• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ সন্মিলনত পাকিস্তানৰ গালত প্ৰচণ্ড চৰ শোধালে ভাৰতে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 25, 2021 10:57 am
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ বিৰুদ্ধে পাকিস্তানে ‘ভিত্তিহীন আৰু ক্ষতিকাৰক প্ৰ’পাগণ্ডা’ বিয়পোৱা বুলি অভিযোগ তুলি পাকিস্তানক তুলাধুনা দিছে ভাৰতে।

বুধবাৰে ৰাষ্ট্ৰসংঘৰ মানৱাধিকাৰ পৰিষদৰ ৪৬ সংখ্যক উচ্চ-পৰ্যায়ৰ সন্মিলনত ভাৰতৰ বিৰুদ্ধে পাকিস্তানে ভিত্তিহীন আৰু ক্ষতিকাৰক প্ৰ’পাগণ্ডা প্ৰচাৰ কৰাতো কোনো নতুন কথা নহয় বুলি কৈ ভাৰতৰ প্ৰতিনিধিগৰাকীয়ে পাকিস্তানৰ অভ্যন্তৰত ঘটি থকা মানৱাধিকাৰ উলংঘনৰ বিষয়ে সবিস্তাৰে উল্লেখ কৰি চুঙা চায় সোপা দিয়ে।

Apply Now

জেনেভাস্থিত ৰাষ্ট্ৰসংঘৰ মানৱাঘধিকাৰ পৰিষদৰ ভাৰতীয় স্থায়ী দ্বিতীয় সচিব সীমা পূজানীয়ে কয় যে পাকিস্তানে ভাৰতৰ আভ্যন্তৰীণ বিষয়ত মাত মাতি থকাতকৈ নিজ দেশত ঘটি থকা মানৱাধিৰকাৰ ঘটনাসমূহক বন্ধ কৰক।

কাশ্মীৰ প্ৰসংগটোৰ সন্দৰ্ভত পাকিস্তান প্ৰচাৰ কৰা মিথ্যচাৰ সম্পৰ্কত সীমা পুজানীয়ে কয় যে কাশ্মীৰ আৰু লাডাখ হৈছে ভাৰতৰ অবিচ্ছেদ্য আৰু অৱিচ্ছিন্ন অংশ। আৰু ভাৰতে ইয়াত সুস্থিৰ প্ৰশাসন, উন্নয়ন তথা বিকাশ নিশ্চিত কৰিছে।

পাকিস্তানৰ অভ্যন্তৰত ঘটি থকা সন্ত্ৰাসৰ বিষয়ে উল্লেখ কৰি ভাৰতীয় কূটনীতিবিদগৰাকীয়ে কয়ে যে পাকিস্তানত সংখ্যালঘুসকলক দীৰ্ঘদিন ধৰি অত্যাচাৰ কৰি অহা হৈছে। হিন্দু, শিখ, খ্ৰীষ্টান আদিৰ ওপৰত অত্যাচাৰ কৰাৰ লগতে পাকিস্তানত প্ৰতি বছৰে ১ হাজাৰৰো অধিক সংখ্যালঘু নাৰীক অপহৰণৰ পিছত বলপূৰ্বকভাৱে ধৰ্মান্তকৰণ কৰি বিয়া কৰোৱা হয়।

“পাকিস্তানৰ মানৱ অধিকাৰ আয়োগৰ প্ৰতিবেদনৰ মতে দেশখনত প্ৰতি বছৰে ১ হাজাৰ গৰাকী সংখ্যালঘু নাৰীক অপহৰণ কৰাৰ পিছত বলপূৰ্বকভাৱে ধৰ্মান্তকৰণ কৰি বিয়া কৰোৱা হয়।” সীমা পূজানীয়ে কয়।

বালুচিস্তানত পাকিস্তানে কৰা মানৱাধিকাৰ উলংঘনৰ বিষয়ে উল্লেখ কৰি সীমা পূজানীয়ে কয় যে মানৱ অধিকাৰ হকে কাম কৰা বহু বালুচ মানৱাধিকাৰ কৰ্মীৰ ৰহস্যজনকভাৱে মৃত্যু হৈছে।

পাকিস্তানক আন্তৰাষ্ট্ৰীয়ভাৱে স্বীকৃত বহু সন্ত্ৰাসবাদী সংগঠনৰ ঘাটি বুলি অভিহিত কৰাৰ লগতে দেশখনে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰি আহিছে বুলিও বুলি দাবী কৰে ভাৰতীয় কূটনীতিবিদগৰাকীয়ে।

বিশ্বৰ সৰ্বাধিক মানৱাধিকাৰ উলংঘন কৰা আৰু সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা দেশ পাকিস্তানে ভাৰতত মানৱাধিকাৰ উলংঘন হোৱা বুলি ভুৱা প্ৰচাৰ কৰাতকৈ নিজৰ দেশত মানৱাধিকাৰ উলংঘনৰ দৰে ঘটনাবোৰ হ্ৰাস কৰাত গুৰুত্ব আৰোপ কৰা উচিত বুলি যথোচিত প্ৰত্যুত্তৰ দিয়ে সীমা পূজানীয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm
ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় এদিনীয়া ক্ৰিকেট দল ঘোষণা, অধিনায়কৰ দায়িত্বত শুভমন গিল

June 21, 2026 6:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd