• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত ৰাইজৰ তৎপৰতাত চোৰাং তেলৰ বৃহৎ ঘাটি উৎখাত; আটক তিনিগৰাকী চোৰ

দীপজ্যোতি শৰ্মা by দীপজ্যোতি শৰ্মা
March 5, 2020 6:17 pm
Oil stock

উৎখাত হোৱা তেলৰ ঘাটি

6.7k
VIEWS
Share on FacebookShare on Twitter

স্থানীয় ৰাইজৰ তৎপৰতাত আজি আবেলি গুৱাহাটী মহানগৰীৰ হেদেৎপুৰত চোৰাং তেলৰ ঘাটি উৎখাত কৰা হয়।

ৰাইজে চোৰাং তেলৰ ঘাটি উৎখাত কৰি এগৰাকী মহিলা সহ তিনিগৰাকী চোৰক আটক কৰি পল্টন বজাৰ আৰক্ষীক গটাই দিয়ে।

ৰাইজে আটক কৰা চোৰ তিনিগৰাকী হ’ল ক্ৰমে-ফুলং আলী, ৰাজীৱ আলম আৰু মনোৱাৰ হুছেইন।

মনোৱাৰ হছেইনৰ ঘৰ বৰপেটাত হোৱাৰ বিপৰীতে ৰাজীৱ আলমৰ ঘৰ বিহাৰত।

ইপিনে, আৰক্ষীয়ে চোৰ তিনিজনৰ স্বীকাৰোক্তিৰ ভিত্তিত চোৰাং তেলৰ ঘাটিৰ মাষ্টাৰ মাইণ্ড কালিয়া ওৰফে কুমুদ জামালক ভাড়াঘৰৰ পৰা আটক কৰে।

উল্লেখযোগ্য যে, ধৃত চোৰ কেইজনৰ লগতে আৰক্ষীয়ে বৃহৎ পৰিমাণত ৰে’লৰ পৰা চুৰি কৰি অনা ডিজেল জব্দ কৰে।

আনহাতে, আৰক্ষীয়ে আন এখন ৰিস্কাত চোৰাং তেল লৈ যোৱা অৱস্থাত তেল ভৰ্তি ৰিস্কাখন জব্দ কৰে। কালিয়া নামৰ তেল মাফিয়া গৰাকীয়ে ৰিস্কাখনত তেল সৰবৰাহ কাৰ্য্যত কেইটামান শিশুক জড়িত কৰিছিল।

আৰক্ষীৰ দলটোক দেখাৰ লগে লগে শিশু কেইটাই ৰিস্কা এৰি পলায়ন কৰে।

হেদাৎপুৰত দীৰ্ঘদিনৰ পৰা চোৰাং তেলৰ ৰমৰমীয়া বেহা চলি আছে বুলি ৰাইজে উল্লেখ কৰাৰ লগতে চোৰাং তেল সৰবৰাহৰ লগত জড়িত মাফিয়া কালিয়াই ড্ৰাগছৰ অবৈধ ব্যৱসায়ৰ লগতো জড়িত আছে বুলি অভিযোগ কৰে।

ৰাইজৰ অভিযোগ অনুসৰি কালিয়া ওৰফে কুমুদ জামালৰ  প্ৰকৃত ঘৰ বিহাৰত৷ কালিয়াই বিজেপি কৰ্মী জাহাংগীৰ আহমেদ আৰ সুজাতা আহমেদ সিঙৰ ঘৰত ভাড়া থাকি চোৰাং তেলৰ ৰমৰমীয়া বেহা চলাই আহিছে।

Recent News

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd