DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৰ’নাৰ দ্ৰুত সংক্ৰমণৰ হাৰ: ব্ৰিটেইনক অতিক্ৰমি এইবাৰ চতুৰ্থ স্থানত ভাৰত

এন ই নাও নিউজ by এন ই নাও নিউজ
June 12, 2020 10:27 am
d8b3fc1d08dc2aaf6b8a94edc91626a1f5976773bad213c2faadbe84960cc263-711x375

প্ৰতিনিধিত্বমূলক চিত্ৰ

575
VIEWS
Share on FacebookShare on Twitter

লকডাউন শিথিলৰ পাছতে ভাৰতত দ্ৰুতভাৱে বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ হাৰ। বৃহস্পতিবাৰেই কৰ’না আক্ৰান্তৰ হাৰত ভাৰতে অতিক্ৰম কৰিছে ব্ৰিটেইনক।

কৰ’না আক্ৰান্তৰ হাৰ হিচাপে বিশ্বৰ চতুৰ্থ স্থানলৈ উন্নীত হৈছে ভাৰত।

বৃহস্পতিবাৰে সন্ধিয়ালৈকে ব্ৰিটেইনত আক্ৰান্তৰ সংখ্যা আছিল ২ লাখ ৯১ হাজাৰ ৫৮৮জন। আনহাতে, তৃতীয় স্থানত থকা ৰাছিয়াত আক্ৰান্তৰ সংখ্যা হৈছে ৪লাখ ৯৩হাজাৰ।

সেইদৰে দ্বিতীয় স্থানত থকা ব্ৰাজিলত আক্ৰান্তৰ সংখ্যা হৈছে ৭লাখ ৭২হাজাৰ আৰু প্ৰথম স্থানত থকা আমেৰিকাত এই সংখ্যা ২০ লাখতকৈয়ো অধিক।

আনহাতে, ভাৰতত বৃহস্পতিবাৰে সন্ধিয়ালৈকে মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ২ লাখ ৯৫হাজাৰ ৭৭২জন।

লকডাউনৰ সময়ছোৱাত ভাৰতত কৰ’নাৰ সংক্ৰমণৰ হাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণত আছিল।

যোৱা ২৪ তাৰিখে বিশ্বৰ কৰ’না আক্ৰান্ত দেশৰ তালিকাৰ দশম স্থানত আছিল ভাৰত। মাত্ৰ ১৮দিনৰ ভিতৰতে চাৰি নম্বৰ স্থানলৈ আহিল ভাৰত।

উল্লেখ্য যে লকডাউন আৰম্ভ হোৱা যোৱা ২৫মাৰ্চত ভাৰতত মুঠ কৰ’না আক্ৰান্তৰ সংখ্যা আছিল মাত্ৰ ৫০০জন আৰু ১০জন লোকৰ মৃত্যু হৈছিল।

কিন্তু আনলক-১ আৰম্ভ হোৱাৰ পাছৰে পৰা দ্ৰুতগতিত বৃদ্ধি পাইছে। বৃহস্পতিবাৰে সন্ধিয়ালৈ মাত্ৰ ২৪ঘন্টাৰ ভিতৰত অভিলেখসংখ্যক ৯হাজাৰ ৯৯৬জন লোক কৰ’নাত আক্ৰান্ত হৈছে।

দেশৰ দিল্লী, মহাৰাষ্ট্ৰকে ধৰি কেইবাখনো ৰাজ্যত কৰ’নাৰ আতংকই জনজীৱন বিধ্বস্ত কৰি তুলিছে।

Tags: COVID-19

Recent News

Man Bites Off Cop's Ear

অসহায় আৰক্ষী! বাহনত উঠাই নিয়াৰ মুহূৰ্ততে আৰক্ষী বিষয়াৰ কাণত কামোৰ আটকাধীন ব্যক্তিৰ

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

কেন্দ্ৰৰ প্ৰস্তাৱ অনুসৰি উচ্চতম ন্যায়ালয়ত ৫ গৰাকী নতুন ন্যায়াধীশক নিযুক্তি দিলে ৰাষ্ট্ৰপতিয়ে

Ajit Bhuyan challenges Himanta Biswa Sarma

বিজেপি চৰকাৰৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ তুলি পুনৰ সৰৱ সাংসদ অজিত ভূঞা: জনালে প্ৰত্যাহ্বান

stampede in Tamil Nadu

তামিলনাডুত ভয়াৱহ ঘটনা: শাৰী বিতৰণ অনুষ্ঠানত পদপিষ্ট হৈ চাৰি মহিলাৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd