• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বেটে-বলে উজলিল টীম ইণ্ডিয়া; ৰোহিতৰ নেতৃত্বত প্ৰথম এদিনীয়াত ৬ উইকেটত হৰুৱালে ৱেষ্ট ইণ্ডিজক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 7, 2022 9:19 am
ind beat wi by 6wkts
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘৰুৱা খেলপথাৰত দমন অব্যাহত ৰাখি ৰোহিত শৰ্মাৰ নেতৃত্বত টীম ইণ্ডিয়াই ৱেষ্ট ইণ্ডিজক ৬ উইকেট পৰাজিত কৰিলে। আঘাতৰ পিছত অধিনায়ক হিচাপে দললৈ প্ৰত্যাৱৰ্তন কৰা ৰোহিত শৰ্মাৰ সেই চিনাকি ছন্দও দেখা গ’ল তেওঁৰ খেলত।

দেওবাৰে আহমেদাবাদত টছত জিকি ৰোহিত শৰ্মাই প্ৰথমে ৱেষ্ট ইণ্ডিজক বেটিং কৰিবলৈ পঠিয়ায়। কিন্তু ভাৰীয় বলিঙৰ সন্মুখত তিষ্ঠিব নোৱাৰি এটাৰ পিছত উইকেট হেৰুৱাই শলঠেকত পৰে কেৰিবিয়ান দলটো।

দলৰ হৈ একমাত্ৰ জেছন হোল্ডাৰে প্ৰতিৰোধ গঢ়ি তুলি ৫৭ৰাণৰ এক আকৰ্ষণীয় ইনিংছ খেলে। হোল্ডাৰে এলেনৰ সৈতে যুটী বান্ধি অষ্টম উইকেটৰ যুটীত দলক ৭৯ৰাণৰ পৰা ডেৰশৰ সীমা অতিক্ৰম কৰায়।

Apply Now

লগতে পঢ়ক: যোৰহাটৰ নিমাতি ঘাটত পুনৰ এক অঘটন; কন্যাসহ আত্মহত্যাৰ চেষ্টা মাতৃৰ

অৱশ্যে ভাৰতীয় পেচ আৰু স্পীনৰ দমনীয় প্ৰদৰ্শনৰ আগত বৃহৎ স্ক’ৰ থিয় কৰাত ব্যৰ্থ হয় পোলাৰ্ড বাহিনী। দলটো ভাৰতৰ সন্মুখত মাত্ৰ ১৭৬ৰাণৰ লক্ষ্যহে নিৰ্দ্ধাৰণ কৰি দিবলৈ সক্ষম হয়।

ভাৰতৰ হৈ চাহালে অকলেই ৪৯ৰাণত ৪টা উইকেট দখল কৰে। সুন্দৰে লাভ কৰে ৩টা উইকেট। প্ৰসিদ্ধ কৃষ্ণাই দুটা আৰু মহম্মদ ছিৰাজে এটা উইকেট লাভ কৰে।

প্ৰত্যুত্তৰত ঈশান কিষানৰ সৈতে অ’পেনাৰ হিচাপে নামি অধিনায়ক ৰোহিতে ৬০ৰাণৰ দৰ্শনীয় ইনিংছেৰে দলৰ ভেটি মজবুত কৰি থৈ যায়। অ’পেনাৰ হিচাপে সুযোগ পোৱা ঈশানে ২৮ৰাণ কৰে।

ইপিনে, পুনৰ ব্যৰ্থ হয় বিৰাট কোহলি। ৰাণ কৰাত যেন সমস্যাৰ সন্মুখীন হৈছে বিৰাট। অনাহক হুক শ্বট খেলি কেচ দি মাত্ৰ ৭ ৰাণত বিদায় লয় প্ৰাক্তন অধিনায়ক কোহলি। খেলখনত ঋষভ পন্টো ব্যৰ্থ হয়। ঋষভে মাত্ৰ ১১ৰাণ কৰে।ঋষভৰ আউটৰ পিছত দলক বিজয়ৰ পথলৈ আগবঢ়াই নিয়ে সূৰ্যকুমাৰ যাদব (৩৪) আৰু দীপক হুডা (২৬)ই।

লগতে পঢ়ক: শিৱসাগৰ জতকীয়াৰ চাৰিআলি অ’এন জি চি-জিজিএছত নিশা ভয়ংকৰ অগ্নিকাণ্ড

আহমেদাবাদত খেলিবলগীয়া তিনিখন এদিনীয়াৰ প্ৰথমখনত বিজয় সাৱ্যস্ত কৰি টীম ইণ্ডিয়াই ১-০ৰ অগ্ৰগতি লাভ কৰিলে। ৰোহিতৰ অনুপস্থিতিত দক্ষিণ আফ্ৰিকাত ভাৰতে এদিনীয়া ছিৰিজ হাৰি অহাৰ পিছত এইবাৰ ৰোহিতৰ নেতৃত্বত টীম ইণ্ডিয়াই ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে শূন্য সহনশীলতা প্ৰদৰ্শন কৰিব বুলিয়েই আশা কৰিছে টীম ইণ্ডিয়াৰ অনুৰাগীসকলে।         

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

স্মৃতি-শ্বেফালীৰ দুৰ্দান্ত বেটিং, স্পিনাৰৰ ‘ধুমুহা’! শ্ৰীলংকাক পৰাস্ত কৰি এছিয়াৰ শ্ৰেষ্ঠ ভাৰত

September 14, 2026 8:05 am
ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am
ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

ট্ৰেইনত গৈ আছিল ব্ৰিটেইন আৰু চুইডেনৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, হঠাতে ৰাছিয়াৰ ড্ৰোন আক্ৰমণ, তাৰ পিছত…

September 14, 2026 9:02 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd