• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 14, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দেশত পুনৰ ঘটিছে ব্যাপক কোভিড সংক্ৰমণ : যোৱা ২৪ ঘণ্টাত ৪০ হাজাৰ লোক আক্ৰান্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , March 20, 2021 3:01 pm

1 min read

index.jpga
284
VIEWS
Share on FacebookShare on Twitter

দেশত কোভিড সংক্ৰমণে পুনৰ ব্যাপক ৰূপত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

যোৱা ২৪ ঘণ্টাত প্ৰায় ৪০ হাজাৰ লোক কোভিড১৯ত আক্ৰান্ত হৈছে। আৰু ই চলিত বৰ্ষত এটা দিনত সৰ্বাধিক কোভিড আক্ৰান্তৰ সংখ্যা বুলি চিহ্নিত হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে শুকুৰবাৰে পুৱা প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ৩৯,৭২৬ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে। ইয়াৰ ফলত দেশত কোভিড১৯ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ১১,৫১৪,৩৩১ গৰাকীলৈ বৃদ্ধি পালে।

প্ৰকাশিত তথ্য অনুসৰি যোৱা ৯ টা দিনে দেশত একেৰাহে ২০ হাজাৰ লোক কোভিড১৯ত আক্ৰান্ত হৈছে।

ইফালে বুধবাৰে আক্ৰান্তৰ সংখ্যা আছিল ৩৫,৮৭১ গৰাকী। দেখা গৈছে যে প্ৰতিদিনে ক্ৰমাগতভাৱে দেশত কোভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে।

ইফালে কোভিড১৯ৰ পৰা মুক্ত হোৱা লোকৰ সংখ্যাও বৃদ্ধি পোৱা দেখা গৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ২০,৬৫৪ গৰাকী ক’ৰণাক্ৰান্তই ক’ৰ’ণামুক্ত হৈছে।

ইয়াৰ ফলত দেশত কোভিডমুক্ত লোকৰ সংখ্যা ১১,০৮৩,৬৭৯ গৰাকীলৈ বৃদ্ধি পালে। মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১৫৪ গৰাকী।

উল্লেখ্য যে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি কেৱল মহাৰাষ্ট্ৰতে ২৫,৮৩৩ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হৈছে। আনহাতে পঞ্জাৱত ২,৪১৭ আৰু কৰ্ণাটকত ১,৪৮৮ গৰাকী লোক ক’ৰ’ণাত আক্ৰান্ত হোৱা বুলি প্ৰকাশ পাইছে উক্ত তথ্যত।

Recent News

কভিড হটস্পট হৈ পৰিল কুম্ভমেলা, ৯জন পুৰোহিতসহ দুদিনতে আক্ৰান্ত হ’ল এহেজাৰৰো অধিক

কভিড হটস্পট হৈ পৰিল কুম্ভমেলা, ৯জন পুৰোহিতসহ দুদিনতে আক্ৰান্ত হ’ল এহেজাৰৰো অধিক

samujjal

অসমতো হ’ব নেকি পৰীক্ষা বাতিল! কি পৰামৰ্শ আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ?

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

পাকিস্তানৰ তাৰকা বাবৰ আজমৰ হাতত পৰাস্ত হ’ল ভাৰতৰ বিৰাট কোহলী! ক’ত?

cow

গৰু বিহু উপলক্ষ্যে অনুষ্ঠিত হ’ল গৰুৰ সৌন্দৰ্য প্ৰতিযোগিতা! অসমৰ ক’ত?

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd