• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাকিস্তানৰ ভূমিত আমেৰিকাৰ সামৰিক ঘাটি নিৰ্মাণ কৰিবলৈ নিদিয়াৰ বাবেই ষড়যন্ত্ৰ; দাবী ইমৰান খানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 9, 2022 3:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ সিংহাসন এৰিব লগা হোৱাৰ এমাহমান হ’ল। পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পাকিস্তান তেহৰিক-ই-ইনচাফ (পিটিআই)ৰ মুৰব্বী ইমৰান খানে আমেৰিকা প্ৰশাসনৰ বিৰুদ্ধে তেওঁৰ অপসাৰণৰ আঁৰত দেশৰ বিৰোধী দলৰ সৈতে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

এইবাৰ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁৰ শাসনকালত আমেৰিকাই পাকিস্তানৰ ভূমিত নিজৰ সেনা ঘাটি নিৰ্মাণ কৰিব বিচাৰিছিল আৰু তেওঁ ইয়াত সন্মত হোৱা নাছিল। তেতিয়াৰ পৰা আমেৰিকান প্ৰশাসনৰ সৈতে তেওঁৰ সম্পৰ্কৰ অৱনতি ঘটিবলৈ ধৰে।

ইমৰান খানে অলপতে বিদেশত বাস কৰা পাকিস্তানী নাগৰিকসকললৈ এটা ভিডিঅ’ বাৰ্তা পোষ্ট কৰিছে। পাকিস্তানৰ এখন আগশাৰীৰ দৈনিকৰ মতে, তেওঁ তাত আমেৰিকান সেনা ঘাটি নিৰ্মাণৰ প্ৰস্তাৱৰ কথা উল্লেখ কৰিছিল।

Apply Now

লগতে পঢ়ক: ভাৰত-বাংলাদেশ সীমান্তৰ পৰা ১৪ জন ৰহিংগীয়া লোকক আটক

ইমৰানে কৈছিল যে তেওঁ কেতিয়াও আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰস্তাৱত সন্মত নহ’লহেঁতেন। সেয়েহে তেওঁক অপসাৰণ কৰা হয়। ইমৰানে শেহতীয়াকৈ এটা পডকাষ্টতো একেটা কথাই কৈছিল। হোৱাইট হাউচে ইতিমধ্যে তেওঁ প্ৰধানমন্ত্ৰী হৈ থাকোতে পাকিস্তানৰ বিৰোধী দলসমূহৰ সৈতে মিত্ৰতা কৰি অপসাৰণ কৰাৰ অভিযোগ নাকচ কৰিছে যদিও ইমৰান এতিয়াও তেওঁৰ দাবীত অটল হৈ আছে।

যোৱা বছৰৰ জুনত এক সাক্ষাৎকাৰত ইমৰান খানে কৈছিল যে আমেৰিকাই আফগানিস্তানত সন্ত্ৰাসবাদ বিৰোধী অভিযান চলাবলৈ তেওঁলোকৰ দেশত ঘাটি নিৰ্মাণ কৰিব বিচাৰিছিল, কিন্তু তেওঁ এইটো হোৱাটো বিচৰা নাছিল। চীন আৰু ৰাছিয়াৰ সৈতে পাকিস্তানৰ বন্ধুত্ব আমেৰিকাই কেতিয়াও গ্ৰহণ কৰা নাই।

“আমেৰিকাই কেতিয়াও বিচৰা নাছিল যে পাকিস্তান চৰকাৰে নিজে সিদ্ধান্ত লওক। মই সদায় এটা বৈদেশিক নীতি বিচাৰিছিলো যি আন এখন দেশৰ বাবে নহয়, এই দেশৰ উন্নয়নৰ পক্ষপাতী। ”

ভিডিঅ’ বাৰ্তাটোত, ইমৰানে বৰ্তমানৰ পাকিস্তান চৰকাৰতো লক্ষ্য কৰি লৈছে। প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফক আক্ৰমণ কৰি তেওঁ কয় যে এতিয়া সমগ্ৰ দেশ দুৰ্নীতিগ্ৰস্ত মাফিয়াৰ হাতলৈ গৈছে।

লগতে পঢ়ক: চীনক প্ৰত্যাহ্বান জনোৱাৰ লক্ষ্যৰে ভূটান সীমান্তৰ নাগ্ৰীজুলিত উত্তৰ পূৱৰ ভিতৰতেই বৃহৎ অস্ত্ৰ ভাণ্ডাৰ নিৰ্মাণৰ প্ৰস্তুতি

অৱশ্যে, ইমৰানে তেওঁক আৰু তেওঁৰ দল পিটিআইক সমৰ্থন কৰা বিদেশৰ নাগৰিকসকলক ধন্যবাদ জনাবলৈ পাহৰা নাই। তেওঁ তেওঁৰ দল পিটিআইৰ বাবে প্ৰবাসীসকলৰ পৰা আৰ্থিক সহায় বিচাৰিছে। তেওঁ অহা ২০ মে’ত “ইছলামাবাদ চলো” অভিযানৰ পৰিকল্পনা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd