• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিৰিয়ানীৰ প্ৰতি ভাৰতীয়ৰ চেনেহ: ২০২৫ চনত ছুইগীৰ জৰিয়তে ৯ কোটিৰো অধিক প্লেট অৰ্ডাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 23, 2025 4:51 pm
24
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয়সকলৰ খাদ্যপ্ৰেমৰ এক আমোদজনক ছবি দাঙি ধৰি ছুইগীয়ে তেওঁলোকৰ দশম বাৰ্ষিক হাউ ইণ্ডিয়া ছুইগিড প্ৰতিবেদন প্ৰকাশ কৰিছে। এই প্ৰতিবেদন অনুসৰি ২০২৫ চনত ভাৰতীয়সকলে কেৱল ছুইগীৰ জৰিয়তে ৯.৩ কোটি বিৰিয়ানী অৰ্ডাৰ কৰি এক অভিলেখ গঢ়িছে। ২০২৪ চনত এই সংখ্যা আছিল ৮.৩ কোটি। পৰিসংখ্যা অনুসৰি দেশত প্ৰতি মিনিটত ১৯৪ খন আৰু প্ৰতি ছেকেণ্ডত ৩.২৫ খনকৈ বিৰিয়ানীৰ প্লেট অৰ্ডাৰ কৰা হৈছে। বিৰিয়ানীৰ বিভিন্ন প্ৰকাৰৰ ভিতৰত ৫.৭৭ কোটি অৰ্ডাৰেৰে চিকেন বিৰিয়ানীয়ে জনপ্ৰিয়তাৰ শীৰ্ষস্থান দখল কৰিছে। অৱশ্যে কেৱল বিৰিয়ানীয়েই নহয়, বাৰ্গাৰ আৰু পিজ্জাৰ প্ৰতিও ভাৰতীয়ৰ আকৰ্ষণ বৃদ্ধি পাইছে। বছৰটোত ৪.৪২ কোটি বাৰ্গাৰ আৰু ৪.০১ কোটি পিজ্জাৰ অৰ্ডাৰ দিয়াৰ বিপৰীতে ২.৬২ কোটি ভেজ ড’ছাৰ অৰ্ডাৰে কৰিছে।

চহৰসমূহৰ ভিতৰত হায়দৰাবাদে ৯৭ লাখ বিৰিয়ানী অৰ্ডাৰেৰে শীৰ্ষত থকাৰ বিপৰীতে বেংগালুৰু আৰু চেন্নাইয়ে ক্ৰমে ৭৭ লাখ আৰু ৪৬ লাখ অৰ্ডাৰেৰে পৰৱৰ্তী স্থান লাভ কৰিছে। ৰমজানৰ দৰে ধৰ্মীয় পাৰ্বনৰসময়তো বিৰিয়ানীৰ চাহিদা তুংগত আছিল আৰু কেৱল সেই সময়ছোৱাতে ৬০ লাখ প্লেট বিৰিয়ানী যোগান ধৰা হৈছিল। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এতিয়া খাদ্য অৰ্ডাৰ কৰাটো কেৱল বিলাসিতা হৈ থকা নাই, বৰঞ্চ ই এক স্বাভাৱিক প্ৰবৃত্তিত পৰিণত হৈছে। মানুহে কৰ্মক্ষেত্ৰৰ বিৰতিৰ পৰা আৰম্ভ কৰি ভাগৰুৱা দিনটোৰ অন্তত নিজকে উপহাৰ দিবলৈও অনলাইন খাদ্যৰ সহায় লৈছে। স্বাস্থ্যসন্মত খাদ্যৰ ক্ষেত্ৰতো সচেতনতা বৃদ্ধি পাইছে আৰু বেংগালুৰু, মুম্বাই তথা হায়দৰাবাদৰ দৰে চহৰত প্ৰায় ২.৩ কোটি উচ্চ প্ৰটিনযুক্ত খাদ্যৰ অৰ্ডাৰ কৰা হৈছে।

Apply Now

বিয়লি ৩ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ সময়ছোৱা ভাৰতীয়ৰ বাবে আটাইতকৈ প্ৰিয় জলপানৰ সময় হিচাপে চিহ্নিত হৈছে। জলপানৰ ক্ষেত্ৰত ৬৩ লাখ অৰ্ডাৰেৰে চিকেন বাৰ্গাৰে আধিপত্য বিস্তাৰ কৰিছে। আনহাতে চিকেন ৰোলৰ চাহিদাও লক্ষণীয়ভাৱে বৃদ্ধি পাই ৪.১ কোটিত উপনীত হৈছে। ইয়াৰ উপৰি চাহ-জলপানৰ তালিকাত আদা দিয়া চাহ আৰু চিংৰাইবিশেষ স্থান লাভ কৰিছে, যাৰ অৰ্ডাৰৰ সংখ্যা আছিল ক্ৰমে ২৯ লাখ আৰু ৩৪.২ লাখ। মিঠাইৰ ক্ষেত্ৰত ৬৯ লাখ অৰ্ডাৰেৰে হোৱাইট চকলেট কেক শীৰ্ষত থকাৰ বিপৰীতে গুলাব জামুন, কাজু বৰফি আৰু বেছান লাডুৰ দৰে পৰম্পৰাগত মিঠাইৰ প্ৰতিও মানুহৰ তীব্ৰ হেঁপাহ দেখা গৈছে।

আন্তঃৰাষ্ট্ৰীয় খাদ্যৰ ভিতৰত মেক্সিকান, তিব্বতী আৰু কোৰিয়ান খাদ্যই ভাৰতীয়ৰ পাকঘৰত স্থান উলিয়াই লৈছে। বিশেষকৈ মাচা চাহৰ সন্ধান সৰ্বাধিক কৰা হৈছিল। আনহাতে স্থানীয় খাদ্য যেনে পাহাদী, মালাবাৰী আৰু ৰাজস্থানী ব্যঞ্জনৰ চাহিদা প্ৰায় দুগুণ বৃদ্ধি পাইছে। নিশাৰ ভাগত অৰ্ডাৰ দিয়াৰ প্ৰৱণতাও এক অভ্যাসত পৰিণত হৈছে। নিশা ১২ বজাৰ পৰা ২ বজাৰ ভিতৰত চিকেন বাৰ্গাৰ আৰু বিৰিয়ানীৰ সৰ্বাধিক অৰ্ডাৰ আহে। পুৱাৰ আহাৰৰ ক্ষেত্ৰত ১.১ কোটি অৰ্ডাৰেৰে ইডলীয়ে শীৰ্ষস্থান দখল কৰিছে। গণেশ চতুৰ্থীত ২.২৮ লাখ মডাক আৰু নৱৰাত্ৰিৰ সময়ত যথেষ্ট পৰিমাণৰ চাবুদানা খিচিৰিআৰু ৰোজা থালি ডেলিভাৰী কৰা হৈছিল। দীপাৱলী সপ্তাহত ১৭ লাখ কিলোগ্ৰাম মিঠাই আৰু ড্ৰাই ফ্ৰুটছৰ অৰ্ডাৰে উৎসৱৰ আনন্দ দুগুণ কৰি তুলিছিল।

ব্যক্তিগত পৰ্যায়ত মুম্বাইৰ এজন গ্ৰাহকে বছৰটোত ৩,১৯৬ বাৰ খাদ্য অৰ্ডাৰ কৰি চমক সৃষ্টি কৰিছে, যিটো দিনটোত প্ৰায় ৯ টা অৰ্ডাৰৰ সমান। আনহাতে হায়দৰাবাদৰ এজন গ্ৰাহকে অৰ্ডাৰৰ নামত বছৰটোত ৫০ লাখ টকা খৰচ কৰিছে। কেৱল ঘৰত বহি খোৱাই নহয়, ৰেষ্টুৰেণ্টত গৈ খোৱাৰ পৰম্পৰাও বৃদ্ধি পাইছে। ছুইগীৰ জৰিয়তে ২.৩৭ কোটি গ্ৰাহকে ৰেষ্টুৰেণ্টত টেবুল বুকিং কৰিছে, য’ত বেংগালুৰু চহৰ আগৰণুৱা হৈ আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am
গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ ২৫ বছৰীয়া মহিলাৰ মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

গুৱাহাটীৰ ফ্লেটত উদ্ধাৰ ২৫ বছৰীয়া মহিলাৰ মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

September 7, 2026 9:27 am
ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত বিধ্বস্ত অৰ্থনীতি; ৩০ হাজাৰ ড্ৰ’ন ক্ৰয় কৰিবলৈ পৰ্ণ উদ্যোগক বৈধ কৰাৰ চিন্তা ইউক্ৰেইনৰ

ৰাছিয়াৰ বিৰুদ্ধে যুদ্ধত বিধ্বস্ত অৰ্থনীতি; ৩০ হাজাৰ ড্ৰ’ন ক্ৰয় কৰিবলৈ পৰ্ণ উদ্যোগক বৈধ কৰাৰ চিন্তা ইউক্ৰেইনৰ

September 7, 2026 8:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

ৰাণৱেৰ পৰা উফৰি গৈ খুন্দা মাৰিলে ট্ৰাকত; মিয়ামিত আমাজনৰ কাৰ্গো বিমান দুৰ্ঘটনাত নিহত ৫ জন

September 7, 2026 11:18 am
নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

নেপালৰ পিছত এইবাৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন! তীস্তাৰ সোঁত বন্ধ হৈ পৰাত ভয়াৱহ দুৰ্যোগৰ আশংকা

September 7, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd