• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, February 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশৰ ৮১ কোটি হিতাধিকাৰীক ৯ মাহৰ বাবে খুৱাব পাৰকৈ প্ৰচুৰ খাদ্য সামগ্ৰী চৰকাৰৰ হাতত মজুত আছে : ৰামবিলাস পাছোৱান

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 12, 2020 8:15 pm

1 min read

Food stock

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

24.7k
VIEWS
Share on FacebookShare on Twitter

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ দিনৰ বাবে দেশত ল’কডাউন ঘোষণা কৰাৰ পাছতে দেশৰ সাধাৰণ স্তৰৰ লোকৰ মাজত খাদ্য সংকটৰ সৃষ্টি হ’ব পাৰে বুলি চলি থকা ধাৰণাক নাকচ কৰি আজি কেন্দ্ৰীয় খাদ্য আৰু অসামৰিক যোগান মন্ত্ৰী ৰামবিলাস পাছোৱানে দেশৰ ৮১ কোটি হিতাধিকাৰীক ৯ মাহৰ বাবে যোগান ধৰিব পৰাকৈ ভাৰত চৰকাৰৰ হাতত অত্যাধিক খাদ্য সামগ্ৰী মজুত আছে বুলি উল্লেখ কৰে।

চৰকাৰৰ ভড়ালত প্ৰায় ৫৩৫ লাখ মেট্ৰিক টন ঘেহু আৰু চাউল মজুত আছে বুলি উল্লেখ কৰে পাছোৱানে।

প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰা ল’কডাউন ১৪ এপ্ৰিলত সামৰণি পৰিব যদিও বহু কেইখন ৰাজ্যই ইতিমধ্যে নিজাববীয়াকৈ ল’কডাউন চলিত মাহৰ শেষলৈ বৃদ্ধি কৰিছে।

প্ৰথম পৰ্যায়ৰ ল’কডাউনত ভাৰত চৰকাৰে দেশৰ মুঠ ৮১ কোটি হিতাধিকাৰীলৈ খাদ্য সামগ্ৰীৰ যোগান ধৰিছিল।

উল্লেখযোগ্য যে, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ সময়ত যাতে ভাৰতৰ মিত্ৰ দেশ আফগানিস্তান আৰু লেবাননত খাদ্য সংকটে দেখা নিদিয়ে তাৰ বাবে দুয়োখন দেশলৈও ভাৰতে ঘেঁহু আৰু চাউল ৰপ্তানি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

ভাৰতে ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে বিশ্বৰ মুঠ ২৫ খন দেশলৈ হাইড্ৰক্সিক্লৰ’কুইন প্ৰেৰণ কৰাৰো সিদ্ধান্ত লৈছে।

Tags: COVID-19

Recent News

IMG_20210225_150244

নির্বাচনৰ বাবে বুথ পৰ্য্যায়ৰ বিষয়া আৰু চুপাৰভাইজাৰসকলক বোকাখাত মহকুমা প্রশাসনৰ প্রশিক্ষণ

a cylin

জনতাৰ মূৰত ৰামটাঙোন চৰকাৰৰ! ফেব্ৰুৱাৰী মাহতে তৃতীয়বাৰৰ বাবে বৃদ্ধি ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য

Cement-Syndicate-1024x512

নিৰ্বাচনমুখী অসমত অসাধু চিমেন্ট ‘ছিণ্ডিকেট’য়ে বঢ়ালে চিমেন্টৰ মূল্য

bhaba

বাক্সাৰ নাগ্ৰীজুলিত ড্ৰাগছ উদ্ধাৰকলৈ চাঞ্চল্য ,দুজনক আটক কৰি জে’ললৈ প্ৰেৰণ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd