• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিহাৰত ভয়াৱহ গৰমত দুঘণ্টাতে ১৬ জন লোকৰ মৃত্যু! হাস্পাতালত কৰুণ পৰিস্থিতি

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 31, 2024 8:48 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তীব্ৰ গৰমৰ বাবে বিহাৰত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হৈছে। গ্ৰীষ্মপ্ৰবাহ চলি থকাৰ মাজতে ঔৰংগাবাদত দুঘণ্টাতে ১৬ জন লোকে প্ৰাণ হেৰুৱাইছে! বুধবাৰে তাত সৰ্বোচ্চ তাপমাত্ৰা ৪৮.২ ডিগ্ৰী চেলছিয়াছ আছিল। বৃহস্পতিবাৰে তাপমাত্ৰা ৪৪ ডিগ্ৰীলৈসামান্য হ্ৰাস পায়। এই চহৰখন বৰ্তমান বিহাৰৰ আটাইতকৈ উষ্ণ অঞ্চল। ৰাজ্যৰ বাকী অংশতো একেধৰণৰ পৰিস্থিতি হৈছে।

সংবাদ মাধ্যমৰ আগত বৃহস্পতিবাৰে এজন চিকিৎসকে ঔৰংগাবাদৰ এখন চিকিৎসালয়ত ৩৫ জন ৰোগীক ভৰ্তি কৰা বুলি জানিবলৈ দিয়ে। গৰমৰ ফলত আটাইকেইজন অসুস্থ হৈ পৰে। ইয়াৰে ১৬ জন লোকৰ মৃত্যু হয়। সমগ্ৰ চিকিৎসালয় চৌহদটো ক্ষন্তেকতে শ্মশান সদৃশ হৈ পৰে। মৃতকৰ পৰিয়ালৰ কান্দোনত মৰ্মান্তিক পৰিৱেশৰ সৃষ্টি হয়।

অৱশ্যে চিকিৎসালয়খনত পৰ্যাপ্ত পৰিমাণৰ ঔষধ, বৰফৰ পেক আৰু কুলাৰ ৰখা হৈছে বুলি চিকিৎসকে জানিবলৈ দিয়ে। চিকিৎসকসকলো সাজু হৈছে। এনে পৰিস্থিতিৰ সৈতে পুনৰ মোকাবিলা কৰিবলৈ সাজু হৈছে চিকিৎসালয় কৰ্তৃপক্ষ।

Apply Now

বিগত কিছুদিন ধৰি বিহাৰত তাপমাত্ৰাই এক অভিলেখ স্পৰ্শ কৰিছে। প্ৰশাসনে ৮ জুনলৈকে সকলো চৰকাৰী, বেচৰকাৰী বিদ্যালয়, কোচিং ইনষ্টিটিউট আৰু অংগনবাড়ী কেন্দ্ৰ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

কিন্তু তাৰ আগেয়ে বিভিন্ন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী অজ্ঞান হৈ পৰাক লৈ বিতৰ্কৰ সৃষ্টি হয়। শ্বেখপুৰা জিলাৰ এখন চৰকাৰী বিদ্যালয়ত কমেও ১৬ গৰাকী ছাত্ৰী অচেতন হৈ পৰাৰ খবৰ পোৱা গৈছে। কিন্তু এম্বুলেঞ্চ আহি নোপোৱাৰ বাবে দুচকীয়া আৰু ই-ৰিক্সাত তেওঁলোকক চিকিৎসালয়ত নি ভৰ্তি কৰোৱা হয়।

একেদৰে বেগুছৰাই আৰু জামুইতো ছাত্ৰ-ছাত্ৰী অসুস্থ হোৱাৰ খবৰ আহিছিল। তথাপি বিহাৰ চৰকাৰে বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লোৱা নাছিল। তাৰ পিছতে ৰাজ্যৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা আৰজেডি নেতা তেজস্বী যাদৱে নীতিশ চৰকাৰক তীব্ৰ সমালোচনা কৰে।

তেজস্বীয়ে কয় “বিহাৰত গণতন্ত্ৰ নাই। চৰকাৰ নাই। কিয় ইমান দুৰ্বল মুখ্যমন্ত্ৰী? তাপমাত্ৰা ৪৭ ডিগ্ৰী চেলছিয়াছ পালে, চিকিৎসকে শিশুসকলক নিৰাপদ স্থানত থাকিবলৈ কয়, ইয়াৰ পিছতো স্কুল খোলা আছে!”

অৱশ্যে সমালোচনা তীব্ৰতৰ হোৱাৰ লগে লগে বিহাৰৰ মুখ্যমন্ত্ৰীয়ে বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লয়। কিন্তু তাৰ অলপ পিছতে কম সময়ৰ ভিতৰতে ১৬ জন লোকৰ মৃত্যুৰ ফলত ৰাজ্যত আতংক বিয়পি পৰে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am
বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

বিধায়কৰ নতুন গাড়ী, চালকৰ দৰমহা মাহে ৭৫ হাজাৰ! বিজয় চৰকাৰৰ সিদ্ধান্তক লৈ বিতৰ্ক

August 19, 2026 9:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd