• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্ব লিংগ ব্যৱধান সূচকাংকত ১২৯ সংখ্যক স্থানত ভাৰত; পূৰ্ণ লিংগ সমতাৰ বাবে প্ৰয়োজন হ’ব ১৩৪ বছৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 15, 2024 5:16 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে (১১ জুন) বিশ্ব ৱৰ্ল্ড ইকনমিক ফ’ৰামে প্ৰকাশ কৰা ‘গ্ল’বেল জেণ্ডাৰ গেপ ৰিপ’ৰ্ট ২০২৪’ত ভাৰতে ১৪৬খন দেশৰ তালিকাত ১২৯ নম্বৰ স্থান লাভ কৰিছে, যিটো যোৱা বছৰৰ তুলনাত দুটা স্থান কম। এই সূচকাংকত এটা দশক ধৰি প্ৰথম স্থান দখল কৰা আইচলেণ্ডে এই বছৰো শীৰ্ষস্থান অক্ষুণ্ণ ৰাখিছে।

খবৰ অনুসৰি দক্ষিণ এছিয়াত বাংলাদেশ (৯৯), নেপাল (১১১), শ্ৰীলংকা (১২৫) আৰু ভূটান (১২৪)ৰ পিছতে পঞ্চম স্থানত আছে ভাৰত। আনহাতে, পাকিস্তান এই ৰেংকিঙৰ তলত আছে আৰু বিশ্বজুৰি ১৪৫ নম্বৰ স্থানত আছে, ১৪৬খন দেশৰ ভিতৰত শেষ স্থানত থকা চুডানৰ পৰা ঠিক আগবাঢ়ি আছে চুবুৰীয়া পাকিস্তান।

ডব্লিউ ই এফৰ প্ৰতিবেদন অনুসৰি অৰ্থনৈতিক লিংগ সমতা সৰ্বনিম্ন দেশসমূহৰ ভিতৰত ভাৰতো অন্যতম। ইয়াত আনুমানিক উপাৰ্জিত আয়ৰ লিংগ সমতা ৩০%তকৈ কম বুলি ৰেকৰ্ড কৰা হৈছে। বাংলাদেশ, চুডান, ইৰাণ, পাকিস্তান আৰু মৰক্কোকো এই দেশসমূহৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই দেশসমূহত শ্ৰম শক্তিৰ অংশগ্ৰহণৰ হাৰত লিংগ সমতাৰ মাত্ৰা ৫০%তকৈও কম।

Apply Now

ইয়াত কোৱা হৈছে যে ভাৰতে ২০২৪ চনত লিংগ বৈষম্য ৬৪.১% হ্ৰাস কৰিছে। কিন্তু, যোৱা বছৰৰ ১২৭ নং স্থানৰ পৰা হ্ৰাস পোৱাৰ কাৰণ হৈছে ‘শৈক্ষিক প্ৰাপ্তি’ আৰু ‘ৰাজনৈতিক সবলীকৰণ’ৰ পৰিমাপ সামান্য হ্ৰাস। ডব্লিউ ই এফে কয় যে বিগত চাৰি বছৰ ধৰি ভাৰতৰ অৰ্থনৈতিক সমতাৰ স্ক’ৰ ওপৰলৈ গতি কৰি আহিছে।

মাধ্যমিক শিক্ষাৰ নামভৰ্তিৰ ক্ষেত্ৰত ভাৰতে ভাল প্ৰদৰ্শন কৰিছে। ইয়াত ই লিংগ সমতাৰ ক্ষেত্ৰত প্ৰথম স্থান দখল কৰিছে। তৃতীয় পৰ্যায়ৰ নামভৰ্তিৰ ক্ষেত্ৰত ইয়াৰ স্থান ১০৫, সাক্ষৰতাৰ হাৰত ১২৪ আৰু প্ৰাথমিক শিক্ষাৰ নামভৰ্তিৰ ক্ষেত্ৰত ৮৯ নম্বৰ।

আইচলেণ্ড, ফিনলেণ্ড, নৰৱে, নিউজিলেণ্ড আৰু ছুইডেনে বিশ্ব ৰেংকিঙত শীৰ্ষ পাঁচটা স্থানত আছে। যুক্তৰাজ্যই ১৪ নম্বৰ স্থান লাভ কৰাৰ বিপৰীতে আমেৰিকাই ৪৩ নম্বৰ স্থান লাভ কৰিছে।

এই তালিকা সন্দৰ্ভত ডব্লিউ ই এফৰ পৰিচালন সঞ্চালক সাদিয়া জাহিদীয়ে কয় যে আমি সমতাৰ বাবে ২১৫৮ চনলৈকে অপেক্ষা কৰিব নোৱাৰো। এতিয়া নিৰ্ণায়ক কাৰ্য্যৰ সময়। কিছুমান ইতিবাচক কথাৰ সত্ত্বেও এইবাৰৰ লিংগ ব্যৱধান প্ৰতিবেদনে বিশেষকৈ অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত লেহেমীয়া অগ্ৰগতিৰ ওপৰত আলোকপাত কৰিছে৷

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm
“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

“আৰু যুঁজিব নিবিচাৰো”, হালধীয়া জাৰ্চি সোলোকাই আন্তঃৰাষ্ট্ৰীয় ফুটবলৰ পৰা চিৰবিদায় নেইমাৰৰ

July 29, 2026 5:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd