DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 2, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

জুলাইত ছয় মেচৰ শৃংখলাৰ বাবে ভাৰত ভ্ৰমণলৈ আহিব পাৰে শ্ৰীলংকান জাতীয় ক্ৰিকেট দল! : বিচিচিআই

by
May 16, 2020 8:55 pm
bhuvneshwar_571_855
3.8k
VIEWS
Share on FacebookShare on Twitter

যদি চৰকাৰে অনুমতি দিয়ে তেনে অহা জুলাইত ছখন সীমিত অ’ভাৰৰ মেচত অংশগ্ৰহণ কৰিবলৈ শ্ৰীলংকাৰ জাতীয় ক্ৰিকেট দলটো ভাৰত ভ্ৰমণলৈ আহিব।

আজি কথা প্ৰকাশ কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে।

‘এই সকলোবোৰ চৰকাৰৰ ল’কডাউনৰ শিথিলতা, ভ্ৰমণ বিধিনিষেধৰ ওপৰত নিৰ্ভৰ কৰিছে।আমাৰ ল’ৰাবোৰৰ স্বাস্থ্য আৰু সুৰক্ষাৰ নিশ্চিতি দিলে আমি ইয়াৰ বাবে সাজু আছো।’ ব’ৰ্ডৰ কোষাধক্ষ্য অৰুণ ধুমালে কয়।

শ্ৰীলংকান ক্ৰিকেট ব’ৰ্ডে ভাৰতীয় ক্ৰিকেট নিয়্ন্ত্ৰণ ব’ৰ্ডলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিল।

পত্ৰখনৰ জৰিয়তে শ্ৰীলংকান ব’ৰ্ডে ভাৰতত জুলাইত ছখনীয়া নিৰ্ধাৰিত আন্তৰাষ্ট্ৰীয় মেচৰ(৩ খন এদিনীয়া আন্তজাৰ্তিক আৰু ৩ খন টি২০ মেচ) শৃংখলা এটা আয়োজনৰ বাবে অনুৰোধ জনাইছিল।

অৱশ্যে কোৱাৰেন্টাইনৰ ব্যৱস্থা তথা নিয়মবোৰ মানি চলিব পাৰিলেহে শৃংখলাটো আয়োজনৰ বাবে অনুৰোধ কৰিছিল শ্ৰীলংকান ব’ৰ্ডে।

যোৱা ২৫ মাৰ্চৰ পৰাই ভাৰতীয় ক্ৰিকেটাৰসকল দেশজুৰি বলৱৎ হোৱা ল’কডাউনৰ ফলত ঘৰতে আৱদ্ধ হৈ আছে।

খেলুৱৈসকল দীৰ্ঘদিন ধৰি শাৰীৰিক অনুশীলনৰ পৰা বিৰত থকাৰ ফলত ফিটনেছৰ সমস্যাও দেখা দিব।

ইফালে ব’ৰ্ডৰ বিশেষ সূত্ৰই জনাইছে যে বি বি চি আইএ ল’কডাউন সামৰণি পৰাৰ পিছতে খেলুৱৈসকলৰ বাবে বিশেষ ফিটনেছ শিবিৰ আয়োজনৰ বাবে অপেক্ষা কৰি আছে।

উল্লেখ্য যে, খেল সম্প্ৰচাৰৰ বাবে বৰ্তমান শ্ৰীলংকান ব’ৰ্ড কোনো প্ৰতিষ্ঠানৰ সৈতে চুক্তিৱদ্ধ হৈ থকা নাই।

ভাৰত ভ্ৰমণৰ যোগেদি সম্প্ৰচাৰকক আকৰ্ষিত কৰাৰ চেষ্টা চলাইছে শ্ৰীলংকা ক্ৰিকেট সংস্থাটোৱে।

Recent News

Thackeray removes Shinde: কোন প্ৰকৃত শিৱসেনা? সিন্দেক দলৰ নেতাৰ পদৰ পৰা অপসাৰিত কৰি উদ্ধৱ ঠাকৰেৰ পত্ৰ

Thackeray removes Shinde: কোন প্ৰকৃত শিৱসেনা? সিন্দেক দলৰ নেতাৰ পদৰ পৰা অপসাৰিত কৰি উদ্ধৱ ঠাকৰেৰ পত্ৰ

Tai-language teaching: মাৰ্ঘেৰিটাত ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁ‌ৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচীৰ শুভাৰম্ভ

Tai-language teaching: মাৰ্ঘেৰিটাত ডাম চাও গিৰিন মহুং বৰুৱাৰ সোঁ‌ৱৰণত এমহীয়া টাই ভাষাৰ পাঠদান কাৰ্য্যসূচীৰ শুভাৰম্ভ

Maharashtra politics

পুনৰ নিৰাশ উদ্ধৱ ঠাকৰে শিবিৰ: উচ্চতম ন্যায়ালয়ে খাৰিজ কৰিলে জৰুৰী শুনানিৰ আবেদন

Raj Thackeray on Uddhav Thackeray

সৌভাগ্য সফলতা নহয়: পতনৰ পাছতে উদ্ধৱ ঠাকৰেক কটাক্ষ ৰাজ ঠাকৰেৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd