• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বাংলাদেশক হৰুৱাই দ্বিতীয়বাৰৰ বাবে এছিয়া কাপ হস্তগত ভাৰতৰ

NE NOW NEWS এন ই নাও নিউজ
ডুবাই , September 29, 2018 7:36 am

2 min read

cricket-pic-1
147
VIEWS
Share on FacebookShare on Twitter

সৰ্বশেষ বলটোত বাংলাদেশক ৩ উইকেটত পৰাস্ত কৰি দ্বিতীয় বাৰৰ বাবে এছিয়া কাপ হস্তগত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় দলটো। ভাৰতীয় দলটোৰ লৱাৰ মিডল অৰ্ডাৰৰ বেটছমেনৰ সাহসী বেটিঙৰ ফলত এই চমকপ্ৰদ বিজয় সাধিত হৈছে।

‘দ্য ইণ্ডিয়ান এক্সপ্ৰেছ’ত প্ৰকাশিত এটা প্ৰতিৱেদনত ব্যক্ত কৰা অনুসৰি বাংলাদেশী দলটোৱে ভাৰতে বান্ধি দিয়া ২২৩ ৰানৰ লক্ষ্যক প্ৰত্যাহ্বান জনাই শেখৰ ধাৱান আৰু আম্বাটি ৰায়ুডুক ইনিংছৰ আৰম্ভণিতেই আউট কৰিবলৈ সক্ষম হৈছিল।

তাৰ পাছত ৰোহিত শৰ্মাৰ উইকেটৰ পতন ঘটাবলৈ সক্ষম হয় বাংলাদেশী দলটোৰ ৰুবেল হুছেইনৰ বলত ছিক্স কোবাবলৈ গৈ কেচ দি আুট হয়। তাৰ পাছত বাংলাদেশে নিয়মীয়াকৈ উইকেটৰ পতন ঘটাবলৈ ধৰে। তাৰ পাছত ধোনী আৰু দীনেশ কাৰ্তিকৰ যুটীটোৰ সুযোগ্য বেটিঙত ভাৰতীয় দলটোৱে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়।

ইয়াৰ পূৰ্বে বাংলাদেশী অপেনাৰদ্বয় লিটন দাস আৰু মেহেদী হাছান মিৰাজৰ যুটীটোৱে প্ৰথম ২০টা অভাৰত ভাৰতীয় ব’লাৰৰ পৰা ১২০ ৰান সংগ্ৰহ কৰে। লিটনে ৩৩ টা বলত অৰ্ধশতক কৰে। ভাৰীয় ব’লাৰ কেদাৰ যাদৱে লিটন-মেহিদী যুটীটোৰ মেহিদীক পেভিলিয়নলৈ ওভোটাই পঠিয়ায়।

কিন্তু ইয়াৰ পাছত বাংলাদেশৰ বেটছমেনসকলে এই ক্ষতিপূৰণ কৰিবলৈ সক্ষম হোৱা নাছিল। সৌম্য সৰকাৰে লিটনৰ সৈতে যুটী বান্ধি ইনিংছ পুনৰ গঢ়ি তোলাত সহায় কৰে। সেই সময়তেই লিটনে তেওঁৰ প্ৰথমটো এদিনীয়া শতক অৰ্জন কৰে আৰু ৪১ অভাৰত আউট হোৱা পৰ্যন্ত তেওঁ ১২০ ৰান সংগ্ৰহ কৰে।সৰকাৰেই বাংলাদেশক ২২২ ৰানৰ সীমালৈ লৈ যায়।

Recent News

WhatsApp Image 2021-01-24 at 11.18.24 AM

আমষ্টাৰডামত গ্ৰেপ্তাৰ এছিয়াৰ ‘ম’ষ্ট ৱান্টেড ড্ৰাগছ সম্ৰাট’ চে চি লোপ

Story-8-15-1140x570-750x375

দেশত জীৱশ্ৰেষ্ঠৰ বৰ্বৰ কাণ্ড! নাহৰফুটুকী মাৰি মাংস খোৱাৰ অপৰাধত গ্ৰেপ্তাৰ হ’ল ৫জন

EsaeaS7VcAArt3Q-1140x570

দুখনকৈ জনসভাত অংশ লৈ আজি বিধানসভা নিৰ্বাচনৰ ৰণডংকা বজাব অমিত শ্বাহে!

32337043_2010270292557153_5893369135034793984_n-643x375

বিশিষ্ট নাট্যকাৰ সেৱাব্ৰত বৰুৱাৰ পৰলোকপ্ৰাপ্তি; শোকস্তব্ধ ভ্ৰাম্যমান জগত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd