DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, January 31, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিগত ২৪ ঘণ্টাত ভাৰতত ১১,৬৯,৭৬৪ টা ক’ৰ’না ভাইৰাছৰ নমুনাৰ পৰীক্ষা সম্পন্ন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 4, 2020 6:17 pm
450
VIEWS
Share on FacebookShare on Twitter

বিগত দুটা দিনত ভাৰতে ক’ৰ’না পৰীক্ষা সম্পন্ন কৰাৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

ক্ৰমাগতভাৱে দুটা দিনত ভাৰতত ১১.৭০ লাখতকৈ অধিক নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হয়।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি বিগত ২৪ ঘণ্টাত ভাৰতত মুঠ ১১,৬৯,৭৬৫ টা নমুনাৰ পৰীক্ষা কৰা হয়।

‘‘কোনো দেশে এদিনতে ইমান বৃহৎ সংখ্যক ক’ৰ’না ভাইৰাছৰ পৰীক্ষা সম্পন্ন কৰা নায়,’’ কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে দাবী কৰে।

ভাৰতে বৰ্তমানলৈ প্ৰায় ৪.৭ কোটিৰো অধিক ক’ৰ’না ভাইৰাছৰ পৰীক্ষা কৰিছে।

৩ ছেপ্তেম্বৰলৈ ভাৰতত মুঠ ৪,৬৬,৭৯,১৪৫ টা ক’ৰ’না ভাইৰাছৰ পৰীক্ষা কৰা হয়।

আনহাতে, ভাৰতত ইমান বৃহৎ হাৰত ক’ৰ’না পৰীক্ষা কৰাৰ পাছতো দেশত প’জিটিভ ৰোগীৰ হাৰ ৭.৫ শতাংশৰ তলত আছে।

বৰ্তমানলৈ ভাৰতৰ ১,০২৫ টা চৰকাৰী পৰীক্ষাগাৰ আৰু ৬০৬ টা ব্যক্তিগত পৰীক্ষাগাৰত ক’ৰ’না ভাইৰাছৰ পৰীক্ষা কৰি থকা হৈছে।

Recent News

pmo on pm cares fund

পিএম কেয়াৰ্ছ ফাণ্ডৰ গৰাকী কোন! উত্তৰ দিছে প্ৰধানমন্ত্ৰী কাৰ্যালয়ে

Shankar Mishra

জামিন পালে শংকৰে: বিমানত মহিলাৰ ওপৰত প্ৰস্ৰাৱ কৰা শংকৰ মিশ্ৰক জামিন দিল্লী আদালতৰ

AASU

সদৌ অসম ছাত্ৰ সন্থা আৰু প্ৰতিষ্ঠাপক সভাপতিজন

Adani

টোপনি হৰিছে শান্তিলালৰ! হিণ্ডেনবাৰ্গ ধুমহাই বাহিৰ কৰি নিলে তালিকাৰ শীৰ্ষ দহৰ পৰা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd