• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

স্বাধীনতা দিৱসক লৈ সষ্টম আৰক্ষী : তামুলপুৰত আটক এন ডি এফ বি(সং)ৰ লিংকমেন

এন ই নাও নিউজ by এন ই নাও নিউজ
August 13, 2018 10:29 am
এন ডি এফ বি লিংকমেন

বাক্সাৰ তামুলপুৰৰ চিকনিবাৰীত আৰক্ষী-সেনাৰ অভিযানত আটক এন ডি এফ বি (সং)ৰ লিংকমেন।

172
VIEWS
Share on FacebookShare on Twitter

স্বাধীনতা দিৱসত ৰাজ্যখনত উগ্ৰপন্থী সংগঠনসমূহে যাতে কোনো ধৰণৰ কূটাঘাটমূলক কাৰ্য্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষী প্ৰশাসন সম্পূৰ্ণ সষ্টম হৈ পৰিছে। চোৰাংচোৱা বাহিনীৰ তথ্যৰ ভিত্তিত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। ইয়াৰ সমান্তৰালভাৱে আৰক্ষীয়ে ব্যাপক তালাচী অভিযান চলাইছে।

ইয়াৰ মাজতে দেওবাৰে বাক্সা জিলাৰ তামুলপুৰৰ চিকনিবাৰীত তামুলপুৰ আৰক্ষী আৰু সেনাৰ যুটীয়া অভিযানত এন ডি এফ বি (সং)ৰ এজন লিংকমেন আটক কৰা হয়। ধৃত লিংকমেনজনক শোণিতপুৰ জিলাৰ ৰিংকু স্বৰ্গীয়াৰী বুলি চিনাক্ত কৰা হৈছে। লিংকমেনজনৰ পৰা আৰক্ষীয়ে এটা ৭.২৫ চাইনীজ পিষ্টল উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে যোৱা ১১ আগষ্টত তিনিচুকীয়া জিলাৰ বৰডুমচাৰ কলিয়াজানত আলফা (স্বা)ৰ লগত লিংকমেন হিচাপে জড়িত থকাৰ অভিযোগত সেনাই এজন লোকক আটক কৰিছিল। ধৃত লোকজনক জাগুন আৰক্ষী চকীৰ অধীনৰ ৱাৰা বস্তিৰ নিবাসী নাজিৰ আহমেদ বুলি চিনাক্ত কৰা হয়।

বৰডুমচা আৰক্ষী আৰু ২৩ নং পাঞ্জাব ৰেজিমেণ্টৰ যুটীয়া অভিযানত আটকাধীন লিংকমেনজনৰ কবলৰ পৰা সেনা-আৰক্ষীয়ে এটা পইণ্ট টু টু পিস্তল, ৫ জাঁ‌ই সক্ৰিয় গুলী আৰু এটা ম’বাইল ফোন জব্দ কৰিছিল।

আনহাতে, যোৱা ৭ আগষ্টত লখিমপুৰত জিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলা অভিযানত বিহপুৰীয়া-নাৰায়ণপুৰ আৰক্ষীয়ে নাৰায়ণপুৰৰ পৰা আলফা (স্বা)ৰ দুজনকৈ লিংকমেন আটক কৰিছিল। আটকাধীন দুই আলফাৰ লিংকমেনৰ স্বাধীনতা দিৱসত জিলাখনত ক’লা পতাকা আৰু আলফা (স্বা)ৰ পতাকা উত্তোলন কৰাৰ পৰিকল্পনা আছিল বুলি প্ৰকাশ পাইছিল।

এই সকলো ঘটনাক্ৰম লক্ষ্য কৰি স্বাধীনতা দিৱসত ৰাজ্যখনত কূটাঘাত সংঘটিত কৰাৰ বাবে উগ্ৰপন্থী গোটবোৰে যে প্ৰচেষ্টা অব্যাহত ৰাখিছে তাকেই প্ৰমান কৰে। অৱশ্যে এই সকলো ষড়যন্ত্ৰ ব্যৰ্থ কৰি তুলিবলৈ অসম আৰক্ষী প্ৰস্তুত বুলি আৰক্ষীৰ এক সূত্ৰই জানিব দিছে।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd