• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোমবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ অসমত ‘চকা বন্ধ’

লকডাউন নহয়, সোমবাৰৰ পৰা অসমত চলাচল নকৰে যাত্ৰী কঢ়িওৱা বাহন!

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 1, 2020 8:21 pm
lockdown-1594475731

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰৰ পৰা অনিৰ্দিষ্টকাললৈ অসমত ‘চকা বন্ধ।‘

এই চকা বন্ধ ঘোষণা কৰিছে সদৌ অসম মটৰ পৰিবহণ সন্থাই।

Apply Now

নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত এই কথা জনাইছে সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ দাসে।

কি দাবীৰে এই অনিৰ্দিষ্টকালীন চকা বন্ধ ঘোষণা কৰিছে বুলি আমাৰ সাংবাদিকে সোধাত দাসে কয়, ‘লকডাউনৰ মাজত আমাৰ কৰ ৰেহাই দিবলৈ বাৰম্বাৰ আহ্বান জনাই আহিছিলো। যিহেতু যাত্ৰী ৫০ শতাংশ কঢ়িয়াব লাগে গতিকে আমাৰ কৰো ৫০ শতাংশ ৰেহাই দিব লাগে। ৬ মাহ কাল আমি গাড়ী চলাচল নকৰাকৈয়ে এনেই বীমা বহন কৰিলো। আমাৰ বীমাৰ সময় ৬ মাহ বৃদ্ধি কৰিব লাগে।‘

ইপিনে, য’তে ত’তে টোলগেটসমূহ হোৱাৰ বাবে গাড়ীৰ মালিকৰ ওপৰত মাধমাৰ সোধোৱাৰ দৰে হৈছে বুলি উল্লেখ কৰি তেওঁ কয় ‘এই টোলগেটৰ জৰিয়তে চৰম অৰাজকতা চলিছে। গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলি পাৰ হ’লে ১৩৫ টকা লয় আৰু বেলেগ জিলাৰ পৰা অহা যাত্ৰীবাহী বাহনৰ পৰা ৫৩৫ টকা লয়। এইবিলাক কোন দেশৰ নিয়ম?’

উক্ত দাবী সম্বলিত এখন স্মাৰক পত্ৰ পৰিবহন আয়ুক্তলৈ প্ৰেৰণ কৰা হৈছে বুলি দাসে উল্লেখ কৰি লগতে কয় ‘যদি দেওবাৰৰ ভিতৰত আমাৰ দাবীসমূহ মানি নলয় তেন্তে সোমবাৰৰ পুৱাৰ পৰা অনিৰ্দিষ্টকালীনভাৱে চকা বন্ধ ৰাখিম বা যাত্ৰীবাহী গাড়ীৰ চলাচল বন্ধ ৰাখিম।‘

ইপিনে, ৫০ শতাংশ যাত্ৰী কঢ়িয়াবৰ বাবে অনুমতি দিয়াৰ সমান্তৰালকৈ যাত্ৰীৰ পৰা ৫০ শতাংশ ভাড়া বেছিকৈ ল’বলৈ অনুমতি দিবলৈ মটৰ পৰিবহন সন্থাই আহ্বান জনায়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

June 20, 2026 1:32 pm
নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

June 20, 2026 12:55 pm
ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

ফুটবলৰ পৰা জীৱনৰ পাঠ : বিখ্যাত দাৰ্শনিক আলব্যুৰ কেমুৰ দৃষ্টিত খেল আৰু নৈতিকতা

June 20, 2026 12:23 pm
মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

মংগল গ্ৰহৰ শিলত পোৱা গ’ল বিৰল ৰত্নৰ সন্ধান; বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰে সৃষ্টি কৰিছে চাঞ্চল্য

June 20, 2026 12:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

২০ বছৰ, ১২৮ জন সাক্ষী! অৱশেষত মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা পৱনৰাজে নিম্বালকাৰৰ হত্যা গোচৰৰ সকলো অভিযুক্ত দোষমুক্ত

June 20, 2026 1:32 pm
নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

নাগপুৰৰ ছাত্ৰ, পৰীক্ষা কেন্দ্ৰ আবুধাবিত! ‘Re-NEET UG 2026’ৰ পূৰ্বে পুনৰ এনটিএৰ চৰম গাফিলতি

June 20, 2026 12:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd