• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিশ্বৰ আটাইতকৈ লেহেমীয়া চহৰসমূহৰ ভিতৰত দ্বিতীয় স্থানত আছে ভাৰতৰ এখন চহৰ, পঢ়ক সবিশেষ…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 8, 2025 6:10 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতৰ এখন চহৰৰ ৰাজপথত খোজ কাঢ়িলে এনে লাগে যেন আপুনি শামুকৰ দৰে গতি কৰি আছে। আৰু সেইখন চহৰ হ’ল ক’লকাতা। বিশেষকৈ কাৰ্যালয়ৰ সময়ত উত্তৰৰ পৰা দক্ষিণ কলকাতালৈ প্ৰায় সকলো ডাঙৰ ডাঙৰ পথত যান-জঁট হৈ থাকে। আৰু ই কেৱল মুখে মুখে প্ৰচলিত কথা নহয় বৰঞ্চ বিশ্বৰ আটাইতকৈ লেহেমীয়া চহৰসমূহৰ ভিতৰত কলকাতাই ৰূপৰ পদক অৰ্থাৎ দ্বিতীয় স্থান লাভ কৰিছে।

টমটম ট্ৰেফিক ইনডেক্সৰ চতুৰ্দশ সংস্কৰণৰ শীৰ্ষ পাঁচখন চহৰৰ ভিতৰত আছে ভাৰতৰ তিনিখন প্ৰধান চহৰ। ভাৰতৰ শীৰ্ষত আছে কলকাতা। এই তথ্য ২০২৪ চনৰ বাবে যাতায়তৰ গতি আৰু সময়ৰ পৰ্যালোচনাৰ পৰা ওলাইছে। এই বাৰ্ষিক সূচকাংক গণনা কৰিবলৈ ভাসমান গাড়ীৰ তথ্য (এফচিডি) সংগ্ৰহ কৰা হয়।

Apply Now

বিশ্বৰ বিভিন্ন চহৰত ৭৩৭ বিলিয়ন কিলোমিটাৰ গাড়ী চলাই এই তথ্য লাভ কৰা হৈছে। ৬২খন দেশৰ ৫০০ৰো অধিক চহৰত এই সমীক্ষা চলোৱা হৈছে। এইবাৰৰ তালিকাখনে দেখুৱাইছে যে ঘন জনবসতিপূৰ্ণ চহৰ অঞ্চল আৰু আন্তঃগাঁথনিগত গাড়ীৰে অহা-যোৱা কৰাটো কিমান যন্ত্ৰণাদায়কভাৱে কঠিন কৰি তুলিছে।

গড় যাতায়তৰ সময়ৰ ভিত্তিত দুৰ্ভাগ্যজনকভাৱে কলকাতাই বিশ্বৰ দ্বিতীয় লেহেমীয়া চহৰ হিচাপে স্থান লাভ কৰিছে। এই চহৰখনত গাড়ীৰে মাত্ৰ ১০ কিলোমিটাৰ যাত্ৰা কৰিবলৈ গড়ে ৩৪ মিনিট ৩৩ ছেকেণ্ড সময় লাগে। যিটো ঘণ্টাত ১৭ কিলোমিটাৰ বেগত পথ পাৰ হোৱাৰ সমতুল্য। কলকাতাৰ যান-জঁটৰ মাত্ৰা মধ্যমীয়া ৩২ শতাংশ যদিও এই লেহেমীয়া গতিৰ কাৰণ হৈছে সংকীৰ্ণ পথ, পুৰণি আন্তঃগাঁথনি, আৰু দুৰ্বল পথৰ অৱস্থা যিয়ে চহৰখনক শীৰ্ষলৈ ঠেলি দিছে। কলকাতাবাসীয়ে বছৰত ১১০ ঘণ্টা সময় নষ্ট কৰে ভিৰ কৰা সময়ত।

মেট্ৰ’পলিটান বেংকিঙৰ শীৰ্ষ পাঁচটা দেশৰ ভিতৰত কলকাতা। এই চহৰত ১০ কিলোমিটাৰ যাত্ৰা কৰিবলৈ গড়ে ৩০ মিনিট ৪৮ ছেকেণ্ড সময় লাগে। কলকাতাৰ পাছত ভাৰতৰ চিলিকন ভেলী নামেৰে জনাজাত বাংগালুৰু। বিশ্বৰ আটাইতকৈ লেহেমীয়া চহৰৰ তালিকাত তৃতীয় স্থানত থকা বেংগালুৰুত ১০ কিলোমিটাৰ যাত্ৰা কৰিবলৈ সময় লাগে ৩৪ মিনিট ১০ ছেকেণ্ড। যোৱা বছৰৰ তুলনাত ৫০ ছেকেণ্ড লেহেমীয়া। বছৰ বছৰ ধৰি বিগত অভিলেখ ভংগ কৰি আহিছে বেংগালুৰুৱে। চতুৰ্থ স্থানত আছে পুনে। এই চহৰত ১০ কিলোমিটাৰ যাত্ৰা কৰিবলৈ সময় লাগে ৩৩ মিনিট ২২ ছেকেণ্ড।

অৱশ্যে এই তালিকাত চেন্নাই আৰু মুম্বাই বহু পিছ পৰি থকা নাই। চেন্নাই সপ্তম আৰু মুম্বাই অষ্টম স্থানত আছে। শীৰ্ষ পাঁচখনত অভাৰতীয় নগৰ দুখনহে আছে। ক্ৰমে লেটিন আমেৰিকাৰ কলম্বিয়াৰ এখন চহৰ বাৰাংকুইলা আৰু পঞ্চম স্থানত আছে ব্ৰিটেইনৰ লণ্ডন চহৰ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

নিউয়ৰ্কৰ নিৰ্বাচনত প্ৰবীণ ডেম’ক্ৰেট এস্পাইলাটক পৰাস্ত কৰিলে মামদানী সমৰ্থিত সমাজকৰ্মী ডাৰিয়ালিজাই

June 24, 2026 9:01 pm
পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

পাছপ’ৰ্ট কেৱল ভ্ৰমণৰহে নথি, নাগৰিকত্বৰ প্ৰমাণ নহয়: চৰকাৰৰ গুৰুত্বপূৰ্ণ ঘোষণা

June 24, 2026 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

ট্ৰাম্পৰ নীতি আৰু আকাশলংঘী টিকটৰ মূল্যয়ো ৰখাব পৰা নাই ক্ৰীড়াপ্ৰেমীক! আমেৰিকাত ফিফা বিশ্বকাপত দৰ্শকৰ উপস্থিতিৰ নতুন অভিলেখ

June 24, 2026 9:30 pm
চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

চিইউইটি ইউজি পৰীক্ষাত ভাৰতৰ ভিতৰতে প্ৰথম স্থান লাভ বিজেপি নেতা কৈলাশ গেহলটৰ কন্যা দেৱীনাৰ

June 24, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd