• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ব্ৰাডাৰ্ছৰ উদ্যোগত মাজুলীত দীৰ্ঘম্যাদী ‘গ্ৰাম্য নিৰ্মাণ অভিযান’ৰ শুভাৰম্ভ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 25, 2021 6:59 pm
ফটো : নৰ্থ-ইষ্ট নাও

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বচ্ছতা, জৈৱিক কৃষি,বয়ন শিল্পৰ লগতে বাঁহ, কাঠ আৰু বেতেৰে সামগ্রী নিৰ্মাণ কৰাৰ উপৰি প্ৰকৃত গুণগত শিক্ষাৰ দ্বাৰা ব্যৱহাৰিক দিশত এখোজ আগুৱাই মাজুলীৰ চেলেক, চেলেক চেঁচাচুক আৰু পুৰণা চাপৰি সামৰি তিনিখন গাঁৱৰ জীৱন প্ৰণালী উন্নত মানৰ কৰি আত্মনিৰ্ভৰশীলতাৰে গঢ়ি তুলি নিশ্চিতভাৱে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ব।

এই বক্তব্য বিশ্ব সংসদ সন্থাৰ আন্তৰ্জাতিক সদস্য, অৰ্ধশতাধিক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা প্ৰাপক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ড০ দিব্যজ্যোতি শইকীয়াৰ।

Apply Now

২৪জানুৱাৰিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ব্ৰাডাৰ্ছ (Brothers) ৰ উদ্যোগত তথা ব্ৰডাৰ্ছৰ সচিব প্ৰধান ড০ দিব্যজ্যোতি শইকীয়াৰ নেতৃত্বত মাজুলীৰ চেলেক, চেলেক চেঁচাচুক, আৰু পুৰণা চাপৰিকলৈ তিনিখন গাঁৱৰ চাৰি শতাধিক ঘৰ সামৰি স্বচ্ছ, জৈৱিক আৰু আত্মনিৰ্ভৰ গ্ৰাম্য নিৰ্মাণৰ জৰিয়তে উন্নত জীৱন প্ৰণালীৰে দেশৰ ভিতৰতে পৰিষ্কাৰ আৰু সবল গাঁও হিচাপে নিৰ্মাণৰ হেতু শুভাৰম্ভ কৰা হয়।

চেলেক গাঁৱত ফিটা কাটি হাতত ঝাড়ুলৈ শুভাৰম্ভ কৰে মাজুলীৰ বিবেকানন্দ বিদ্যালয়ৰ অধ্যক্ষ নীলকান্ত পেগুৱে।

নীলকান্ত পেগু, স্থানীয় সমাজকৰ্মী ললিত কুলী আৰু গ্ৰাম্য নিৰ্মাণ অভিযানৰ মুখ্য আহ্বায়ক ড০ দিব্যজ্যোতি শইকীয়াৰ লগতে শতাধিক পুৰুষ মহিলাই হাতত বাঁহৰ ঝাড়ুলৈ গাঁৱৰ পথৰ উপৰি খেল পথাৰ আৰু ৰাজহুৱা স্থান পৰিষ্কাৰ কৰে।

পৰিষ্কাৰ পৰ্ব্বৰ পিছতেই, মীগাং দলে আৰু দেৱকান্ত পাতিৰৰ নেতৃত্বত ব্ৰডাৰ্ছৰ সদস্য সকলে দুই শতাধিক বৃক্ষ ৰোপণ কৰে।

বৃক্ষ ৰোপণৰ পিছতেই সমাজকৰ্মী ললিত কুলিৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত গ্ৰাম্য নিৰ্মাণ অভিযানৰ লক্ষ্য আৰু উদ্দেশ্য সন্দৰ্ভত বিস্তৃত বাখ্যা আগবঢ়াই গ্ৰাম্য নিৰ্মাণ অভিযানৰ মুখ্য আহ্বায়ক, বিশ্ব মানৱধিকাৰ সুৰক্ষা পৰিষদৰ আন্তঃৰাষ্ট্ৰীয় সদস্য ড০ দিব্যজ্যোতি শইকীয়াই।

তেওঁ ভাষণ প্ৰসংগত কয়, ‘এই অভিযান এক দীর্ঘম্যাদী অভিযান। এই দীৰ্ঘম্যাদী অভিযান কেৱল এই অঞ্চল বা মাজুলীতেই যে এক নতুন দিগন্তৰ সূচনা কৰিব এনে নহয়। এই অভিযানৰ ফলত দেশ তথা বিদেশতো এই অঞ্চলৰ ধণাত্মক দিশ সমূহে প্ৰভাৱ বিস্তাৰ কৰিব’।

সভাত শিক্ষাবিদ নীলকান্ত পেগু, এম এ চি ৰ প্ৰাক্তন সদস্য ৰঞ্জনা দলে, ব্ৰডাৰ্ছৰ মীগাং দলে আদি লোকসকলে ড০ দিব্যজ্যোতি শইকীয়াৰ প্ৰচেষ্টাক ভূয়সী প্ৰশংসা কৰে।

সভাৰ শেষত এখনি  ১২জনীয়া সমিতি গঠন কৰা হয়।

উক্ত অনুষ্ঠানৰ মুখ্য আকৰ্ষণ আছিল কলপাত আৰু কল পটোৱাত খাদ্য খোৱা, বাঁহৰ গিলাচত পানী আৰু চাহ খোৱা, বাঁহৰ ডাষ্ট বিনত যাবৰ পেলোৱা আদি।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৮ সংখ্যক আবিৰ্ভাৱ তিথি; গুৰুবন্দনাৰে মুখৰিত ৰাজ্য

September 21, 2026 12:12 pm
নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

নগাঁও লোকসভাৰ উপ-নিৰ্বাচনৰ বাবে ৪০ গৰাকী তাৰকা প্ৰচাৰকৰ নাম প্ৰকাশ কৰিলে কংগ্ৰেছে

September 21, 2026 11:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd