• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 26, 2021 12:56 pm

2 min read

Republic day parade in delhi
186
VIEWS
Share on FacebookShare on Twitter

দেশে আজি ইয়াৰ ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিছে। তদুপলক্ষে ৰাজধানী নতুন দিল্লীৰ ৰাজপথত অনুষ্ঠিত হৈছে পেৰেড।

ভাৰতে আজি বিশ্বৰ সন্মুখত নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ সমান্তৰালকৈ দেশখনৰ বৈচিত্ৰময় সাংস্কৃতিৰ প্ৰদৰ্শনো দাঙি ধৰা হয়।

দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু আন বিশিষ্ট ব্যক্তিসকলে দেশৰ জনসাধাৰণক গণৰাজ্য দিৱসৰ অভিনন্দন জনাইছে।

গণৰাজ্য দিৱসৰ পুৱাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত গৈ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু তিনিটা সেনা বাহিনীৰ মুৰব্বীসকলো উপস্থিত থাকে।

ইয়াৰ পাছতে ৰাজপথত গৈ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ত্ৰিৰংগা পতাকা উত্তওলন কৰে।

ৰাজপথত গণৰাজ্য দিৱসৰ পেৰেড পুৱা ১০ বজাৰ লগে লগে আৰম্ভ হয়। প্ৰথমতে হেলিকপ্টাৰেৰে পুষ্পবৰ্ষণ কৰা হয়।

গণৰাজ্য দিৱসত প্ৰথমবাৰৰ বাবে চুবুৰীয়া বাংলাদেশৰ সশস্ত্ৰ বাহিনীৰ ১২২ জন সেনাৰ এটা দলে দিল্লীৰ ৰাজপথত মাৰ্চত অংশগ্ৰহণ কৰে। দলটোত বাংলাদেশৰ সেনা, নৌ বাহিনী আৰু বিমান বাহিনীৰ সদস্যই অংশগ্ৰহণ কৰে।

আজিৰ পেৰেডত বিশ্বৰ শক্তিশালী যুদ্ধ টেংক টি-৯০ ভীষ্ম টেংকো দেখা যায়। এই টেংকত এটা ১২৫ মিলিমিটাৰৰ গান আছে যিয়ো বিভিন্ন ধৰণৰ আক্ৰমণ চলাব পাৰে।

ৰাজপথত নৌসেনা আৰু স্থল সেনাৰ সদস্যসকলে নিজৰ শক্তি প্ৰদৰ্শন কৰে। পেৰেডত অৰ্দ্ধ সামৰিক বাহিনী আৰু আন সহযোগী বাহিনীসমূহেও অংশ লয়।

আজিৰ গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত অসমৰ চাহ উদ্যোগৰ  প্ৰতীকপটেও দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে।

Recent News

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

মহেন্দ্ৰ সিং ধনী কেনেদৰে ভাৰতৰ অধিনায়ক হৈছিল? জনালে শ্বাৰদ পাৱাৰে

index.jpgb

১৫ বছৰীয়া কিশোৰীক ড্ৰাগছ সেৱন কৰোৱাই ৮ দিন ধৰি গণধৰ্ষণ কৰিলে দুই নাবালকসহ ৯ জন লোকে

a chanuu

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

এতিয়াৰ পৰিস্থিতিতকৈ ১৯৭৫ৰ জৰুৰীকালীন শাসনেই ভাল আছিল : শিৱসেনা সাংসদ সঞ্জয় ৰাউট

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd