DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশত পুনৰ কোভিডৰ ৰঙা চকু! বৃদ্ধি পালে দৈনিক সংক্ৰমণ, সক্ৰিয় ৰোগীৰ সংখ্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 29, 2022 10:42 am
202
VIEWS
Share on FacebookShare on Twitter

দেশত শুকুৰবাৰে পূৰ্বৰ দিনৰ তুলনাত পুনৰ বৃদ্ধি পাইছে দৈনিক আক্ৰান্তৰ সংখ্যা। সেইদৰে সক্ৰিয় ৰোগীৰ সংখ্যাও বাঢ়িছে। স্বাভাৱিকতে স্বাস্থ্যসেৱা আৰু প্ৰশাসনৰ বাবে চিন্তা বৃদ্ধি পাইছে।  

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে শুকুৰবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ মুঠ ৩,৩৭৭জন লোক কোভিডত আক্ৰান্ত হৈছে। ইয়াৰ ফলত দেশত এতিয়ালৈকে মুঠ কোভিড আক্ৰান্ত লোকৰ সংখ্যা ৪কোটি ৩০লাখ ৭২হাজাৰ ১৭৬জনলৈ বৃদ্ধি পালে।

লগতে পঢ়ক: মৰ্মান্তিক! খেলিছিল লুকাভাকু; আইচক্ৰীমৰ ফ্ৰীজাৰত উদ্ধাৰ দুটি শিশুৰ নিথৰ দেহ

বৃহস্পতিবাৰতকৈ আজি দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৮২১জন বৃদ্ধি পাইছে। বৰ্তমান দেশত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১৭হাজাৰ ৮০১জন।

বিগত ২৪ ঘন্টাত দেশত ৬০জন লোকৰ কোভিডত মৃত্যু হৈছে। এতিয়ালৈকে দেশত কোভিড আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ মুঠ সংখ্যা হৈছে ৫লাখ ২৩হাজাৰ ৭৫৩জন।

বিগত ২৪ ঘন্টাত দেশত ২,৪৯৬জন লোক কোভিডৰ পৰা সুস্থ হৈ উঠিছে। দেশত বৰ্তমান সুস্থতাৰ হাৰ হৈছে ৯৮.৭৪ শতাংশ।

বিশেষজ্ঞসকলে দাবী কৰা মতে দেশত কোভিডৰ সংক্ৰমণ আকৌ বৃদ্ধি পাব যদিও এইবাৰ কোভিড কিমান মাৰাত্মক হৈ উঠিব  সেয়া স্পষ্ট কৰা নাই।

লগতে পঢ়ক: ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ ভ্ৰমণৰ মাজতে কীয়েভত ৰাছিয়াৰ ৰকেট আক্ৰমণ; ক্ষুব্ধ গুটেৰেছৰ প্ৰতিক্ৰিয়া

ইপিনে, দেশত ভেকচিন প্ৰদানৰ কাম চলি আছে। ৬০ বছৰৰ উৰ্দ্ধৰ লোকসকলক ভেকচিনৰ তৃতীয় পালি দিয়াৰ বাবে স্বাস্থ্য বিভাগক তৎপৰ হ’বলৈ কোৱা হৈছে।    

Recent News

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Plane Missing in Nepal: নেপালত ৪ ভাৰতীয়সহ ২২ জন যাত্ৰীৰ সৈতে সন্ধানহীন বিমান

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Human rights activist: মানৱ অধিকাৰ কৰ্মী মাৰ্ক থাংমাং হাওকিপক ন্যায়িক জিম্মালৈ প্ৰেৰণ

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Retired Education Officer Arrested: একালৰ প্ৰতাপী শিক্ষা বিষয়া আনোৱাৰ হুছেইনক আটক; সংবাদ মাধ্যমৰ সমুখত হুছেইনৰ বিস্ফোৰণ!

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Lioness dies of snake bite: ভুৱনেশ্বৰৰ নন্দনকাননত ভয়ংকৰ ঘটনা; বিষাক্ত সাপৰ কামোৰত মৃত্যু সিংহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd