• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ICC U-19 Women’s World Cup: ১৯ অনুৰ্ধৰ টী-২০ মহিলা বিশ্বকাপত দক্ষিণ আফ্ৰিকাক পৰাজিত অভিযান আৰম্ভ ভাৰতৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 15, 2023 8:28 am
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতে মহিলাৰ ১৯ অনুৰ্ধৰ বিশ্বকাপত বিজয়েৰে অভিযান আৰম্ভ কৰিছে। প্ৰথমখন খেলত শনিবাৰে শেফালী বাৰ্মাৰ নেতৃত্বত ভাৰতে দক্ষিণ আফ্ৰিকাক ৭ উইকেটত পৰাস্ত কৰে। ভাৰতৰ ছিনিয়ৰ দলত খেলা শেফালী আৰু ৰিচা ঘোষৰ বয়স ১৯ বছৰ। গতিকে ভাৰতে তেওঁলোকক ৰাখি অনুৰ্ধ-১৯ দলটো গঠন কৰিছে।

খেলখনত শেফালীয়ে ১৬ টা বলত ৪৫ ৰাণৰ এটা সুন্দৰ ইনিংছ খেলে। তেওঁ ভাৰতৰ বিজয়ত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

ভাৰত বিশ্বকাপৰ গ্ৰুপ ডিত আছে। দক্ষিণ আফ্ৰিকাৰ উপৰিও এই গ্ৰুপত আছে সংযুক্ত আৰৱ আমিৰাত আৰু স্কটলেণ্ড।

Apply Now

দেশৰ মাটিত প্ৰথমে বেটিং কৰি দক্ষিণ আফ্ৰিকাই ১৬৬ ৰাণ সংগ্ৰহ কৰে। অপেনাৰ চিমোন লৰেন্সে ৪৪ টা বলত ৬১ ৰাণ সংগ্ৰহ কৰে। আনজন অপেনাৰ এলান্দ্ৰি ৰেন্সবাৰ্গে ২৩ ৰাণ সংগ্ৰহ কৰে। কেপ্টেইন আলুহল-ই-চিয়োৱে কোনো ৰাণ নাপালে। অন্তিম অভাৰত মেডিচন লেণ্ডছমেনে ১৭ টা বলত ৩২ ৰাণ সংগ্ৰহ কৰে।

ভাৰতৰ হৈ শেফালীয়ে বলিঙত দুটা উইকেট দখল কৰে। সোনম যাদৱ আৰু পৰাশৱী চোপ্ৰাই এটাকৈ উইকেট দখল পায়।

ভাৰতক ১৬৬ ৰাণৰ লক্ষ্য অতিক্ৰম কৰিবলৈ মাত্ৰ ১৬.৩ অভাৰ প্ৰয়োজন হয়। শেফালীয়ে ভাৰতৰ বাবে ইনিংছ মুকলি কৰিবলৈ আহি ধুমুহাৰ সৃষ্টি কৰে। তেওঁ ৪৫ ৰাণত আউট হয় যদিও আনজন অপেনাৰ শ্বেতা চেহৰাৱতে ৯২ ৰাণত অপৰাজিত থাকে। তেওঁ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ বিবেচিত হয়।

উল্লেখ্য যে কেপ্টেইন শেফালীয়ে এটা অভাৰত ২৬ ৰাণ সংগ্ৰহ কৰিছিল। তেওঁৰ ইনিংছটোৱে ভাৰতক আগবঢ়াত উৎসাহ যোগায়। ভাৰতে মেচখন সহজে জিকে।

ভাৰতে গ্ৰুপৰ আটাইতকৈ কঠিন খেলখন সহজে জিকিছে। ইয়াৰ পিছত ১৬ জানুৱাৰীত ভাৰতে সংযুক্ত আৰৱ আমিৰাতৰ বিৰুদ্ধে খেলিব। গ্ৰুপৰ অন্তিমখন খেল আছে ১৮ জানুৱাৰীত স্কটলেণ্ডৰ বিৰুদ্ধে।

এইবাৰ মুঠ ১৬ টা দলে এই বিশ্বকাপ খেলি আছে। দলবোৰ চাৰিটা গ্ৰুপত বিভক্ত। শনিবাৰে গ্ৰুপ এ-ৰ এখন খেলত বাংলাদেশে অষ্ট্ৰেলিয়াক পৰাস্ত কৰে। আমেৰিকা শ্ৰীলংকাৰ হাতত পৰাজিত হৈছে। ভাৰতৰ গ্ৰুপৰ আনখন খেলত সংযুক্ত আৰৱ আমিৰাতে স্কটলেণ্ডক পৰাস্ত কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথম ছেট হেৰুৱাইও দুৰ্দান্ত প্ৰত্যাৱৰ্তন! একেৰাহে দ্বিতীয়বাৰৰ বাবে উইম্বলডন খিতাপ জয় ছিনাৰৰ

প্ৰথম ছেট হেৰুৱাইও দুৰ্দান্ত প্ৰত্যাৱৰ্তন! একেৰাহে দ্বিতীয়বাৰৰ বাবে উইম্বলডন খিতাপ জয় ছিনাৰৰ

July 13, 2026 11:50 am
খামেনেইক হত্যাৰ প্ৰতিশোধ! ট্ৰাম্প-নেতানিয়াহুকে ধৰি ‘টাৰ্গেট’ ১১ জন বিশ্বনেতা; ইৰাণে প্ৰকাশ কৰিলে তালিকা!

খামেনেইক হত্যাৰ প্ৰতিশোধ! ট্ৰাম্প-নেতানিয়াহুকে ধৰি ‘টাৰ্গেট’ ১১ জন বিশ্বনেতা; ইৰাণে প্ৰকাশ কৰিলে তালিকা!

July 13, 2026 10:06 am
যুৱ প্ৰজন্মৰ প্ৰতিনিধি হৈয়েই ক্ষমতাত, সেই জেন-জিৰ প্ৰতিবাদতে কঁপি উঠিল বলেন শ্বাহৰ চকী; পুনৰ উত্তাল নেপাল

যুৱ প্ৰজন্মৰ প্ৰতিনিধি হৈয়েই ক্ষমতাত, সেই জেন-জিৰ প্ৰতিবাদতে কঁপি উঠিল বলেন শ্বাহৰ চকী; পুনৰ উত্তাল নেপাল

July 13, 2026 8:43 am
মাজনিশা বেংককৰ পাবত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু কমেও ২৭ জনৰ

মাজনিশা বেংককৰ পাবত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু কমেও ২৭ জনৰ

July 13, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথম ছেট হেৰুৱাইও দুৰ্দান্ত প্ৰত্যাৱৰ্তন! একেৰাহে দ্বিতীয়বাৰৰ বাবে উইম্বলডন খিতাপ জয় ছিনাৰৰ

প্ৰথম ছেট হেৰুৱাইও দুৰ্দান্ত প্ৰত্যাৱৰ্তন! একেৰাহে দ্বিতীয়বাৰৰ বাবে উইম্বলডন খিতাপ জয় ছিনাৰৰ

July 13, 2026 11:50 am
খামেনেইক হত্যাৰ প্ৰতিশোধ! ট্ৰাম্প-নেতানিয়াহুকে ধৰি ‘টাৰ্গেট’ ১১ জন বিশ্বনেতা; ইৰাণে প্ৰকাশ কৰিলে তালিকা!

খামেনেইক হত্যাৰ প্ৰতিশোধ! ট্ৰাম্প-নেতানিয়াহুকে ধৰি ‘টাৰ্গেট’ ১১ জন বিশ্বনেতা; ইৰাণে প্ৰকাশ কৰিলে তালিকা!

July 13, 2026 10:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd