DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 20, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিডৰ এটা বুষ্টাৰ ভেকচিন ল’বলৈ ব্যক্তিগত চিকিৎসালয়ক দিব লাগিব ১৫০ টকা, ভেকচিনৰ দাম সুকীয়া

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 10, 2022 4:12 pm
ভেকচিন নোলোৱা লোকসকলৰ ক্ষেত্ৰত ১৫ জানুৱাৰীৰ পৰা কঠোৰ হ’ব চৰকাৰ, কেনেধৰণৰ কঠোৰ ব্যৱস্থা?
202
VIEWS
Share on FacebookShare on Twitter

এটা বেজী ল’বলৈ আপুনি হয়তো বেজী দিয়া নাৰ্চ বা আন কোনো স্বাস্থ্যকৰ্মীক ২০ অথবা ৩০ টকা দি পাইছে। কিন্তু কোভিডৰ বুষ্টাৰ পালি গ্ৰহণ কৰিবলৈ আপুনি বেজী দিয়া লোক জনক সেৱাৰ মূল্য হিচাবে দিব লাগিব ১৫০ টকা। বেজী লোৱাৰ বাবদ ১৫০ টকা আৰু ভেকচিনৰ দাম মিলি আপুনি বহু পৰিমাণৰ ধন ব্যক্তিগত চিকিৎসালয়ত আদায় দি আহিব লাগিব।

কোভিডৰ সংহাৰৰ আশংকা কৰিয়েই ভাৰত চৰকাৰে কোভিড ভেকচিনৰ বুষ্টাৰ পালি প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰিছে। আজিৰে পৰা ১৮ বছৰৰ ওপৰৰ লোকসকলক বুষ্টাৰ পালি প্ৰদান কৰা হৈছে।এনে সময়তে কেন্দ্ৰই শনিবাৰে ৰাজ্যসমূহক এই বুলি নিৰ্দেশনা দিয়ে যে বুষ্টাৰ পালিটো প্ৰথম দুটা পালি যি ভেকচিন গ্ৰহণ কৰিছিল সেই ভেকচিনেই হ’ব লাগিব।
ব্যক্তিগত টিকাকৰণ কেন্দ্ৰবোৰে এই বুষ্টাৰ পালি প্ৰদান কৰিব। বুষ্টাৰ পালি প্ৰদানৰ বাবে ভেকচিনৰ মূল দামৰ উপৰি সেৱা মাচুল হিচাপে প্ৰতিটো পালিত সৰ্বাধিক ১৫০ টকা আদায় দিব লাগিব।

আজি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ স্বাস্থ্য সচিবসকলৰ এক বৈঠকত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় স্বাস্থ্য সচিব ৰাজেশ ভূষণে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে কয় যে বুষ্টাৰ পালিৰ বাবে নতুনকৈ পঞ্জীয়নৰ প্ৰয়োজন নহ’ব। পূৰ্বৰ পঞ্জীয়নৰ ভিত্তিতে এই পালি প্ৰদান কৰা হ’ব।

বুষ্টাৰ পালি প্ৰদানৰ সকলো তথ্য বাধ্যতামূলকভাৱে কো-উইন এপত নথিভুক্ত কৰিব লাগিব বুলিও তেওঁ কয়। উল্লেখ্য কেন্দ্ৰীয় চৰকাৰে  এইবুলি ঘোষণা কৰে যে ১৮ বছৰৰ ওপৰৰ লোকসকলক ১০ এপ্ৰিলৰ পৰা কোভিড-১৯ৰ বুষ্টাৰ পালি প্ৰদান কৰা হ’ব।

অৱশ্যে ব্যক্তিগত চিকিৎসালয়তহে ১৮ বছৰৰ ওপৰৰ লোকসকলক কোভিডৰ বুষ্টাৰ ভেকচিন প্ৰদানৰ দিহা কৰা হ’ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

সূত্ৰটোৱে লগতে কয় যে যিসকলৰ বয়স ১৮ বছৰ বা ততোধিক আৰু তেনে বয়সৰ যিসকল লোকে কোভিড ভেকচিনৰ দ্বিতীয় পালি গ্ৰহণ কৰা ন মাহ সম্পূৰ্ণ হৈছে তেওঁলোকে বুষ্টাৰ পালি গ্ৰহণ কৰিব পাৰিব।

Recent News

Russia-Ukraine war

মাৰিঅ’পোলত কেৱল এসপ্তাহত আত্মসমৰ্পণ কৰিছে ১,৭৩০ জন ইউক্ৰেনীয়ান সৈন্যই! দাবী ৰাছিয়াৰ

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Monkeypox: যৌন সম্পৰ্কৰেও বিয়পিব পাৰে মাঙ্কিপক্স; বিশেষজ্ঞসকলে কৰিলে সতৰ্ক

Krishna Janmabhoomi case

কৃষ্ণ জন্মভূমিত মছজিদ বিতৰ্ক: শ্বাহি ইদগাহ মছজিদ আঁতৰাবলৈ কৰা আবেদন দাখিলত অনুমতি আদালতৰ

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

টকাৰ মূল্যত বৃহৎ পতন; প্ৰতি আমেৰিকান ডলাৰত হ’লগৈ ৭৭.৭২ টকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd