• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তীত অংশগ্ৰহণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে ভাৰতে

এন ই নাও নিউজ by এন ই নাও নিউজ
June 1, 2019 1:50 pm
modi-hamidbangla

ফটো : নৰেন্দ্ৰ মোদীৰ টুইটাৰৰ সৌজন্যত

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী উদযাপন আৰু বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকীত অংশগ্ৰহণ কৰা ইচ্ছা ভাৰতে শুকুৰবাৰে ব্যক্ত কৰিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে নতুন দিল্লীত বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদৰ সৈতে অনুষ্ঠিত এক বৈঠকত এই ইচ্ছাৰ কথা অৱগত কৰে।

Apply Now

বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদ বৃহস্পতিবাৰে ৰাজধানীত দ্বিতীয়টো কাৰ্যকালৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মন্ত্ৰীসভাৰ আন সদস্যসকলৰ শপত গ্ৰহণ অনুষ্ঠানত ভাগ ল’বলৈ আহি উপস্থিত হৈছিল।

শুকুৰবাৰে আবেলি বাংলাদেশৰ ৰাষ্ট্ৰপতি আব্দুল হামিদে মোদীক সাক্ষাৎ কৰে আৰু দুয়োখন দেশ জড়িত থকা দ্বিপাক্ষিক বিষয়ৰ সন্দৰ্ভত আলোচনা কৰে।

বাতৰি অনুসৰি, বাংলাদেশৰ ৰাষ্ট্ৰপতিৰ প্ৰেছ সচিব এম জয়নাল আবেদিনৰ উদ্ধৃতিৰে কোৱা হৈছে যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৈঠকত নিজৰ দৃষ্টিভংগী দাঙি ধৰি কয় যে যদি দুয়োখন দেশে বাংলাদেশৰ স্বাধীনতাৰ সোণালী জয়ন্তী আৰু বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ জন্ম শতবাৰ্ষিকী উদযাপন কৰিবলৈ এক যৌথ প্ৰচেষ্টা গ্ৰহণ কৰে তেতিয়াহ’লে ই বিশ্বৰ মনযোগ লাভ কৰিব।

জানিব পৰা মতে, মোদীয়ে এই ব্যৱস্থাই দ্বিপাক্ষিক তথা বিভিন্ন দিশৰ সম্পৰ্কৰ বিকাশত এক ভূমিকা পালন কৰিব বুলিও বিশ্বাস ব্যক্ত কৰে।

শুকুৰবাৰে বিয়লি বাংলাদেশ ৰাষ্ট্ৰপতি হামিদ আৰু দেশখনৰ প্ৰতিনিধি দলটো স্বদেশলৈ উভতি যায়।

উল্লেখযোগ্য যে অহা ২০২০’ত বাংলাদেশে দেশখনৰ জনকগৰাকীৰ ১০০সংখ্যক জন্ম বাৰ্ষিকী পালন কৰিব। তদুপৰি, ইয়াৰ এবছৰ পাছতে অৰ্থাৎ ২০২১’ৰ ২৬ মাৰ্চত দেশখনে ইয়াৰ স্বাধীনতাৰ সোণালী জয়ন্তী উদযাপন কৰিব।

বাংলাদেশৰ জনক, বংগবন্ধু শ্বেখ মজিবুৰ ৰহমানৰ ১৯২০ চনৰ ১৭ মাৰ্চত গোপালগঞ্জৰ তুংগীপাৰাত জন্ম হৈছিল। তেওঁ দেশখনৰ স্বাধীনতা সংগ্ৰামৰ নেতৃত্ব দিছিল আৰু বাংলাদেশে ১৯৭১ চনত পাকিস্তানৰ পৰা আঁতৰি আহি এখন স্বাধীন দেশ হিচাপে প্ৰতিষ্ঠা লাভ কৰে। বাংলাদেশৰ স্বাধীনতা যুদ্ধত ভাৰতে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

August 7, 2026 12:18 pm
কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

August 7, 2026 11:01 am
‘সময় নাই’, ভিডিঅ’ কলতে পিতৃৰ শেষকৃত্য চালে ‘উচ্চ শিক্ষিত’ কন্যাই; ভাইৰেল ভিডিঅ’ দেখি নিন্দাৰ জোৱাৰ

‘সময় নাই’, ভিডিঅ’ কলতে পিতৃৰ শেষকৃত্য চালে ‘উচ্চ শিক্ষিত’ কন্যাই; ভাইৰেল ভিডিঅ’ দেখি নিন্দাৰ জোৱাৰ

August 7, 2026 9:53 am
‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

‘জেন জি-য়ে যুক্তি বিচাৰে, তেওঁলোকৰ দাবী শুনিব লাগিব, প্ৰতিবাদ কৰা মানেই ৰাষ্ট্ৰবিৰোধী নহয়!’-মোহন ভাগৱত

August 7, 2026 8:58 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

August 7, 2026 12:18 pm
কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

August 7, 2026 11:01 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd