DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 26, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশত অপ্ৰতিৰোধ্য কৰ’নাৰ সংহাৰ! এদিনতে আক্ৰান্ত প্ৰায় ৪লাখ ১৫হাজাৰ; মৃত্যু ৩৯১৫জনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 7, 2021 11:39 am
Covid-death

প্ৰতিনিধিত্বমূলক ছবি

285
VIEWS
Share on FacebookShare on Twitter

দেশত পুনৰ দৈনিক কৰ’না আক্ৰান্তৰ সংখ্যাই অভিলেখ গঢ়িছে। যোৱা ২৪ঘন্টাত কৰ’না আক্ৰান্তৰ সংখ্যা প্ৰায় ৪লাখ ১৫হাজাৰ স্পৰ্শ কৰিছে।

শুকুৰবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ক’ৰ’নাত আক্ৰান্ত হৈছে ৪ লাখ ১৪ হাজাৰ ১৮৮ জন লোক।

সেইদৰে যোৱা ২৪ ঘণ্টাত দেশত ৩,৯১৫ জন কোভিড আক্ৰান্তৰ মৃত্যু হৈছে।

ইপিনে, দেশত যোৱা ২৪ ঘন্টাত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ৩,৩১,৫০৭ জন ৰোগীয়ে। সেইদৰে দেশত কৰ’নাৰ পৰা আৰোগ্য লাভ কৰা মুঠ ৰোগীৰ সংখ্যা হৈছে ১কোটি ৭৬লাখ ১২ হাজাৰ ৩৫১ জন লোক।

মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি দেশত মুঠ কৰ’না আক্ৰান্ত মৃত্যুৰ সংখ্যা হৈছেগৈ ২লাখ ৩৪ হাজাৰ ৮৩ জন।

আনহাতে, বৰ্তমানেও দেশত চিকিৎসাধীন হৈ থকা কৰ’না ৰোগীৰ সংখ্যা হৈছে ৩৬লাখ ৪৫হাজাৰ ১৬৪জন।

বৰ্তমানলৈ দেশত ১৬কোটি ৪৯ লাখ ৭৩হাজাৰ ৫৮জন লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

সেইদৰে, আইচিএমআৰৰ প্ৰতিবেদন অনুসৰি, যোৱা ২৪ঘন্টাত ২১লাখ ২৬ হাজাৰ ৪৯০টা কোভিড নমুনা পৰীক্ষা কৰা হৈছে।

বৰ্তমান দেশত কোভিশ্বিল্ড আৰু কোভাক্সিন ভেকচিন প্ৰদান কৰি থকা হৈছে যদিও শেহতীয়াকৈ ভাৰত আহি পাইছে ৰাছিয়াৰ স্পুটনিক ভি ভেকচিন। এই ভেকচিনো শীঘ্ৰে প্ৰদানৰ ব্যৱস্থা কৰা হ’ব।

Recent News

Chess গুৱাহাটী দবা একাডেমীৰ অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১১বছৰ দবা প্ৰতিযোগিতা

Chessসদৌ অসম অনুৰ্দ্ধ ৭ বছৰ আৰু অনুৰ্দ্ধ ১৯বছৰ অনলাইন দবা প্ৰতিযোগিতা

International Day Against Drug Abuseআজি আন্তৰ্জাতিক ড্ৰাগছ মুক্ত দিৱসঃ মাৰ্ঘেৰিটাত সেৱা ফাউণ্ডেচনৰ উদ্যোগত সজাগতা সভা-বাইক ৰেলী

International Day Against Drug Abuseআজি আন্তৰ্জাতিক ড্ৰাগছ মুক্ত দিৱসঃ মাৰ্ঘেৰিটাত সেৱা ফাউণ্ডেচনৰ উদ্যোগত সজাগতা সভা-বাইক ৰেলী

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

‘হিন্দু কেলেণ্ডাৰ চাই মঙ্গলযান পঠিয়াইছিল ইছৰোৱে’-মন্তব্য কৰি ট্রোলড হ’ল মাধৱন

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

শিক্ষা বিভাগত নহয়, এইবাৰ স্বাস্থ্য বিভাগত নিযুক্তি কেলেংকাৰী; আৰটিআই তথ্যই উদঙালে ভুৱা নিযুক্তি!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd