DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, February 3, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চামগুৰিত দুখনকৈ বাহনৰ পৰা প্ৰায় লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
June 14, 2020 9:19 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1.3k
VIEWS
Share on FacebookShare on Twitter

নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মোৱামাৰী আৰু কঠাগুৰিত আজি আৰক্ষী আৰু বন বিভাগৰ লোকে পৃথকে পৃথকে অভিযান চলাই দুখন চোৰাং কাঠ ভৰ্তি গাড়ী জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে চাপানালা খণ্ড বন কাৰ্যালয়ৰ বন বিষয়া নজমুল আহমেদৰ নেতৃত্বত এটা বন কৰ্মী দলে দেওবাৰে এক গোপন সূত্ৰৰ পম খেদি কঠালগুৰি অঞ্চলত চোৰাং কাঠৰ বিৰুদ্ধে অভিযান চলাই।

পৰৱৰ্তী সময়ত বন কৰ্মীৰ দলটোৱে কঠালগুৰি অঞ্চলৰ মেজিগাঁৱৰ পথৰ পৰা মূল্যবান চোৰাংকাঠ ভৰ্তি এএছ ৩ ই ৪৩২৮ নম্বৰৰ টাটা মোৱাইল গাড়ী জব্দ কৰে যদিও গাড়ীখনৰ চালক সহ দুজন লোক পলাই যাবলৈ সক্ষম হয় বুলি বন বিভাৰ এক সূত্ৰই জানিবলৈ দিয়ে৷

বন বিভাগে জব্দ কৰা চোৰাং শাল কাঠৰ ২৫ টা ফান্টা বজাৰৰ মূল্য প্ৰায় অৰ্ধলক্ষাধিক টকা হ’ব বুলি জানিবলৈ দিয়াৰ লগতে বৰ্তমান উক্ত চোৰাং কাঠ ভৰ্তি গাড়ীখন চাপানালা বন কাৰ্যালয়ত আছে বুলি জানিব পৰা গৈছে।

আনহাতে মোৱামাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে দেওবাৰে মোৱামাৰী অঞ্চলৰ পথৰ পৰা এ এছ ০২ ই ৩০৫৯ নম্বৰৰ এখন চোৰাং কাঠ ভৰ্তি গাড়ী জব্দ কৰি পৰৱৰ্তী সময়ত শালনা বনাঞ্চলিক কাৰ্যালয়ৰ এটা বন কৰ্মী দলৰ হাতত চমজাই দিয়ে।

আৰক্ষীয়ে জব্দ কৰা চোৰাং মাকৈ শালৰ ৫৮ টা কাঠৰ টুকুৰাৰ বজাৰ মূল্য প্ৰায় অৰ্ধলক্ষাধিক টকা হ’ব বুলি বন বিভাগে জানিবলৈ দিয়াৰ লগতে উক্ত চোৰাং কাঠ ভৰ্তি গাড়ী খল শালনা বন কাৰ্যালয়ত আছে বুলি জানিবলৈ দিয়ে।

Recent News

Rahul Gandhi writes letter to Modi

‘জোৰ-জুলুম নকৰিব’! প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি কাশ্মীৰী পণ্ডিতৰ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থাৰ আহ্বান ৰাহুল গান্ধীৰ

Jaish module busted

জম্মু-কাশ্মীৰত উৎখাত জইছ-ই-মহম্মদৰ ঘাটি: ৬ সদস্যক গ্ৰেপ্তাৰ, উদ্ধাৰ বিশাল যুদ্ধাস্ত্ৰ ভাণ্ডাৰ

Joshimath-Like Situation In Jammu-Kashmir

জম্মু-কাশ্মীৰত যোশীমঠ সদৃশ সংকট: আতংকই দহিছে স্থানীয় বাসিন্দাক

IndiGo Flies Passenger

অথন্তৰ! পাটনালৈ যাবলগীয়া যাত্ৰীক উদয়পুৰত অৱতৰণ কৰালে ইণ্ডিগ’ বিমানে: তদন্তৰ নিৰ্দেশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd