• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

মল্লযুঁজাৰুৰ প্ৰতিবাদলৈ অংগুষ্ঠ! ফেডাৰেচনৰ সভাপতি পদত ব্ৰিজ ভূষণৰ ঘনিষ্ঠ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 21, 2023 6:04 pm
WFI Brij Bhushan Sharan Singh
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যৌন নিৰ্যাতনৰ অভিযোগ তুলি বিজেপি সাংসদ তথা ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ তদানীন্তন সভাপতি ব্রিজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিছিল দেশৰ আগশাৰীৰ মল্লযুঁজাৰুসকলে। এই দীৰ্ঘদিনিয়া আন্দোলনৰ মাজতে সভাপতি হিচাপে ব্ৰিজ ভূষণৰ কাৰ্যকাল সমাপ্ত হৈছিল।

ইয়াৰ পিছতে প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে ফেডাৰেচনৰ নিৰ্যাতনত ব্ৰিজ ভূষণৰ কোনো আত্মীয় তথা সহযোগীক অৱতীৰ্ণ হোৱাত বাধা আৰোপ কৰিবলৈ দাবী জনাইছিল। মল্লযুঁজাৰুসকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই দেশৰ ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰেও এই বিষয়ত তেওঁলোকক আশ্বস্ত কৰিছিল।

Apply Now

কিন্তু আজি ফেডাৰেচনৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত ব্রিজ ভূষণ শৰণ সিঙৰে এগৰাকী ঘনিষ্ঠ সহযোগী। ভাৰতীয় মল্লযুঁজ সংস্থাটোৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত হৈছে ব্ৰিজ ভূষণৰ ঘনিষ্ঠ সহযোগী সঞ্জয় সিং।

প্ৰতিবাদী শীৰ্ষ মল্লযুঁজাৰুসকলে সমৰ্থন আগবঢ়োৱা প্ৰাৰ্থী, কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী অনিতা শ্বেওৰানৰ বিৰুদ্ধে জয়েৰে সঞ্জয় সিং নিৰ্বাচিত হয় ফেডাৰেচনৰ সভাপতি ৰূপে। সিঙে নিৰ্বাচনত ৪৭টা ভোটৰ ভিতৰত ৪০ টা ভোটেই লাভ কৰে।

ইয়াৰ পূৰ্বে সঞ্জয় সিঙে উত্তৰ প্ৰদেশৰ মল্লযুঁজ সংস্থাৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৯ চনৰ পৰা তেওঁ ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ যৌথ সচিব আছিল, লগতে শেষৰখন কাৰ্যবাহী পৰিষদৰ অংশ আছিল সঞ্জয় সিং।

উল্লেখ্য যে, ইতিপূৰ্বেই সঞ্জয় সিঙে তেওঁৰ ওচৰত অধিকাংশ ৰাজ্যৰে মল্লযুঁজ ফেডাৰেচনৰ সমৰ্থন আছে বুলি মন্তব্য কৰি নিৰ্বাচনত জয়ী হ’ব বুলি ভৱিষ্যতবাণী কৰিছিল।আজি জয়ৰ পিছত সিঙে একপ্ৰকাৰে ব্ৰিজ ভূষণলৈ সমৰ্থন আগবঢ়াই এই জয় ‘অসত্যৰ বিৰুদ্ধে সত্যৰ অতি বৃহৎ জয়’ বুলি অভিহিত কৰে।

লগতে ব্ৰিজ ভূষণক সমৰ্থন জনাই ‘যিজন ব্যক্তিৰ চৰিত্ৰত তেনে প্ৰৱণতাৰ স্থান নাই, তেওঁৰ বিৰুদ্ধে মল্লযুঁজাৰুসকলে এনে অভিযোগ উত্থাপন কৰিছিল’ বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। লগতে কোনো মহিলা মল্লযুঁজাৰুৰ বিৰুদ্ধে কোনো অন্যায় নহ’ব বুলিও প্ৰতিশ্ৰুতি দিছে সঞ্জয় সিঙে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

September 1, 2026 7:32 am
২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

৫ ছেপ্টেম্বৰত দিল্লীত প্ৰতিবাদ হ’বই! জৰুৰী শুনানিৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

August 31, 2026 8:26 pm
দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

দিল্লীত চলন্ত বাছত পুনৰ নিৰ্ভয়াকাণ্ডৰ দৰে জঘন্য ঘটনা: চালক আৰু কণ্ডাক্টৰৰ কামনাৰ বলি ১৭ বছৰীয়া কিশোৰী

August 31, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

প্ৰষ্টেট কেন্সাৰক লৈ আপোনাৰো ভুল ধাৰণা আছে নেকি? বিশেষজ্ঞ চিকিৎসকৰ পৰা জানি লওক ৫টা গুৰুত্বপূৰ্ণ তথ্য

September 1, 2026 7:32 am
২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

২৬ লাখ লোকে চোৱাৰ পাছতেই কিয় নিষিদ্ধ কৰা হ’ল গুগলৰ ডাটা চেণ্টাৰৰ ভিডিঅ’?

August 31, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd