• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাহে ১৫ লাখ টকাৰ ঘৰভাড়া দি থকা কূটনীতিবিদক অষ্ট্ৰিয়াৰ পৰা ঘূৰাই আনিলে ভাৰতে

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2019 9:38 pm
অষ্ট্ৰিয়াৰ পৰা ভাৰতে ঘূৰাই আনিলে কূটনাতিবিদ ৰেণু পাল। ফটোৰ উৎস : দ্দা প্ৰিণ্ট।

অষ্ট্ৰিয়াৰ পৰা ভাৰতে ঘূৰাই আনিলে কূটনাতিবিদ ৰেণু পাল। ফটোৰ উৎস : দ্দা প্ৰিণ্ট।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাহে ১৫ লাখ টকাৰ ঘৰভাড়া দি থকা এগৰাকী কূটনীতিবিদক ভাৰতে অষ্ট্ৰিয়াৰ পৰা ঘূৰাই আনিছে,  লাইভ মিণ্টত প্ৰকাশিত এটা বাতৰিত এই কথা কোৱা হৈছে।

ৰেণু পাল নামৰ কুটনীতিবিদগৰাকীৰ বিৰুদ্ধে পুঁজিৰ অপব্যৱহাৰকে ধৰি অন্যান্য বিত্তীয় খেলিমেলিৰ অভিযোগো আছে। পাল ১৯৮৮ বেচ্চৰ ভাৰতীয় বৈদেশিক সেৱাৰ বিষয়া আৰু ইউৰোপৰ দেশখনত তেওঁৰ কাৰ্য্যকাল অহা মাহত অন্ত পৰিব লগীয়া আছিল।

Apply Now

বিষয়াগৰাকীৰ বিৰুদ্ধে চেণ্ট্ৰেল ভিজিলেন্স কমিশ্যনৰ দ্বাৰা নিৰ্দেশিত এটা তদন্তত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে কয় যে তেওঁ মন্ত্ৰ্যালয়ৰ অনুমতি অবিহনেই চৰকাৰী বাসভৱনটোত কোটি কোটি টকাৰ খৰচৰ দায়িত্ব লৈছিল।

চৰকাৰী সূত্ৰসমূহে কয়, কূটনীতিবিদগৰাকীয়ে ঠগবাজিৰে VAT ৰিফাণ্ড দাবী কৰি আহিছে আৰু চৰকাৰৰ দ্বাৰা অনুমোদিত বিভিন্ন অনুমোদনৰ ক্ষেত্ৰত মিছা তথ্য উপস্থাপন কৰি আহিছে।

মন্ত্ৰ্যালয়ৰ মুখ্য তদন্তকাৰী বিষয়াৰ দ্বাৰা নেতৃত্বাধীন এটা দলে যোৱা ছেপ্টেম্বৰত ভিয়েনালৈ গৈ তদন্তটো সম্পন্ন কৰিছিল। তদন্তকাৰী দলটোৱে দাখিল কৰা প্ৰতিবেদনত বিষয়াগৰাকীৰ বিত্তীয় খেলিমেলি আৰু আচৰণবিধি ভংগৰ বিষয়ে স্পষ্টকৈ নিশ্চিত কৰা হয়।

তাৰ পিছতে মন্ত্ৰ্যালয়টোৱে ৯ ডিচেম্বৰত ৰেণুক মুখ্য কাৰ্য্যালয়লৈ স্থানান্তৰ কৰে। তেওঁক যিকোনো ধৰণৰ প্ৰশাসনিক কামকাজ বা বিত্তীয় ক্ষমতা প্ৰয়োগ কৰাৰ পৰা বাধা দিয়া হৈছে। ২৯ ডিচেম্বৰত তেওঁ ভাৰতলৈ ঘূৰি আহে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

চাবোন, চেম্পু, টুথপেষ্ট, আমিষ নে নিৰামিষ? পেকেটত চিহ্নৰে জনাবলৈ নিৰ্দেশ কেন্দ্ৰৰ

September 22, 2026 1:02 pm
চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

চৰকাৰী চিকিৎসালয় নে মৃত্যুফান্দ? এচি বিস্ফোৰণত ৩টি শিশুৰ মৃত্যু

September 22, 2026 12:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

‘পলাতক’ দলবদ্ধ ধৰ্ষণত অভিযুক্ত বিজেপি নেতা আৰু প্ৰাক্তন আৰক্ষী বিষয়া; অন্তৰ্ধান ফাৰ্ম হাউছৰ চিচিটিভি ফুটেজ

September 22, 2026 3:13 pm
ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

ৰাজ্যসভাৰ নিৰ্বাচনৰ দিন ঘোষণা: ৰাজ্যসভাৰ ১২খন আসনে সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 22, 2026 2:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd