• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গ্ৰেট ব্ৰিটেইনৰ সৈতে যুঁজ দিও মহিলা হকীত ব্ৰঞ্জ হেৰুৱালে ভাৰতে; টকি’অত হৃদয় জিনিলে দেশবাসীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 6, 2021 10:15 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তীব্ৰ যুঁজ দিও ৰাণী ৰামপালৰ নেতৃত্বৰ ভাৰতীয় মহিলা হকী দলে অলপৰ বাবে টকিঅ’ অলিম্পিকত পদকৰ বাবে বঞ্চিত হ’বলগা হ’ল।

তৃতীয় স্থান নিৰ্ণয়কাৰী মেচখনত গ্ৰেট ব্ৰিটেইনৰ হাতত পৰাজিত হোৱাৰ ফলত ব্ৰঞ্জৰ পদক হেৰুৱালে ভাৰতে।

Apply Now

খেলখনত কঠিন যুঁজ দিও ৪-৩ ব্যৱধানত হাৰিল ভাৰতীয় মহিলা দলটো।

কালি ৪১বছৰ পাছত অলিম্পিকত পদক জয় কৰি ইতিহাস ৰচনা কৰিছিল ভাৰতীয় পুৰুষৰ হকী দলটোৱে।

শুকুৰবাৰে ইতিহাস ৰচনাৰ সুযোগ আছিল ভাৰতীয় মহিলা হকী দলটোৰো। কিন্তু শক্তিশালী প্ৰতিপক্ষ গ্ৰেট ব্ৰিটেইনৰ হাতত পৰাজিত হৈ সেই স্বপ্ন ভংগ হ’ল।

আজিৰ মেচখনৰ প্ৰথম কোৱাৰ্টাৰত ভাৰতে সমানে যুঁজ দিছিল যদিও দ্বিতীয় কোৱাৰ্টাৰৰ আৰম্ভণিতেই গল কৰিবলৈ সক্ষম হয় ব্ৰিটেইনে।

দ্বিতীয় কোৱাৰ্টাৰৰ ১৬ আৰু ২৪ মিনিটত দুটাকৈ গলত পাছ পৰিবলগীয়া হয় ভাৰতীয় মহিলা দলটোৱে। তথাপি, মনোবল অটুট ৰাখি তীব্ৰ যুঁজ দিয়ে দলটোৰ খেলুৱৈসকলে।

প্ৰথম ৰিটাৰ্ণ গলটো কৰাৰ পাছত গুৰজিৎ কৌৰে তাৰ এক মিনিট পাছতেই পুনৰ এটা গলেৰে সমতা স্থাপন কৰে। সেয়াই নহয়, দ্বিতীয় কোৱাৰ্টাৰৰ শেহৰ পিনে সকলোকে আচৰিত কৰি বন্দনা কাটাৰিয়াৰ গলৰ সহায়ত ভাৰতে ১গলত অগ্ৰগতি লয়।

কিন্তু ভাগ্য উদয় নহ’ল ভাৰতীয় মহিলা হকী দলৰ। ৩৫ মিনিটত ব্ৰিটেইনে পুনৰ গল কৰি সমতা স্থাপন কৰে। তাৰ পাছত শেষ কোৱাৰ্টাৰৰ ৪৮মিনিটৰ মূৰত আন এটা গল কৰি আগবাঢ়ি যায় ব্ৰিটেইন।

অন্তিম ১২ মিনিটত প্ৰাণেপণে চেষ্টা চলাইও খেলখনলৈ ঘুৰি আহিবলৈ সক্ষম নহ’ল ভাৰত। ফলত ভাৰতীয় মহিলা হকী দলটো চতুৰ্থ স্থানতে সন্তুষ্ট থাকিবলগীয়া হ’ল।

অৱশ্যে সন্দেহ নাই, পদক জয় কৰিব নোৱাৰিলেও ভাৰতবাসীৰ হৃদয় জিনিয়েই দেশলৈ উভতিব মহিলা হকীৰ দলটোৱে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd