• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, March 7, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

শংকিত নহ’ব; ভাৰতত এদিনতে সুস্থ হৈ উঠিল ৭০৫ গৰাকী ক’ৰ’না আক্ৰান্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 21, 2020 7:20 pm

1 min read

শংকিত নহ’ব; ভাৰতত এদিনতে সুস্থ হৈ উঠিল ৭০৫ গৰাকী ক’ৰ’না আক্ৰান্ত
3k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ দেশে ক’ৰ’না ভাইৰাছৰ সৈতে যুঁজি থকাৰ সময়তে সোমবাৰে ভাৰতত মুঠ ৭০৫ গৰাকী ক’ৰ’না আক্ৰান্ত ৰোগী সম্পূৰ্ণ ৰূপে সুস্থ হৈ উঠিছে।

ভাৰতত বৰ্তমানলৈ এদিনত ক’ৰ’নাৰ পৰা সুস্থ হৈ উঠা ৰোগীৰ সংখ্যাৰ ক্ষেত্ৰত এয়া অভিলেখ বুলি সংবাদমেলত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ে উল্লেখ কৰে।

সোমবাৰে ভাৰতত এদিনত সৰ্বাধিক সংখ্যক ৭০৫ গৰাকী ৰোগী ক’ৰ’নাৰ সংক্ৰমণৰ পৰা সুস্থ হৈ উঠাৰ পাছত দেশত ক’ৰ’নাৰ পৰা আৰোগ্য লাভৰ পৰিসংখ্যা ১৭.৪৮ শতাংশলৈ উন্নীত হয়।

আনহাতে, বৰ্তমান দেশত ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যাই ১৯,০০০ অতিক্ৰম কৰিছে আৰু ক’ৰ’নাৰ সংক্ৰমণৰ ফলত ৬০৩ গৰাকী ব্যক্তিৰ মৃত্যু হৈছে।

কেন্দ্ৰ চৰকাৰে সমগ্ৰ দেশত ৩ মে’লৈ ল’কডাউন বৃদ্ধি কৰিছে যদিও ২১ এপ্ৰিলৰ পৰা কিছু কিছু ৰাজ্যত সাময়িকভাৱে ল’কডাউন শিথিল কৰি দিয়া হৈছে।

উল্লেখযোগ্য যে, গোৱা, মণিপুৰ, অৰুণাচলত ক’ৰ’নাত আক্ৰান্ত হোৱা সকলো ৰোগী সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিছে।

Recent News

WhatsApp Image 2021-03-07 at 10.50.13 AM

জোনবাইৰ দেশলৈ বিনা খৰচতে যোৱাৰ সুযোগ! চাওক, কোনে দিছে এই অ’ফাৰ…

kohli-waugh-ponting

ষ্টিভ ৱ’ক অতিক্ৰম; ৰিকি পন্টিঙৰ সৰ্বকালৰ অভিলেখ স্পৰ্শ কৰিলে বিৰাট কোহলিয়ে

Satyabrat-Kalita-1140x570

ঘৰ ভাঙিছে অগপৰ; অগপ ত্যাগ কৰি কংগ্ৰেছৰ পৰা কমলপুৰত প্ৰতিদ্বন্দ্বিতা কৰিব সত্যব্ৰত কলিতাই!

WhatsApp Image 2021-03-06 at 8.23.04 PM

অসম জাতীয় পৰিষদৰ সংখ্যালঘু কোষ জাতীয় সংখ্যালঘু শক্তিৰ পূৰ্ণাংগ সমিতি গঠন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd