• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুজৰাটত আচৰিত ঘটনা! ৫৬২ টা ফ্লেটৰ লটাৰীত মুছলমান মহিলাই লাভ কৰিলে এটা ফ্লেট, হিন্দু বাসিন্দাসকলৰ তীব্ৰ আপত্তি

নৰ্থ ইষ্ট নাও অসমীয়া by নৰ্থ ইষ্ট নাও অসমীয়া
June 14, 2024 5:39 pm
12.6k
VIEWS
Share on FacebookShare on Twitter

গুজৰাটৰ বদোদৰাৰ এটা হাউছিং কমপ্লেক্সত ফ্লেট আবণ্টনক লৈ সাম্প্ৰদায়িক বিভাজনৰ সৃষ্টি হৈছে।বদোদৰাৰ হৰ্নি অঞ্চলৰ মটনাথ ৰেচিডেন্সিত লটাৰীৰ জৰিয়তে ৪৬২টা ফ্লেট আবণ্টন দিয়া হৈছে। লটাৰীত এগৰাকী মুছলমান মহিলাই ফ্লেট লাভ কৰিছে। বাকী ৪৬১ ফ্লেটৰ মালিকে মুছলমান মহিলাৰ বুকিং বাতিল কৰিবলৈ দাবী জনাইছে। এই আপত্তি উত্থাপন ৪৬১ গৰাকী ফ্লেটৰ হিন্দু মালিকে। তেওঁলোকৰ মতে, তেওঁলোকে তাত বেলেগ ধৰ্মৰ কাকো থাকিবলৈ নিদিয়ে৷

স্থানীয় প্ৰশাসনে বিশেষ আইনৰ উদ্ধৃতি দি ফ্লেট আবণ্টনৰ ক্ষেত্ৰত আইন উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে হিন্দু বাসিন্দাসকলে।

অশান্ত ক্ষেত্ৰ নামৰ সংশ্লিষ্ট আইন অনুসৰি গুজৰাটৰ যিবোৰ অঞ্চলত দুটা ধৰ্মীয়, জাতিগত বা আন কোনো কাৰণত অবিৰত সংঘাতৰ নজিৰ আছে, সেইবোৰ অঞ্চলত মাটি, ঘৰ, সম্পত্তি আৰু পঞ্জীয়ন ক্ৰয় কৰাৰ আগতে চৰকাৰী কাৰ্যালয়ত স্থানীয় লোকৰ মতামত ল’ব লাগিব । সেই মতামতৰ ভিত্তিত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব। কোৱা হৈছে যে ভৱিষ্যতে অনাহুত পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ এই আইনখন বনোৱা হৈছিল।

বদোদৰাত গৃহ নিৰ্মাণ এক বেলেগ সমস্যা। ২০১৮ চনত ফ্লেট আবণ্টনৰ বাবে লটাৰী অনুষ্ঠিত হৈছিল। তেতিয়া বিক্ষিপ্ত এলেকা আইনৰ অস্তিত্ব নাছিল। ফলত মহিলাগৰাকীৰ বুকিং বাতিল কৰিব পৰা নাই কৰ্তৃপক্ষই।

যদিও এই ঘটনাত প্ৰশাসন অসুবিধাত পৰিছে, দৰাচলতে গুজৰাটৰ হিন্দু অঞ্চলৰ পৰা মুছলমানক খেদি পঠিয়াবলৈ অহৰহ অভিযান চলি আছে। গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ পাছত ইতিমধ্যে দুয়োটা সম্প্ৰদায় মিশ্ৰিত অঞ্চলত বসবাস কৰাৰ পৰিমাণ হ্ৰাস পাইছে। বিশ্ব হিন্দু পৰিষদৰ একালৰ আন্তঃৰাষ্ট্ৰীয় সভাপতি প্ৰবীণ টোগাৰিয়াই হিন্দুসকলক মুছলমানক মাটি আৰু ঘৰ বিক্ৰী নকৰিবলৈ ৰাজহুৱাভাৱে আহ্বান জনাইছিল।

Recent News

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

ইনফ’ছিছৰ নতুন নীতি: নাৰায়ণ মূৰ্তিৰ ৭০ ঘণ্টাৰ বিপৰীতে সৰ্বাধিক কৰ্মৰ সময়ৰ ক্ষেত্ৰত নতুন নীতি গ্ৰহণ

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

বুধবাৰে ভাৰত বন্ধ! কৰ্মবিৰতিত কেইবাটাও খণ্ডৰ ২৫ কোটি কৰ্মচাৰী; স্তব্ধ হৈ পৰিব পাৰে পৰিসেৱা

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd