• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যৰ টেট-ঠিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকলৈ গুৰুত্বপূৰ্ণ ঘোষণা শিক্ষামন্ত্ৰীৰ

কেবিনেট বৈঠকত লোৱা হৈছে তিনিটা বিশেষ সিদ্ধান্ত; বন্ধ কৰি দিয়া হ’ব ৰাজ্যৰ ১৭ খনকৈ বিদ্যালয়

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 7, 2020 5:47 pm
index

শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি দিচপুৰ জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ টেট শিক্ষক, ঠিকাভিত্তিক আৰু ষ্টেটপুল শিক্ষকৰ বাবে কেইবাটাও গুৰুত্ব পূৰ্ণ ঘোষণা কৰে শিক্ষা মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সেই ঘোষণাসমূহ তলত অ-সম্পাদিত ৰূপত আগবঢ়োৱা হ’ল :-

Apply Now
  • সৰ্বশিক্ষাৰ অধীনত ২৯৭০১ গৰাকী টেট শিক্ষকে কাম কৰে। তেওঁলোকে দৰমহা পে-স্কেল চৰকাৰী শিক্ষকৰ সমহাৰত পায়। কিন্তু প্ৰথম নিযুক্তিৰ সময়ত তেওঁলোকৰ ১০০ শতাংশ দৰমহা ভাৰত চৰকাৰে বহন কৰিছিল।
  • এতিয়া ১৫ হাজাৰলৈকে ভাৰত চৰকাৰে বহন কৰে আৰু বাকী সমুদায় ৰাজ্য চৰকাৰে বহন কৰে।
  • অসম চৰকাৰে যোৱা কেবিনেটত এটা সিদ্ধান্ত লৈছে টেট শিক্ষকৰ চাকৰিৰ কাৰ্যকাল ৬০ বছৰ বয়সলৈকে বাহাল থাকিব। অস্থায়ী শব্দটো আঁতৰাই ৬০ বছৰলৈকে বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে।
  • কিছুমান আনুপাতিক সুবিধা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শিক্ষকসকলে চৰকাৰী কৰ্মচাৰীসকলৰ দৰে বছৰি দৰমহা বৃদ্ধি হ’ব। চৰকাৰী শিক্ষকসকলে যিধৰণে ডি.এ পায় সেই ধৰণে টেট শিক্ষকসকলেও পাব। ছুটিৰ ক্ষেত্ৰতো চৰকাৰী শিক্ষকৰ দৰেই ছুটি লাভ কৰিব।
  • এতিয়াৰে পৰা টেটশিক্ষকসকলে বেংকৰ লোণ ল’ব পাৰিব। চৰকাৰী শিক্ষক আৰু টেট শিক্ষকৰ মাজত কোনোধৰণৰ পাৰ্থক্য নাথাকিব।
  • নিয়মীয়াকৰণ নোহোৱাকৈ নিয়মীয়াকৰণৰ যিখিনি সুবিধা দিব পাৰি সেইখিনি দিয়া হ’ব।
  • অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত অনুসৰি ১১২০৬ গৰাকী ষ্টেটপুল শিক্ষকক অহা ১ জুনৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰেগুলাৰ পে-স্কেল লাভ কৰিবলৈ সক্ষম হ’ব। এই ষ্টেট পুল শিক্ষকৰো চাকৰিৰ ম্যাদ ৬০ বছৰলৈ বঢ়াই দিয়া হৈছে।
  • হাইস্কুল সমূহত যি ৫২৪৩ গৰাকী ঠিকাভিত্তিক আছে। প্ৰথম অৱস্থাত তেওঁলোকক ১০ হাজাৰ টকাৰ মাহেকীয়া বেতন ১১ মাহৰ বাবে দিয়া হৈছিল। পৰৱৰ্তী পৰ্যায়ত ১৫ হাজৰ আৰু শেষলৈকে ২০ হাজাৰ টকালৈকে বৃদ্ধি কৰা হৈছিল। এইসকলকো ৰেগুলাৰ পে-স্কেল দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নিয়মীয়া শিক্ষকৰ সম পৰ্যায়ৰ দৰমহা লাভ কৰিব। এওঁলোকৰো চাকৰিৰ সময়সীমা  ৬০ বছৰলৈকে বৃদ্ধি কৰা হৈছে। এওঁলোকেও ৩ শতাংশ মৰগীয়া বানচ লাভ কৰিব।
  • ৰাজ্যৰ ৪৬,১১৩ গৰাকী শিক্ষকে আজিৰ পৰা চৰকাৰী চাকৰিয়ালৰ সম-পৰ্যায়ৰ সুৰক্ষাৰে সা-সুবিধাসমূহ লাভ কৰিব।
  • বিজেপিয়ে শিক্ষকসকলক দিয়া নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ হ’বলৈ গৈ আছে।
  • শিক্ষকৰ প্ৰাদেশীকৰণৰ কাম, অনিয়মীয়া শিক্ষকৰ কামো দ্ৰুতগতিত আগুৱাই আছে।
  • যোৱা বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক বিদ্যালয়তে আনন্দৰাম বৰুৱা বঁটা হিচাপে লেপটপ দিয়াৰ ব্যৱস্থা কৰিব।
  • এইবছৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱাসকলক লেপটপৰ সলনি ২০ হাজাৰ টকাকৈ ছাত্ৰ-ছাত্ৰীসকলক দিয়া হ’ব।
  • বন্ধ কৰি দিয়া হ’ব ৰাজ্যৰ ১৭ খনকৈ বিদ্যালয়। হাইস্কুল শিক্ষান্ত পৰীক্ষাত এগৰাকীও ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ’ব নোৱাৰাৰ বাবে এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ। উক্ত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক কাষৰ অন্য বিদ্যালয়ৰ লগত সংলগ্ন কৰা হ’ব। শিক্ষক-শিক্ষয়িত্ৰীসকলক ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ বদলি কৰা হ’ব।
কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am
ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd