ইন্টাৰফেচ’ত তেওঁলোকৰ এই গৱেষণা কথা প্ৰকাশ পাইছে।

আইআইটি মাম্ডিৰ গৱেষক অমিত জয়ছোৱালৰ নেতৃত্বত প্ৰবীণ কুমাৰ, সৌনক ৰায় আৰু অনিতা সৰকাৰে গৱেষণা কৰি উলিয়াইছে এই মাস্ক।

তেওঁলোকে জানিবলৈ দিছে যে এই মাস্ক ম’লিবডেনাম ডাই-ছালফাইড নামৰ উপাদানেৰে তৈয়াৰ কৰা হৈছে। এই উপাদানৰ এডাল চুলিতকৈয়ো পাতল এটা আৱৰণ তৈয়াৰ কৰা হৈছে। মাস্কৰ ওপৰত সেই আৱৰণটো লগাই দিয়া হৈছে।

এই বিশেষ উপাদানেৰে তৈয়াৰ কৰা আৱৰণটোৰ বেক্টেৰিয়া-ভাইৰাছ ধ্বংস কৰাৰ ক্ষমতা আছে বুলি গৱেষকসকলে দাবী কৰিছে।

গৱে,কসকলে জানিবলৈ দিয়ে যে ১০০ৰ পৰা ২০০ নেন’মিটাৰ আয়তনতকৈয়ো ক্ষুদ্ৰ বেক্টেৰিয়া বা ভাইৰাছ এই আৱৰণৰ সংস্পৰ্শলৈ আহিলে তাক ধ্বংস কৰিব। কোভিড-১৯ৰ ভাইৰাছৰ আয়তন ১২০ নেন’মিটাৰ।

তদুপৰি, সূৰ্যৰ পোহৰত এই উপাদান অতি সক্ৰিয় থাকে। সামান্য সূৰ্যৰ পোহৰ পালেইইয়াৰ তাপমাত্ৰা ৭০ ডিগ্ৰী ছেলছিয়াছ হৈ যায়। ফলত ই ভাইৰাছ বৰ্তি থাকিবলৈ নিদিয়ে।

Mask invented
ভাইৰাছ ধ্বংসকাৰী মাস্ক।

গৱেষকসকলে লগতে জানিবলৈ দিয়ে যে এই মাস্ক একাধিক বাৰ ব্যৱহাৰ কৰিব পৰা যাব। লগতে ৰ’দত দিয়েই এই মাস্ক বীজাণুমুক্ত কৰিব পাৰি। চাবোন পানীত ধুলেও ইয়াৰ কাৰ্যকৰিতা হ্ৰাস নাপায়।

এই মাস্ক এতিয়াও বজাৰলৈ অহা নাই। গৱেষকসকলে সদৰী কৰা মতে আৰু অলপ গৱেষণাৰ পাছতেই ইয়াৰ ফৰ্মূলা বাণিজ্যিক সংস্থাৰ হাতত তুলি দিয়া হ’ব।

প্ৰশ্ন হৈছে অত্যন্ত খৰচী হ’ব নেকি এই মাস্ক? আইআইটিৰ গৱেষকসকলে দাবী কৰা মতে বিশেষভাৱে তৈয়াৰ কৰা এই মাস্কৰ দাম মধ্যবিত্ত শ্ৰেণীৰ সাধ্যৰ ভিতৰতে থাকিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

অসম সন্তান চাৰ্লিন-প্ৰাচিতাই মস্কোত প্ৰতিনিধিত্ব কৰিব ভাৰতক, ৰাছিয়াৰ আন্তঃৰাষ্ট্ৰীয় ৰুছপ্ৰেমী সন্মিলনত অংশগ্ৰহণ

September 14, 2026 9:42 pm
পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

পকেটত মাত্ৰ ১০ হাজাৰ টকা লৈ বিয়া পাতিছিল প্ৰেয়সীক; কিন্তু আজি কোটি কোটি টকাৰ মালিক! কেনেকৈ সফল অভিনেতা হ’ল আয়ুষ্মান খুৰানা?

September 14, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd