• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

জলবায়ু পৰিবৰ্তনৰ বাবে উন্নত দেশ সমূহ দায়ী, ভাৰত নহয় : প্ৰকাশ জাভড়েকাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 12, 2020 8:35 am

1 min read

জলবায়ু পৰিবৰ্তনৰ বাবে উন্নত দেশ সমূহ দায়ী, ভাৰত নহয় : প্ৰকাশ জাভড়েকাৰ
154
VIEWS
Share on FacebookShare on Twitter

বিশ্বজুৰি জলবায়ু পৰিৱৰ্তনৰ বাবে ভাৰত দায়ী নহয় বুলি শুকুৰবাৰে মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰী প্ৰকাশ জাভডেকাৰে।

মূলত বিশ্বৰ উন্নত দেশ সমূহ বিশ্বৰ জলবায়ু পৰিৱৰ্তনৰ বাবে মূলত দায়ী বুলি উল্লেখ কৰি জাভড়েকাৰে কয় যে জলবায়ু পৰিৱৰ্তন এটা নিশাৰ ঘটনা নহয় ইয়াৰ বাবে সুদীৰ্ঘ সময়ৰ প্ৰয়োজন হৈছে।

জলবায়ু প্ৰদূষণৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰই সৰ্বাধিক ২৫ শতাংশ, ইউৰোপে ২২ শতাংশ আৰু চীনে ১৩ শতাংশ প্ৰদূষণ সংঘটিত কৰি আহিছে বুলি তথ্য দাঙি ধৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে ভাৰতে ৩ শতাংশহে প্ৰদূষণকাৰী গেছ নিৰ্গমন কৰে বুলি কয়।

আনহাতে, পেৰিছ জলবায়ু চুক্তি অনুসৰি ভাৰতে অতিশীঘ্ৰে দেশৰ কাৰ্বন নিৰ্গমনৰ হাৰ হ্ৰাস কৰি নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’ব বুলিও জাভড়েকাৰে কয়।

উল্লেখযোগ্য যে, দেশত ৰাজহুৱা কাৰ্বন নিৰ্গমনৰ হাৰ ২০২৫ চনৰ ভিতৰত শূন্য কৰাৰ বাবে নিউজিলেণ্ড চৰকাৰে দেশখনত জলবায়ু জৰুৰীকালীন অৱস্থাৰ কথা ঘোষণা কৰিছে।

নিউজিলেণ্ডৰ প্ৰধান মন্ত্ৰীয়ে জলবায়ু পৰিৱৰ্তন ৰোধৰ বাবে  এয়া উচ্চতম সময় বুলি বিশ্ববাসীক সতৰ্ক কৰি দিছে।

Recent News

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কৃষকৰ উপদ্ৰৱৰ বাবেই দিল্লী-এন চি আৰ সীমান্তত ইণ্টাৰনেট সেৱা কৰ্তন কেন্দ্ৰীয় চৰকাৰৰ

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

কথাশিল্পী ইমৰাণ শ্বাহলৈ পদ্মশ্ৰী সন্মান, শিৱসাগৰত আনন্দৰ বন্যা

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

মৰিগাঁও আৰু টীয়কত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

গণৰাজ্য দিৱসৰ পেৰেডৰ প্ৰতীকপদত কোভিড ভেকচিন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd