• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ইউ এছ অ’পেন টেনিছ প্ৰতিযোগিতাৰ ষ্টেডিয়ামক ৰূপান্তৰ কৰা হ’ল ৩৫০ খন বিচনাযুক্ত চিকিৎসালয়লৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 31, 2020 4:48 pm
US Open
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কৰ বিলি জেন কিং ৰাষ্ট্ৰীয় টেনিছ চেণ্টাৰক ৩৫০ খন বিচনাযুক্ত অস্থায়ী চিকিৎসালয়লৈ ৰূপান্তৰ কৰা হৈছে বুলি ইউ এছ টেনিছ সংস্থাই জানিবলৈ দিয়ে।

নিউয়ৰ্ক বিলি জেন কিং ৰাষ্ট্ৰীয় টেনিছ চেণ্টাৰত ইউ এছ অ’পেন টেনিছ টুৰ্ণামেণ্ট অনুষ্ঠিত হৈ আহিছিল।

Apply Now

‘‘এয়া আমাৰ ঘৰ….আমি এই সময়ত সকলোৱে একেলগে আছো,’’ টেনিছ সংস্থাৰ এগৰাকী মুখপাত্ৰই কয়।

উল্লেখযোগ্য যে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ কেবল মাত্ৰ নিউয়ৰ্ক চহৰতে ৬০,০০০-কৈ অধিক লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

আনহাতে, আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্তমানলৈ ১,৭০,০০০-কৈ অধিক লোক মহামাৰী ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে।

ভাৰতত ১৪০০-কৈ অধিক লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে ৪০ গৰাকী লোক এই ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে।

ক’ৰ’না ভাইৰাছৰ ভয়াবহ সংক্ৰমণৰ বাবে সমগ্ৰ বিশ্বত ক্ৰীড়া প্ৰতিযোগিতা সমূহ পিছুৱাই গৈছে অথবা বাতিল হৈছে।

জাপানৰ টকিঅ’ত অনুষ্ঠিত হ’বলগীয়া ২০২০ বৰ্ষৰ অলিম্পিক প্ৰতিযোগিতা ২০২১ বৰ্ষৰ জুলাই-আগষ্ট মাহলৈ পিছুৱাই দিয়া হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰকাৰী প্ৰকল্প ঘোষণাৰ পূৰ্বেই মুখ্যমন্ত্ৰী মোহন যাদৱৰ পৰিয়ালে ক্ৰয় কৰিলে বৃহৎ পৰিমাণৰ ভূমি, উচ্চস্তৰীয় তদন্তৰ দাবী কংগ্ৰেছৰ

চৰকাৰী প্ৰকল্প ঘোষণাৰ পূৰ্বেই মুখ্যমন্ত্ৰী মোহন যাদৱৰ পৰিয়ালে ক্ৰয় কৰিলে বৃহৎ পৰিমাণৰ ভূমি, উচ্চস্তৰীয় তদন্তৰ দাবী কংগ্ৰেছৰ

June 23, 2026 7:34 pm
পদ্মভূষণ লাভ কৰিলে জনপ্ৰিয় কন্ঠশিল্পী অলকা য়াগ্নিকে

পদ্মভূষণ লাভ কৰিলে জনপ্ৰিয় কন্ঠশিল্পী অলকা য়াগ্নিকে

June 23, 2026 7:28 pm
পাকিস্তান চৰকাৰৰ হঠকাৰী সিদ্ধান্ত, বলোচ আন্দোলনৰ নেত্ৰী মাহৰং বলোচক যাৱজ্জীৱন কাৰাদণ্ড

পাকিস্তান চৰকাৰৰ হঠকাৰী সিদ্ধান্ত, বলোচ আন্দোলনৰ নেত্ৰী মাহৰং বলোচক যাৱজ্জীৱন কাৰাদণ্ড

June 23, 2026 7:08 pm
শ্বেয়াৰ বজাৰত ভয়ংকৰ খহনীয়া, এদিনতে বিনিয়োগকাৰীৰ ছয় লাখ কোটি টকাৰ লোকচান, ছেনছেক্সৰ ৯০০ পইণ্টৰ পতন

শ্বেয়াৰ বজাৰত ভয়ংকৰ খহনীয়া, এদিনতে বিনিয়োগকাৰীৰ ছয় লাখ কোটি টকাৰ লোকচান, ছেনছেক্সৰ ৯০০ পইণ্টৰ পতন

June 23, 2026 6:14 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰকাৰী প্ৰকল্প ঘোষণাৰ পূৰ্বেই মুখ্যমন্ত্ৰী মোহন যাদৱৰ পৰিয়ালে ক্ৰয় কৰিলে বৃহৎ পৰিমাণৰ ভূমি, উচ্চস্তৰীয় তদন্তৰ দাবী কংগ্ৰেছৰ

চৰকাৰী প্ৰকল্প ঘোষণাৰ পূৰ্বেই মুখ্যমন্ত্ৰী মোহন যাদৱৰ পৰিয়ালে ক্ৰয় কৰিলে বৃহৎ পৰিমাণৰ ভূমি, উচ্চস্তৰীয় তদন্তৰ দাবী কংগ্ৰেছৰ

June 23, 2026 7:34 pm
পদ্মভূষণ লাভ কৰিলে জনপ্ৰিয় কন্ঠশিল্পী অলকা য়াগ্নিকে

পদ্মভূষণ লাভ কৰিলে জনপ্ৰিয় কন্ঠশিল্পী অলকা য়াগ্নিকে

June 23, 2026 7:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd