• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজৱ! এইখন দেশত পত্নীৰ জন্মদিন পাহৰিলে আইনমতে হয় শাস্তি, ভৰিব লাগে জৰিমনা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 16, 2020 7:52 pm
Birthday-Surprise-Ideas-for-Wife

প্ৰতিনিধিত্বমূলক ফটো: সৌজন্য: ইন্টাৰনেট

3.3k
VIEWS
Share on FacebookShare on Twitter

পৃথিৱীৰ এনে বহু দেশ আছে য’ত কিছুমান আইন বন্ধা আছে যিবোৰ শুনিলে সঁচাকৈয়ে আজৱ বুলিয়েই মনলৈ ভাৱ আহিব।

দক্ষিণ প্ৰশান্ত মহাসাগৰীয় স্বাধীন দ্বীপৰাষ্ট্ৰ ছামোৱাত আছে এনে এক নিয়ম যিটো নামানিলে তাৰ পুৰুষে শাস্তিৰ সন্মুখীন হ’বলগীয়া হয়।

নিউজিলেণ্ডৰ প্ৰায় ২৯০০ কিলোমিটাৰ উত্তৰ-পূবত অৱস্থিত এই ৰাষ্ট্ৰখন ১৯৬২চনত স্বাধীন ৰাষ্ট্ৰ হিচাপে গঠিত হয় আৰু ইয়াৰ ৰাজধানী, প্ৰধান চহৰ তথা বাণিজ্যিক কেন্দ্ৰৰ নাম হৈছে আপিয়া।

এই দেশখনত বিবাহিত পুৰুষসকলে লাগিলে নিজৰ জন্মদিনৰ কথা পাহৰিয়েই যাওক, কিন্তু ভুলতো নিজৰ পত্নীৰ জন্মদিন পাহৰিব নোৱাৰিব।

কিয়নো দেশখনত এইটো এটা শাস্তিযোগ্য অপৰাধ। ছামোৱাত থাকিলে অন্তত এই কথা কেতিয়াও নহ’ব।

দেশখনত আছে এনেকুৱা এক আইন য’ত পত্নীৰ জন্মদিন পাহৰাটো শাস্তিযোগ্য অপৰাধ। দেশখনত এনে বহু আমোদজনক আইন আছে যদিও তাৰ ভিতৰত এইটো হৈছে অন্যতম।

দেশখনৰ প্ৰতিজন পুৰুষেই নিজৰ পত্নীৰ জন্মদিনটো মনত ৰাখিবই লাগিব।

যদিহে কিবাকৈ পাহৰে তেতিয়াহ’লে আদালতত গৈ জৰিমনা আদায় দিব লাগিব আৰু সেই জৰিমনা পত্নীয়ে লাভ কৰিব।

আনহাতে, যদিহে পত্নীয়ে বিচাৰে, তেতিয়াহ’লে তেওঁ অভিযোগো দাখিল কৰিব পাৰে। আৰু যদি পত্নীৰ জন্মদিন পাহৰি যোৱাৰ কাৰণ গ্ৰহণযোগ্য নহয় তেতিয়া স্বামী গ্ৰেপ্তাৰৰ সন্মুখীনো হ’ব পাৰে।

পিচে, ইমান জঞ্জালত সোমোৱাতকৈ পত্নীৰ জন্মদিন মনত ৰখা আৰু জন্মদিনত পত্নীক ভাল এটা উপহাৰ দি আপদ দূৰত ৰখাই ভাল নহয় জানো?

Recent News

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

আহমেদাবাদৰ বিমান দুৰ্ঘটনাঃ অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ক প্ৰাৰম্ভিক প্ৰতিবেদন দাখিল!

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত তিনিটা ৰাষ্ট্ৰীয় ক্ৰীড়া পুৰস্কাৰ: অসম অলিম্পিক সন্থাৰ ঐতিহাসিক সিদ্ধান্ত

চাকৰিৰ ক্ষেত্ৰত থলুৱা মহিলাসকলে লাভ কৰিব ৩৫ শতাংশ সংৰক্ষণ : ঘোষণা বিহাৰ চৰকাৰৰ

চাকৰিৰ ক্ষেত্ৰত থলুৱা মহিলাসকলে লাভ কৰিব ৩৫ শতাংশ সংৰক্ষণ : ঘোষণা বিহাৰ চৰকাৰৰ

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

পুনৰ অভিনয় জগতলৈ স্মৃতি ইৰাণী! দেখা যাব জনপ্ৰিয় ধাৰাবাহিক ‘Kyunki Saas Bhi Kabhi Bahu Thi-2’ ত তুলসী ৰূপত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd