• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰত-চীন সংঘাত : পাংগং হ্ৰদলৈ এক ডজন উচ্চ ক্ষমতাসম্পন্ন নৌ সেনাৰ নাও প্ৰেৰণ কৰিব ভাৰতে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 1, 2020 2:47 pm
unnamed
537
VIEWS
Share on FacebookShare on Twitter

কালিৰ পৰা আৰম্ভ হৈছে লাডাখ সীমান্ত ভাৰত-চীন সেনাৰ ক’ৰ কামাণ্ডাৰ স্তৰৰ তৃতীয় পৰ্যায়ৰ বৈঠক।

ভাৰতীয় সেনা সূত্ৰ অনুসৰি কালিৰ বৈঠকত কোনো সমাধান সূত্ৰ উলোৱা নাই।

গালৱান উপত্যকাৰ পৰা নিজৰ সেনা বাহিনী পিছুৱাই নিবলৈ সন্মত হোৱা নাই চীন।

ইয়াৰ পিছতে ভাৰতে স্থল আৰু বায়ু সেনাৰ লগতে লাডাখৰ পাংগং হ্ৰদত ভাৰতীয় নৌসেনা মোতায়েন কৰাৰ সিদ্ধান্ত লৈছে।

পাংগং হ্ৰদত ভাৰতীয় নৌ সেনায়ো টহলদাৰীৰ কাম আৰম্ভ কৰিব। তাৰ বাবে নৌ সেনাৰ এক ডজন উচ্চ ক্ষমতাসম্পন্ন নাও পাংগং হ্ৰদলৈ নিয়া হ’ব।

উল্লেখ্য যে, ইতিমধ্যে ৯২৮বি নাৱেৰে চীনা সৈন্যই পাংগং হ্ৰদত পহৰা দি আহিছে। পাংগং হ্ৰদত চীনা নৌ সেনাৰে মোকাবিলা কৰিবলৈ ভাৰতে চি-৭ হেভী লিফ্টাৰ ব’য়িঙ বিমানেৰে জৰুৰীভাৱে ভাৰতীয় নৌ সেনাৰ নাওসমূহ প্ৰেৰণ কৰিব।

ইফালে পাংগং হ্ৰদলৈ ভাৰতীয় নৌ বাহিনীৰ নাও প্ৰেৰণ কৰিলেও নতুন দিল্লীয়ে প্ৰথমে সীমান্তত আগ্ৰাসী পদক্ষেপ নলয়।

চীনে সৃষ্টি কৰা যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ ভাৰতে সীমান্তত নিজকে সাজু কৰি ৰাখিবলৈ এই পদক্ষেপ লৈছে বুলি সেনা সূত্ৰত প্ৰকাশ।

মঙলবাৰে ভাৰত আৰু চীনা সেনাৰ মাজৰ ক’ৰ কামাণ্ডাৰ পৰ্যায়ৰ তৃতীয় বৈঠক শান্তিপূৰ্ণভাৱে হ’লেও চীনে গালৱান উপত্যকা আৰু পাংগং হ্ৰদৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা চীনা সৈন্য পিছুৱাই নিবলৈ সন্মত হোৱা নাই বুলি ভাৰতীয় সেনা সূত্ৰত প্ৰকাশ।

প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত চীনে ৰেচন পাতিসহ গোলা বাৰুদ মজুত কৰাৰ দৃশ্য বিভিন্ন দেশী বিদেশী উপগ্ৰহীয় চিত্ৰত ধৰা পৰিছে। সেনা ছাউনীৰ সংখ্যা বৃদ্ধিৰ লগতে আন্তঃগাঠনি নিৰ্মাণৰো দৃশ্যও ধৰা পৰিছে।

এনে পৰিস্থিতিত বেইজিঙে সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত আক্ৰমণ সংঘটিত কৰিলে ভাৰতে যাতে তাৰ যথোচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হয় তাৰবাবে নতুন দিল্লীয়ে এই কৌশল প্ৰস্তুত কৰিছে।

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমত উচ্ছেদ কৰা হৈছে ১২ হাজাৰ হেক্টৰৰো অধিক ভূমি

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

প্ৰেমৰ প্ৰতি সমৰ্পণ! প্ৰেমিকাৰ IPS হোৱাৰ স্বপ্ন পূৰণৰ বাবে ১২১ লিটাৰ গংগাজল লৈ ২২০ কিলোমিটাৰ খোজ কাঢ়িলে প্ৰেমিকে

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

১৭ জুলাইত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰদান কৰিব ২০২৫ত সন্মানীয় স্বচ্ছ সৰ্বেক্ষণ ২০২৪-২৫ বঁটা

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

জাপানীজ এনকেফেলাইটিছ ৰোগ নিয়ন্ত্ৰণত চৰকাৰ ব্যৰ্থ হৈছে, স্বাস্থ্য মন্ত্ৰীয়ে পদত্যাগ কৰক : আপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd