• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বকাপৰ ফাইনেলত বেটছমেনলৈ বল নিক্ষেপ; আৰ্শদীপ সিঙক জৰিমনা ICC-ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 11, 2026 7:12 pm
95
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহমেদাবাদত অনুষ্ঠিত হোৱা ২০২৬ বৰ্ষৰ টি-২০ বিশ্বকাপৰ ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলাৰ সময়ত এক অনাকাংক্ষিত কাণ্ডৰ বাবে ভাৰতীয় বলাৰ আৰ্শদীপ সিঙক মেচ মাচুলৰ ১৫ শতাংশ জৰিমনা বিহা হৈছে। আইচিচিৰ আচৰণ বিধিৰ স্তৰ ১ উলংঘা কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই নিয়ম অনুসৰি খেলপথাৰত কোনো খেলুৱৈৰ ওপৰত বা তেওঁৰ ওচৰলৈ বিপজ্জনকভাৱে বল নিক্ষেপ কৰাটো অপৰাধ হিচাপে গণ্য কৰা হয়। আৰ্শদীপে খেলৰ মাজত বেটছমেনৰ ফালে বল দলিওৱাৰ বাবে এই শাস্তি লাভ কৰিছে।

নিউজিলেণ্ডৰ ইনিংছৰ ১১ নম্বৰ অভাৰ চলি থকাৰ সময়ত এই ঘটনাটো সংঘটিত হৈছিল। আৰ্শদীপে ফিল্ডিঙৰ সময়ত বলটো সংগ্ৰহ কৰি বেটছমেন ডেৰিল মিচেলৰ ফালে অতি আক্ৰমণাত্মকভাৱে দলিয়াই দিছিল যিটো মিচেলৰ পেডত গৈ লাগিছিল। এই কাৰ্যৰ বাবে জৰিমনাৰ লগতে আৰ্শদীপৰ অনুশাসনমূলক অভিলেখত এটা ডেমেৰিট পইণ্টো যোগ কৰা হৈছে। বিগত ২৪ মাহৰ ভিতৰত এয়া তেওঁৰ প্ৰথমটো অনুশাসনমূলক ভুল হিচাপে লিপিবদ্ধ কৰা হৈছে।

Apply Now

মেচ ৰেফাৰী এণ্ডি পাইক্ৰফ্টে দিয়া এই সিদ্ধান্ত আৰ্শদীপে বিনাবাক্য সন্মতি জনোৱাত কোনো ধৰণৰ আনুষ্ঠানিক শুনানিৰ প্ৰয়োজন নহ’ল। অৱশ্যে খেলপথাৰত উত্তেজনাৰ সৃষ্টি হ’লেও অভাৰ শেষ হোৱাৰ পাছত দুয়োগৰাকী খেলুৱৈয়ে ইজনে সিজনৰ লগত হাত মিলাই সৌহাদ্যপূৰ্ণ আচৰণ প্ৰদৰ্শন কৰা দেখা গৈছিল। খেলখনত ভাৰতে নিউজিলেণ্ডক ৯৬ ৰানত পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিবলৈ সক্ষম হয়।

আইচিচিৰ নিয়ম অনুসৰি লেভেল ১ৰ অপৰাধৰ বাবে খেলুৱৈক সৰ্বাধিক মেচ মাচুলৰ ৫০ শতাংশ পৰ্যন্ত জৰিমনা বিহাৰ সুবিধা থাকে। যদি কোনো খেলুৱৈয়ে দুবছৰৰ ভিতৰত চাৰিটা বা তাতকৈ অধিক ডেমেৰিট পইণ্ট পায় তেন্তে তেওঁক নিৰ্দিষ্ট সময়ৰ বাবে খেলৰ পৰা নিষিদ্ধ কৰা হ’ব পাৰে। ভাৰতৰ বিজয় উৎসৱৰ মাজতে দলটোৰ অন্যতম মুখ্য বলাৰগৰাকীৰ ওপৰত বিহা এই শাস্তিয়ে ক্ৰিকেট মহলত চৰ্চা লাভ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোদীৰ পুৰণি বন্ধুৰ মাটিতেই চকু পৰিছিল বিজেপি বিধায়কৰ! অভিযোগৰ পাছতেই অৱসান ঘটিল ১৫ বছৰীয়া বিবাদৰ

চৰকাৰী নিৰ্দেশ! প্ৰধানমন্ত্ৰীৰ জন্মদিনত মেধাৱী ছাত্ৰৰ ঘৰত বন্তি জ্বলাবলৈ যাব লাগিব শিক্ষক

September 17, 2026 11:41 am
বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

বিজ্ঞান আৰু পৰিৱেশ্য কলাৰ অপূৰ্ব সংমিশ্ৰণ! নাছাৰ ‘কচি’ অভিযানত অসমৰ দুই প্ৰখ্যাত শিল্পী জয় বৰুৱা আৰু সমুদ্ৰ কাজল শইকীয়া

September 17, 2026 10:07 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd