• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এইবাৰ নিয়মৰক্ষাৰ মেচতো ৰেহাই নিদিলে অষ্ট্ৰেলিয়াক! বলাৰৰ শক্তিৰে বিশ্বজয়ীক হৰুৱাই শৃংখলা সামৰিলে টীম ইণ্ডিয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 4, 2023 7:54 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰায়পুৰত বিশ্ব চেম্পিয়ন দলক পৰাস্ত কৰি সূৰ্যকুমাৰৰ টীম ইণ্ডিয়াই টী-২০ শৃংখলাত জয়লাভ কৰে। সেয়ে, দেওবাৰে চিন্নাস্বামীত পঞ্চম আৰু শেষৰ টী-২০ খেলখন মাথো নিয়ম ৰক্ষাৰ মেচ আছিল। যদিও ভাৰতৰ উদ্দেশ্য আছিল শৃংখলাটো অধিক ব্যৱধানত শেষ কৰা।

মেথিউ ৱেডে সামান্য বাধাৰ সৃষ্টি কৰিছিল যদিও শেষ অভাৰত তেওঁ আউট হোৱাৰ লগে লগে ভাৰতীয় অনুৰাগীৰ মুখত বিৰিঙি উঠিল হাঁহি। ভাৰতীয় বলিং শক্তিৰ আগত সন্মান ৰক্ষাৰ যুঁজতো পৰাস্ত হ’ল অষ্ট্ৰেলিয়া।

টছত জয়ী হৈ ৱেডে সূৰ্যকুমাৰ বাহিনীক বেটিং কৰিবলৈ পঠিয়ায়। আৰম্ভণিতে সফলতা আহে। যশস্বী জয়ছোৱাল (২১) আৰু ঋতুৰাজ গাইকোৱাড (১০) সোনকালেই পেভিলিয়নলৈ উভতি আহে।

Apply Now

সেই সময়ত শ্ৰেয়াছ আয়াৰে দলৰ স্থিতি ধৰি ৰাখিলে। অৱশ্যে ভাৰতীয় মিডল অৰ্ডাৰতো অষ্ট্ৰেলিয়াৰ বলিঙৰ শক্তিয়ে আঘাত হানিছিল। চলিত ছিৰিজত দৃষ্টি আকৰ্ষণ কৰা ৰিংকু সিঙৰ বেটতো ৰাণ নুঠিল। তেওঁ ৬ ৰাণত আউট হয়।

অৱশ্যে জিতেশ শৰ্মা (২৪) আৰু অক্ষৰ পেটেল (৩১)ৰ সৌজন্যত স্ক’ৰব’ৰ্ডত বহুখিনি ৰান সংযোজন হয়। ফলত ভাৰতে যুঁজিবলৈ শক্তি পায়।

টী-২০ মেচতো ২০০ পাৰ হ’ব নোৱাৰিলে বৰ্তমান সকাহ পোৱাটো অসম্ভৱ। অষ্ট্ৰেলিয়াৰ সন্মুখত ১৬১ ৰানৰ লক্ষ্য আছিল। ফলত ভাৰতীয় বেটিঙৰ বিফলতাৰ বাবে বলাৰৰ দায়িত্ব বহু পৰিমাণে বৃদ্ধি পালে। শেষৰখন মেচখনতো বলিং শক্তিৰ বাবে ভাৰতে জয় সাৱ্যস্ত কৰিছিল।

ৰবি বিষ্ণোই, মুকেশ কুমাৰহঁতে সেই ক্ষমতা বজাই ৰাখে। মুকেশে অকলে তিনিটা উইকেট দখল কৰে। কিন্তু শেষত অৰ্শদীপ সিং নায়ক হৈ পৰিল। অষ্ট্ৰেলিয়াই জয়ী হ’বলৈ শেষ অভাৰত ১০ ৰান সংগ্ৰহ কৰিব লগা হৈছিল। ক্ৰীজত আছিল ৱেডৰ দৰে এজন নিৰ্ভৰযোগ্য ফিনিছাৰ।

কেৱল ৱেডৰ উইকেটটো লোৱাই নহয়, সেই অভাৰত মাত্ৰ ৪ ৰানেৰে বিশ্ব চেম্পিয়ন দলটোক স্তব্ধ কৰি দিলে অৰ্শদীপে। আৰু সেইবাবেই পাঁচখন মেচৰ শৃংখলাটো ৪-১ ব্যৱধানত অন্ত পেলালে টীম ইণ্ডিয়াই।

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগন্তুক টী-২০ শৃংখলাৰ পৰা আঁতৰি আছে বিৰাট কোহলী, ৰোহিত শৰ্মা। আঘাতৰ বাবে খেলিব নোৱাৰিব হাৰ্দিক পাণ্ডিয়া। এনে পৰিস্থিতিত নিৰ্বাচকসকলে সূৰ্য্যকুমাৰৰ ওপৰতে নেতৃত্ব জাপি দিয়াৰ ভৰসা কৰিছিল। অষ্ট্ৰেলিয়াক ৪-১ ব্যৱধানত পৰাস্ত কৰি সূৰ্যই স্পষ্ট কৰি দিলে যে তেওঁৰ নেতৃত্বৰ উত্তাপ কিমান তীব্ৰ।

সংক্ষিপ্ত স্কোৰঃ

ভাৰতঃ ১৬০/৮ (শ্ৰেয়াছ-৫৩, অক্ষৰ-৩১)

অষ্ট্ৰেলিয়া: ১৫৪/৮ (মেকডাৰমট-৫৪, ৱেড-২২, মুকেছ-৩২/৩)

ভাৰত ৬ ৰাণত বিজয়ী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

আধাৰ কাৰ্ডৰ ফটো সলনি কৰিব বিচাৰে নেকি? জানক ইয়াৰ সহজ নিয়ম আৰু সবিশেষ

August 22, 2026 5:12 pm
চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

চৰকাৰী অনুমোদনতেই হৈছিল ৰঙাচন্দনৰ নিলাম! বন বিভাগৰ প্ৰতিবেদনে উদঙালে প্ৰকৃত সত্য

August 22, 2026 3:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

সুধাকণ্ঠৰ গীত কেৱল সুৰ নহয়, সমাজৰ দাপোণ! জন্ম শতবাৰ্ষিকীত উৎপল বৰপূজাৰীৰ বিশেষ তথ্যচিত্ৰ “মানুহৰ গান”

August 22, 2026 7:51 pm
১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

১১৭ বছৰত ভৰি দিলে বিশ্বৰ আটাইতকৈ বয়সীয়াল ব্যক্তি ইথেল কেটাৰহামে

August 22, 2026 6:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd