• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ধুবুৰীত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ

NE NOW NEWS মুকেশ কুমাৰ সিং
ধুবুৰী , August 13, 2020 7:11 pm

1 min read

অৰুণাচলৰ পৰা নাগালেণ্ডলৈ চোৰাংভাৱে বিক্ৰীৰ বাবে অনা সুৰা বোকাখাতত জব্দ

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

153
VIEWS
Share on FacebookShare on Twitter

ধুবুৰী আৰক্ষীয়ে অভিযান চলাই ১০ লাখ টকাৰ অবৈধ সুৰা জব্দ কৰাৰ লগতে ট্ৰাক চালক গৰাকীক আবকাৰী আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে।

অভিযুক্ত ট্ৰাক চালক গৰাকী মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বাসী গাঁৱৰ ৰাম চৰণৰ পুত্ৰ বিকাশ কুমাৰ বুলি চিনাক্ত কৰা হয়।

আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ পঞ্জীয়ন নম্বৰ হ’ল এম এইচ ৪৮ এ ওৱাই।

আৰক্ষীয়ে ট্ৰাকখনৰ পৰা ঘাঁহৰ তলত লুকাই অনা অৱস্থাত ২০০ কাৰ্টন অবৈধ সুৰা জব্দ কৰে।

জব্দ হোৱা অবৈধ সুৰা কঢ়িওৱা ট্ৰাকখন কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ পৰা আহি আছিল।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে গৌৰীপুৰৰ ওচৰত এক পহৰা চকী স্থাপন কৰে আৰু এম এইচ ৪৮ এ ওৱাই ৯৫৩১ ট্ৰাকখনৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয়।

গৌৰীপুৰ আৰক্ষীয়ে নিৰ্দিষ্ট আইনৰ অধীনত গ্ৰেপ্তাৰ হোৱা ট্ৰাক চালক গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে।

Recent News

COVID19-image-credit-Odishatv-750x375

গোলাঘাটত দৈনিক বাঢ়িছে ক’ভিড পজিটিভৰ সংখ্যা; যোৱা ২৪ ঘন্টাত ১১ জন ক’ভিড ৰোগী চিনাক্ত

Park-street

পাঁচ মহলীয়া আট্টালিকাৰ পৰা পাঁচ যুৱতীৰ একেলগে জঁপিযাই আত্মহত্যাৰ চেষ্টা : ক’ত আৰু কিয়?

_100707788_a30f995d-99d8-4eeb-a521-1250a29e53e9

উত্তৰ পূৱ সীমান্ত ৰে’লৱেৰ ভাৰোত্তোলক মীৰাবাই চানুৰ নতুন অভিলেখ স্থাপন

index.jpg8

কৰোনাৰ আতংকত কঁপিছে দেশ! : ২ সপ্তাহৰ লকডাউন ঘোষণা এখন ৰাজ্যত; কোন ৰাজ্য?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd