• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিত অভিযানকাৰী দলে উৎখাত কৰে অবৈধ কাঠ ফলা মিল : অসাধু ব্যৱসায়ী দলৰ পলায়ন

NE NOW NEWS বিদ্যুত জ্যোতি বৰা
চামগুৰি , August 18, 2020 6:53 pm

1 min read

index.jpgaa
146
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ শালনা আঞ্চলিক বন কাৰ্যালয়ৰ অন্তৰ্ভুক্ত চামগুৰি পেনাইত বন বিভাগে অভিযান চলাই অধৈধ কাঠ ফলা মিল উৎখাত কৰাৰ লগতে মিলৰ যন্ত্ৰাংশ জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে গোপন খবৰ ভিত্তিত শালনা আঞ্চলিক বন বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত বন পালক কুলেন্দ্ৰ ভূঞাসহ বনৰক্ষীৰ দলে আজি দুপৰীয়া ভাগত চামগুৰিৰ পেনাইত অবৈধ কাঠফলা মিলৰ বিৰুদ্ধে অভিযান চলায়।

দলটোৱে অভিযান কালত আমীৰ আলী নামৰ লোকজনৰ মিলটো উৎখাত কৰাৰ লগতে মিলৰ যন্ত্ৰাংশসমূহ জব্দ কৰিবলৈ সক্ষম হয়।

কিন্তু বনৰক্ষী দলটোৰৰ আগমনৰ উমান পাই অসাধু ব্যৱসায়ী পলাই যাবলৈ সক্ষম হয়।

আনহাতে যোৱা কালি বৰঘূলীত শালনা বন বিভাগে অভিযান চলাই চাইফুল নামৰ লোকজনৰ কাঠ ফলা মিলটো উৎখাত কৰিছিল।

ইপিনে বন বিভাগে জব্দ কৰা মিলৰ যন্ত্ৰাংশসমূহ শালনা ৰেঞ্জত ৰাখিছে বুলি বন বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে ।

Recent News

Bird-750x375

বৰাইল পাহাৰত ৰোমাঞ্চকৰ অভিযান পাঁচ পক্ষীপ্ৰেমীৰ : সন্ধান লাভ বিৰল প্ৰজাতিৰ পক্ষী

সুৰক্ষা কৰ্মীক কামুৰিলে বিডেনৰ কুকুৰে, হোৱাইট হাউচৰ পৰা অপসাৰণ

সুৰক্ষা কৰ্মীক কামুৰিলে বিডেনৰ কুকুৰে, হোৱাইট হাউচৰ পৰা অপসাৰণ

সফলতাৰ ধাৰা অব্যাহত : ৰবী শাস্ত্ৰী টীম ইণ্ডিয়াৰ আটাইতকৈ সফল প্ৰশিক্ষক হিচাপে স্থান লাভ

সফলতাৰ ধাৰা অব্যাহত : ৰবী শাস্ত্ৰী টীম ইণ্ডিয়াৰ আটাইতকৈ সফল প্ৰশিক্ষক হিচাপে স্থান লাভ

a toka

নিৰ্বাচনৰ বতৰ, ৰাজপথত ওলাইছে লাখে লাখে টকা! এইবাৰ বৰপেটাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd