DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 27, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

শিৱসাগৰত ৰাষ্ট্ৰ সেৱিকা সমিতিৰ উদ্যোগত আয়োজিত পৰিয়াল প্ৰবোধন কাৰ্য্যক্ৰম সম্পন্ন

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 16, 2018 7:48 am
Sivasagar rastra samiti

ফটো : নৰ্থ-ইষ্ট নাও

464
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰ সেৱিকা সমিতি শিৱসাগৰ জিলা শাখাৰ উদ্যোগত ১৫ ডিচেম্বৰ অৰ্থাৎ শনিবাৰে শিৱসাগৰ যুৱ দ’লত অনুষ্ঠিত হয় পৰিয়াল প্ৰবোধন কাৰ্য্যক্ৰম। ভাৰতীয় সভ্যতাৰ প্ৰাচীন পৰিয়াল ব্যৱস্থাক যুগৰ লগত মিলাই আগবঢ়াই নিয়াৰ প্ৰয়াসেৰে এই কাৰ্যসূচী অনুষ্ঠিত হয়।

অনুষ্ঠানত ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ অখিল ভাৰতীয় সম্পৰ্ক প্ৰমুখ হালদেৰকাৰ উপস্থিত থাকি ভাষণত কয় যে অসমীয়া সমাজৰ প্ৰাচীন পৰিয়াল ব্যৱস্থাত আদৰ্শ বৰ্তাই ৰখাৰ প্ৰয়াস কৰি আহিছে ৰাষ্ট্ৰ সেৱিকা সমিতিয়ে। আজিৰ ব্যস্ততা পূৰ্ণ যুগত আমাৰ পৰিয়ালৰ সদস্যৰ লগত মৰম স্নেহ কমি গৈছে, যাৰ বাবে ঘৰুৱা হিংসা, মানসিক অত্যাচাৰ আদি বাঢ়ি গৈছে।

ইয়াৰ উপৰি পৰিয়ালৰ মাজত মৰম স্নেহ, একতা, আদৰ্শ বৰ্তাই ৰাখিবলৈ ৰাষ্ট্ৰ সেৱিকা সমিতিয়ে সদাই প্ৰচেষ্টা কৰি যাব বুলি মন্তব্য কৰে ৰাষ্ট্ৰীয় সেৱিকা সমিতিৰ অখিল ভাৰতীয় সম্পৰ্ক প্ৰমুখ গৰাকীয়ে।

অনুষ্ঠানত মুখ্য বক্তা হিচাপে অংশ গ্ৰহণ কৰে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ অসম ক্ষেত্ৰৰ কাৰ্য্যবাহ ডাঃ উমেশ চক্ৰৱৰ্তীয়ে। আনহাতে প্ৰমুখ হালদেৰকাৰৰ উপৰি শিৱদৌলৰ মুখ্য পুৰোহিত সুৰেশ বৰঠাকুৰ, ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ কন্যা জয়শ্ৰী চলিহাকে ধৰি বহুকেজন বিশিষ্ট ব্যক্তিয়ে উক্ত অনুষ্ঠানত উপস্থিত থাকে।

Recent News

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা-২০২২ৰ ফলাফল: কলা শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result 2022

HS Result 2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ বাণিজ্য শাখাৰ প্ৰথম দহটা স্থানত কোন কোন?

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা; কলাত ৮৩.৮৪, বিজ্ঞানত ৯২.১৯ আৰু বাণিজ্যত ৮৭.২৭ শতাংশ উত্তীৰ্ণ

HS result-2022: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা; কলাত ৮৩.৮৪, বিজ্ঞানত ৯২.১৯ আৰু বাণিজ্যত ৮৭.২৭ শতাংশ উত্তীৰ্ণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd