• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

চীনৰ সৈতে সংঘাত; ভাৰত মহাসাগৰত ভাৰতে সাজু কৰি ৰাখিছে ১২০ খনতকৈও অধিক যুদ্ধ জাহাজ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 12, 2020 8:53 am

1 min read

চীনৰ সৈতে সংঘাত; ভাৰত মহাসাগৰত ভাৰতে সাজু কৰি ৰাখিছে ১২০ খনতকৈও অধিক যুদ্ধ জাহাজ
228
VIEWS
Share on FacebookShare on Twitter

প্ৰতিৰক্ষা বিভাগৰ মুৰব্বী (চিডিএছ) জেনেৰেল বিপিন ৰাৱাটে ভাৰত মহাসাগৰত ভাৰতে যিকোনো ধৰণৰ অভিযানৰ বাবে ১২০ খনতকৈ অধিক যুদ্ধ জাহাজ সাজু কৰি ৰাখিছে বুলি শুকুৰবাৰে গুৰুত্বপূৰ্ণ মন্তব্য কৰে।

ভাৰতে ভাৰত মহাসাগৰ অঞ্চলত শান্তি-সম্প্ৰীতি অব্যাহত ৰখাৰ স্বাৰ্থতে এনেদৰে শতাধিক যুদ্ধ জাহাজ সাজু কৰি ৰাখিছে বুলিও জেনেৰেল বিপিন ৰাৱাটে কয়।

গ্ল’ৱেল ডাইলগ চিকিউৰিটি ছামিটত অংশগ্ৰহণ কৰি জেনেৰেল ৰাৱাটে এনেধৰণে মন্তব্য কৰাৰ লগতে ইণ্ডিয়া-এছিয়ানৰ দৰে বহুপাক্ষিক ব্যৱস্থা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

চীনৰ প্ৰতি আঙুলি টোৱাই চীনে ভাৰত মহাসাগৰ অঞ্চলত ক্ৰমাৎ নিজৰ সৈন্য বাহিনী বৃদ্ধিৰে প্ৰভাৱ বিস্তাৰ কৰিবলৈ ধৰা বাবেই ভাৰতে নিজৰ সুৰক্ষা তথা সমগ্ৰ অঞ্চলটোৰ শান্তিৰ স্বাৰ্থত যুদ্ধ জাহাজৰ সংখ্যা বৃদ্ধি কৰিবলগীয়া হৈছে বুলিও চিডিএছ গৰাকীয়ে কয়।

উল্লেখযোগ্য যে, ভাৰত-চীন সীমান্তৰ লাডাখত দুয়োখন দেশৰ মাজত সামৰিক উত্তেজনা অব্যাহত থকাৰ সময়তে দুয়োখন দেশে ভাৰত মহাসাগৰতো নিজৰ সামৰিক শক্তি বৃদ্ধিৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

কিছুদিন পূৰ্বে ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে ভাৰত-চীনৰ মাজত সীমান্তত উত্তেজনা বৃদ্ধিৰ বাবে মূলত চীনক দোষী বুলি অভিহিত কৰাৰ পাছতে চীনৰ বৈদেশিক মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা ভাৰতৰ বাবেহে সীমান্ত অস্থিৰ হৈ পৰিছে বুলি উত্তৰ দিয়ে।

Recent News

Sualkusi

প্ৰস্তাৱিত ভূমি পৰিদৰ্শন উপায়ুক্তৰ : অতি শীঘ্ৰেই শুভাৰম্ভ হ’ব শুৱালকুছিত অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কাম

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

প্ৰথমবাৰৰ বাবে ভাৰত বনাম ভাৰত এ-ৰ মাজত অনুষ্ঠিত হ’ব এখন আকৰ্ষণীয় ক্ৰিকেট মেচ

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd