DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, August 10, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

২০১৯ৰ জানুৱাৰি বৃহত্তৰ নইডাত অনুষ্ঠিত হ’ব ভাৰত-বাংলা খাদ্য মহোৎসৱ

ৰাজীৱ ৰয় by ৰাজীৱ ৰয়
October 11, 2018 9:52 pm
download (12
326
VIEWS
Share on FacebookShare on Twitter

আগন্তুক বৰ্ষৰ জানুৱাৰিত বৃহত্তৰ নইডাত অনুষ্ঠিত হ’বলগীয়া ইণ্ডাছ ফুড-২ খাদ্য মহোৎসৱত যোগদান কৰিবলৈ বাংলাদেশে এটা শক্তিশালী ক্ৰেতা সঁজাতী দল প্ৰেৰণ কৰিছে।

বৃহত্তৰ নইডাত এই খাদ্য মহোৎসৱখন যুটীয়াভাৱে আয়োজন কৰিছে দুয়োখন দেশৰে বাণিজ্য বিভাগ, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰ্যালয়ে।

ভাৰত-বাংলাদেশ চেম্বাৰ আব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীৰ  (IBCCI) ঢাকাস্থিত সচিব আৰু মুখ্য কাৰ্যবাহী বিষয়া জাহাংগীৰ আলমে এই কথা ঘোষণা কৰিছে। আলমে দিল্লীৰ ভাৰতীয় বাণিজ্য উদগনি পৰিষদৰ (TPCI) কাৰ্যালয় ভ্ৰমণ কৰিছিল। ভাৰত আৰু বাংলাদেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যই ৯ বিলি.ন আমেৰিকান ডলাৰ স্পৰ্শ কৰিছে আৰু ইয়াৰে বাংলাদেশে ৯০০ মিলিয়ন আমেৰিকান ডলাৰৰ সামগ্ৰী ৰপ্তানি কৰিছে।

ভাৰতৰ পৰা বাংলাদেশলৈকে খাদ্য আৰু পানীয় ৰপ্তানিৰ যথেষ্ট সুযোগ আছে। বৰ্তমান বাংলাদেশে আমদানি কৰা খাদ্য আৰু পানীয়ৰ মুঠ মূল্য হৈছে ৫০১৬.৪ মিলিয়ন আমেৰিকান ডলাৰ। ভাৰতে বাংলাদেশলৈ ৩৩২.৪ মিলিয়ন ডলাৰৰ খাদ্য আৰু পানীয় ৰপ্তানি কৰি তৃতীয় স্থানত আছে।

দুয়োদেশৰ মাজত যোগাযোগ উন্নত হ’লে বাণিজ্যৰ আৰু প্ৰসাৰ ঘটিব বুলি আলমে কয়।

ছিংগাপুৰৰ বন্দৰৰ পৰা অধিকাংশ ভাৰত-বাংলাদেশ বাণিজ্য সম্পন্ন হয়। ১৯৬৫ চনলৈকে বাংলাদেশ আৰু ভাৰতৰ বিভিন্ন চহৰক সংযোগ কৰা নদী জলপথসমূহ কাৰ্যক্ষম আছিল। এই নদী জলপথসমূহ নতুনকৈ মুকলি কৰাৰ বাবে শেহতীয়াভাৱে গ্ৰহণ কৰা পদক্ষেপে দুয়ো দেশৰ মাজৰ আন্তৰ্জাতিক বাণিজ্যৰ যাতায়াত সৰল কৰাই নহয়, ভাৰতৰ মূল ভূ-খণ্ডৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলীয় ৰাজ্যসমূহৰ মাজতো যাতায়াত উন্নত কৰিব।
‘ইণ্ডাছ-ফুড’ক বিশ্ব খাদ্য ছুপাৰমাৰ্কেট (World Food Supermarket) হিচাপে বিজ্ঞাপন কৰা হৈছে—যি স্থান ভাৰতৰ খাদ্য আৰু পানীয় সম্পৰ্কীয় সকলো প্ৰয়োজনীয় সামগ্ৰীৰ একোটা স্থানতে পাব পৰা স্থান।

Recent News

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

লালুকত মুখ্যমন্ত্ৰীক তীব্র আক্রমণ ভূপেন কুমাৰ বৰাৰ, ধানুকাক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে কংগ্ৰেছে সহায় কৰিব চি আই ডিক

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ  স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

বহিষ্কৃত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে একাধিক ৰাজ্যত ৰুজু হোৱা গোচৰ দিল্লীলৈ স্থানান্তৰৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

IIT Guwahati

Assam Career : IIT Guwahati প্ৰশাসনিক সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

বিকিনি পিন্ধি ইনষ্টাগ্ৰামত ফটো পোষ্ট! কলকাতাৰ অধ্যাপিকাক ৯৯ কোটি টকাৰ জৰিমনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd