• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিডৰ নতুন সংক্ৰমণৰ সংখ্যা হ্ৰাস পালেও অসাৱধান নোহোৱাৰ আহ্বান দেশৰ স্বাস্থ্য মন্ত্ৰ্যালয়ৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 13, 2021 7:16 am

1 min read

COVID19-positive-1-1140x570-750x375

প্ৰতিনিধিত্বমূলক ফটো।

101
VIEWS
Share on FacebookShare on Twitter

ভাৰতত নতুনকৈ কোভিডত আক্ৰান্ত হোৱা ব্যক্তিৰ সংখ্যা হ্ৰাস পালেও ভাৰতে এইক্ষেত্ৰত কেতিয়াও অসাৱধান হ’ব নোৱাৰে বুলি মঙলবাৰে এক সংবাদমেলত স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা সদৰী কৰা হয়।

কেন্দ্ৰীয় স্বাস্থ্য সচিৱ ৰাজেশ ভূষণে এখন সংবাদমেল সম্বোধন কৰি মঙলবাৰে এইদৰে মন্তব্য প্ৰকাশ কৰে।

ৰাজেশ ভূষণে সমগ্ৰ বিশ্বত হৈ থকা ভাইৰেল সংক্ৰমণ সন্দৰ্ভতো গভীৰ উদ্বেগ প্ৰকাশ কৰে।

আমেৰিকা যুক্তৰাষ্ট্ৰ, ব্ৰাজিল, ৰাছিয়া, ব্ৰিটেইন আৰু দক্ষিণ আফ্ৰিকাত কোভিডৰ নতুন সংক্ৰমণৰ পৰা ভাৰতে শিক্ষা গ্ৰহণ কৰিব লাগে বুলিও স্বাস্থ্য সচিৱ গৰাকীয়ে মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, সোমবাৰে ভাৰতত প্ৰায় ১২০০০ লোক নতুনকৈ কোভিডৰ দ্বাৰা সংক্ৰমিত হৈছে যিটো বহু দিনৰ মুৰত সৰ্বনিম্ন সংক্ৰমণৰ তথ্য।

আনহাতে, ভাৰতত ১৬ জানুৱাৰিৰ পৰা কোভিড ভেকচিন প্ৰদান কৰা হ’ব।

ইতিমধ্যে দেশত চেৰাম ইষ্টিটিউটৰ কোভিশ্বিল্ড আৰু ভাৰত বায়োটেকৰ কোভাক্সিনক জৰুৰীকালীন প্ৰয়োগৰ অনুমতি প্ৰদান কৰা হৈছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰাও কোভিড ভেকচিন আবিস্কাৰ হলেও ২০২১ চনৰ অন্তলৈ জনসাধাৰণে ‘হাৰ্ড ইমিউনিটি’ লাভ নকৰে বুলি উল্লেখ কৰি সকলো সামাজিক দূৰত্ব আৰু মাস্ক পৰিধান কৰি থাকিবলৈ কৈছে।

Recent News

বাংলাদেশৰ এই দুগৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰতৰ পদ্মশ্ৰী সন্মান

বাংলাদেশৰ এই দুগৰাকী বিশিষ্ট ব্যক্তিলৈ ভাৰতৰ পদ্মশ্ৰী সন্মান

shashi-tharoor

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd