• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মৰিগাঁও জিলাৰ সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত বিশেষ অৰিহণা যোগাই অহা শব্দশঃৰ কাৰ্যালয় উদ্বোধন

চানু গগৈ by চানু গগৈ
December 3, 2020 12:52 pm
index.jpgk
7.4k
VIEWS
Share on FacebookShare on Twitter

জাগীৰোডৰ পৰা আত্মপ্ৰকাশ হোৱা মাহেকীয়া আলোচনী শব্দশঃৰ শ্যামাপল্লিস্থিত কাৰ্যালয়ৰ দ্বাৰ বুধবাৰে শুভ মুকলি কৰাৰ লগতে অসম দিৱস উদযাপন কৰা হয়৷

নগাঁৱৰ জুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ লক্ষেশ্বৰ কাকতিয়ে বন্তি প্ৰজ্বলনেৰে কাৰ্যালয়ৰ শুভ মুকলি কৰি অসমীয়া ভাষা সাহিত্যৰ দিশত আলোচনীখনৰ উত্তৰোত্তৰ কামনা কৰি কয় যে বৰ্তমানৰ ভাষা-সাহিত্য তথা সংস্কৃতিৰ সংকটপ্ৰায় অৱস্থাত শব্দশঃৰ এই পদক্ষেপ নিঃসন্দেহে শলাগিবলীয়া৷

শব্দশঃ আলোচনীৰ কাৰ্যালয়তে বিয়লি দিুই বজাৰ পৰা এই দিৱস উদযাপন কৰা হয়৷ সভাত সভাপতিত্ব কৰে জুৰীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ লক্ষেশ্বৰ কাকতিয়ে৷

সভাৰ মুখ্য অতিথি জাগীৰোড মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক তথা ক্ষেত্ৰী বি এড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পৱন চন্দ্ৰ গগৈয়ে অসম দিৱস আৰু স্বৰ্গদেউ শব্দটোৰ প্ৰসংগত সাৰুৱা বক্তব্য আগবঢ়ায় লগতে আলোচনীখনৰো দীৰ্ঘায়ু কামনা কৰে৷

সভাত আমন্ত্ৰিত অতিথি হিচাপে শিক্ষয়িত্ৰী তথা সু লেখিকা হিমাক্ষী বৰাই অসম দিৱসৰ লগত সংগতি ৰাখি বক্তব্য প্ৰদান কৰা লগতে স্বৰচিত কবিতা পাঠ কৰে৷

অনুষ্ঠানত সুলেখিকা তথা শিক্ষয়িত্ৰী শিখা গগৈ, বিশিষ্ট কবি তথা শিক্ষক কিশোৰ মনজিৎ বৰা আৰু সুলেখক তথা সমাজকৰ্মী জয়ন্ত সাগৰ শইকীয়াই অসম দিৱসৰ ওপৰত সংগতি ৰাখি বক্তব্য আগবঢ়াৱাৰ লগতে কবি তথা যুৱ সাংবাদিক সংগীতা বৰাই স্বৰচিত কবিতা পাঠ কৰে৷

শব্দঃশৰ সম্পাদিকা তৃষ্ণা গগৈয়ে আঁতধৰা মনোজ্ঞ সাহিত্যনুষ্ঠানটিত বিশিষ্ট সাংবাদিক মৃদুলকুমাৰ ডেকা, প্ৰকাশক প্ৰাণজিৎ ঢেকীয়াল ফুকন , যুৱ সাংবাদিক প্ৰান্তিক শৰ্মা, বিপুল ৰাজকোঁৱৰ, পূবালী পাটৰ, দেৱব্ৰত দেউৰী, ৰ’জমেৰী চুৰিণ, মাধুৰীমা ৰাজকোৱঁৰকে ধৰি শব্দশঃ পৰিয়ালে অনুষ্ঠানত অংশগ্ৰহণ কৰি মনোগ্ৰাহী কৰি তুলে৷

Recent News

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

গৰমত বাৰে বাৰে গা ধোৱে নেকি? তেন্তে পঢ়ি লওক এইটো লেখা

আলফা(স্বা)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ লগত জড়িত নহয় অসম আৰক্ষী : হিমন্ত বিশ্ব শৰ্মা

আলফা(স্বা)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ লগত জড়িত নহয় অসম আৰক্ষী : হিমন্ত বিশ্ব শৰ্মা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd