• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ’নাতংক! আজিৰে পৰা অসমকে ধৰি চাৰিখন ৰাজ্যত আৰম্ভ হ’ব টীকাকৰণ প্ৰক্ৰিয়াৰ আখৰা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2020 9:07 am
Representative image

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নৱবৰ্ষৰ আৰম্ভণিতে ভাৰতত কোভিডৰ টীকাকৰণ কাৰ্যসূচী আৰম্ভ কৰাৰ কথা। ইয়াৰ পূৰ্বে সোমবাৰ আৰু মঙলবাৰ অৰ্থাৎ ২৮ আৰু ২৯ ডিচেম্বৰত অসম, পঞ্জাৱ, অন্ধ্ৰ প্ৰদেশ আৰু গুজৰাটৰ প্ৰতিখনৰে দুখনকৈ জিলাত টীকাকৰণ প্ৰক্ৰিয়াৰ ড্ৰাই ৰাণ বা আখৰা আৰম্ভ কৰিব কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে।

চৰকাৰৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে আখৰাত কোনো ভেকচিন ব্যৱহাৰ কৰা নহয়, কেবল মাত্ৰ Co-WIN এপৰ জৰিয়তে নিৰীক্ষণৰ ব্যৱস্থা পৰীক্ষা কৰি চোৱা হ’ব।

Apply Now

এতিয়ালৈকে ভাৰত চৰকাৰে জৰুৰী ভিত্তিত কোনো ভেকচিনৰ অনুমোদন দিয়া নাই যদিও এই তালিকাৰ প্ৰথমতে আছে দেশৰ ছেৰাম ইনষ্টিটিউটে উৎপাদন কৰা অক্সফ’ৰ্ড য়ুনিভাৰ্ছিটি আৰু আষ্ট্ৰাজেনেকা সংস্থাৰ যৌথ প্ৰচেষ্টাৰ প্ৰস্তুত কৰা ভেকচিনটো।

ব্ৰিটেইন চৰকাৰে অনুমোদন দিয়াৰ পাছতে এই বেকচিন ভাৰতত প্ৰয়োগৰ অনুমোদন দিব কেন্দ্ৰীয় চৰকাৰে।

কোভিড-১৯ৰ টীকাকৰণ কাৰ্যসূচীৰ ৰূপায়ন কৰাৰ বাবে ইতিমধ্যে ৰাজ্যিক পৰ্যায়ত টীকাকৰণ বিষয়া, কোল্ড চেন বিষয়া, তথ্য, শিক্ষা তথা সংযোগী কৰ্মী হিচাপে ২,৩৬০জন স্বেচ্ছাসেৱকক প্ৰশিক্ষণ দিয়া হৈছে।

ভেকচিন ড্ৰাই ৰাণ বা আখৰাৰ সময়ত ভেকচিন প্ৰয়োগৰ বাহিৰে সকলো ব্যৱস্থা পৰীক্ষা কৰি চোৱা হ’ব। Co-WIN এপত তথ্য সন্নবিষ্ট কৰা হ’ব, ক’ল্ড ষ্ট’ৰেজৰ পৰা স্বাস্থ্যকেন্দ্ৰলৈকে ভেকচিন সৰবৰাহৰ ব্যৱস্থা পৰীক্ষা কৰি চোৱা হ’ব। লগতে টীকাকৰণ কেন্দ্ৰৰ সুৰক্ষা আৰু জন সমাৱেশ নিয়ন্ত্ৰণৰ ব্যৱস্থাও পৰীক্ষা কৰি চোৱা হ’ব।

টীকাকৰণৰ বাবে যিমান পাৰি অধিক কেন্দ্ৰ ব্যৱহাৰ কৰা হ’ব। জিলা হাস্পাতাল, সামূহিক স্বাস্থ্য কেন্দ্ৰ বা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, চহৰৰ টীকা কেন্দ্ৰ, বেচৰকাৰী স্বাস্থ্য কেন্দ্ৰ আৰু গাওঁৰ স্বাস্থ্যকেন্দ্ৰসমূহতো আখৰা চলোৱা হ’ব।

টীকাকৰণ কাৰ্যসূচীৰ ড্ৰাই ৰাণৰ উদ্দেশ্য হৈছে পৰিকল্পনাত আহিব পৰা সম্ভাৱ্য বাধা চিনাক্ত কৰা আৰু প্ৰয়োজনত পৰিকল্পনা সলনি কৰি চূড়ান্ত পৰ্যায়ত টীকাকৰণৰ প্ৰয়োগ সুনিশ্চিত কৰা।

টীকাকৰণ কাৰ্যসূচীৰ বিভিন্ন পৰ্যায়ত কিধৰণে সুকলমে কাম সম্পন্ন কৰা হ’ব তাৰ আভাস লোৱাৰ বাবেই সংশ্লিষ্ট কৰ্মী তথা বিষয়াসকলক প্ৰত্যক্ষ অভিজ্ঞতা উপলব্ধ কৰোৱাৰ বাবে এই আখৰাৰ ব্যৱস্থা কৰা হৈছে।

সেইদৰে, ভেকচিন ড্ৰাই ৰাণত জিলা আৰু ব্লক পৰ্যায়ত কঠোৰ নিৰীক্ষণ আৰু পুনৰ্মুল্যায়নৰ ব্যৱস্থা কৰা হৈছে। আখৰা সমাপ্ত হোৱাৰ পাছত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক বিশদ প্ৰতিবেদন পঠোৱা হ’ব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd