• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি মোহালিত ভাৰত বনাম দক্ষিণ আফ্ৰিকা; বেয়া বতৰৰ বাহিৰে কোনো শক্তিয়ে ৰোধ কৰিব নোৱাৰা এটা অভিলেখৰ অপেক্ষাত দুয়োটা দল

এন ই নাও নিউজ by এন ই নাও নিউজ
September 18, 2019 4:37 pm
India And Africa

ভাৰত আৰু দক্ষিণ আফ্ৰিকা

2.1k
VIEWS
Share on FacebookShare on Twitter

টি-২০ ক্ৰিকেটত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত প্ৰতিদ্বন্দ্বিতাৰ দীঘল তালিকা নায়।

এতিয়ালৈ ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত মাত্ৰ ১৩ খন টি-২০ ক্ৰিকেট খেল অনুষ্ঠিত হৈছে যাৰ ভিতৰত ভাৰতে ৮ খন আৰু দক্ষিণ আফ্ৰিকাই ৫ খন খেলত জয় লাভ কৰাৰ বিপৰীতে দুখন খেল বৰষুণৰ বাবে পৰিত্যক্ত হয়।

কিন্তু ভাৰতে নিজৰ দেশৰ মাটিত আজিলৈ দক্ষিণ আফ্ৰিকাক টি-২০ খেলত পৰাস্ত কৰিবলৈ সক্ষম হোৱা নায়। দুয়োখন দেশৰ মাজত এতিয়ালৈ ভাৰতৰ মাটিত মাত্ৰ দুখন টি-২০ খেল অনুষ্ঠিত হৈছে আৰু দুয়োখনতে দক্ষিণ আফ্ৰিকা বিজয়ী হৈছে।

আনহাতে, কলকাতা (২০১৫) আৰু ধৰমশালা (২০১৯)ত অনুষ্ঠিত হোৱা খেল দুখন পৰিত্যক্ত হৈছিল।

আজি মোহালীত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টি-২০ শৃংখলাৰ দ্বিতীয়খন খেল অনুষ্ঠিত হ’ব।

আচৰিতভাৱে মোহালি ক্ৰিকেট ষ্টেডিয়ামত ভাৰতে কেতিয়াও টি-২০ খেলত পৰাস্ত হোৱা নায়। মোহালিত ২০০৯ আৰু ২০১৬ চনত ভাৰতে ক্ৰমে শ্ৰীলংকা আৰু অষ্ট্ৰেলিয়াক পৰাস্ত কৰিছিল।

এতিয়া কথাটো হ’ল ভাৰতৰ মাটিত টি-২০ খেলত দক্ষিণ আফ্ৰিকা কেতিয়াও পৰাস্ত  হোৱা নাই বিপৰীতে ভাৰত টি-২০ খেলত মোহালিত কেতিয়াও পৰাস্ত হোৱা নায়।

আজি যিহেতু দুয়োটা দলেই পৰস্পৰৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব সেয়েহে যিকোনো এটা দলে নিশ্চিতভাৱে অভিলেখ গঢ়িবলৈ সক্ষম হ’ব।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd